নিউজ ডেস্কঃ
শিৱসাগৰ সমষ্টিৰ পৰা নিশ্চিত জয়ৰ দিশত কাৰাৰুদ্ধ ৰাইজৰ দল সভাপতি অখিল গগৈ।
একাদশ ৰাউণ্ডৰ শেষত গগৈয়ে বিজেপি প্ৰাৰ্থী গৰাকীতকৈ ৯০৭২ টা ভোটতত আগবাঢ়ি আছে।
উল্লেখ সমষ্টিটোত বিজেপি প্ৰাৰ্থী আছিল সুৰভি ৰাজকুমাৰী।
গুৰুত্বপূৰ্ণ কথা ১৮মাহ কাৰাবন্দী হৈ থকা নেতা গৰাকীয়ে কাৰাগাৰৰ বন্দী কোঠৰীৰ পৰা অৱৰ্তীন হৈছিল।