নিউজ ডেস্কঃ
অসম বিধানসভা নিৰ্বাচনৰ প্ৰথমটো ফলাফল। কোকৰাঝাৰ পূব সমষ্টিত পৰাজিত হৈছে বিপিএফৰ জ্যেষ্ঠ নেত্ৰী তথা প্ৰাক্তন মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্ম। তেওঁ নিকটতম প্ৰতিদ্বন্দ্বী ইউ পি পি এলৰ লৰেন্স ইছলাৰীৰ হাতত পৰাজিত হৈছে।
ইতিমধ্যে ভোট গণনা অন্ত পৰিছে আৰু কেৱল আনুষ্ঠানিক ঘোষণাহে বাকী।