ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

“ক’ৰ’না যুদ্ধত ইমান সোনকালে জয় ঘোষণা কৰা উচিত নহয়”-বাইডেনৰ শীৰ্ষ চিকিৎসা উপদেষ্টা, অনতিপলমে লক্‌ডাউনৰো আহ্বান

ASSAM TIMES POST by ASSAM TIMES POST
May 1, 2021
Reading Time: 1 min read
A A
0
“ক’ৰ’না যুদ্ধত ইমান সোনকালে জয় ঘোষণা কৰা উচিত নহয়”-বাইডেনৰ শীৰ্ষ চিকিৎসা উপদেষ্টা, অনতিপলমে লক্‌ডাউনৰো আহ্বান

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

Rajya Sabha Election : উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে মীনাক্ষী নটৰাজনৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে আবেদন

TMC crisis : নেতা হেৰুওৱাৰ পিছত এইবাৰ কাৰ্যালয়ো হেৰুৱাব ওলাইছে মমতাৰ তৃণমূলে

Two soldiers injured in explosion : প্ৰশিক্ষণৰ সময়ত পুঞ্চৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত ভয়ংকৰ বিস্ফোৰণ : আহত ২ জোৱান

নিউজ ডেক্স:

বিশ্বব্যাপী ক’ৰ’না সংক্রমণৰ এক তৃতীয়াংশই ভাৰতত। এই দেশৰ ক্রমশঃ অৱনতি হোৱা ক’ৰ’না পৰিস্থিতিক লৈ উদ্বিগ্ন বাইডেন প্রশাসনো। দ্বিতীয় ঢৌৰ সংক্রমণত বাধা দিবলৈ পুনৰ কেইসপ্তাহ মানৰ বাবে ভাৰতত লক্‌ডাউন জাৰি কৰাৰ পৰামর্শ দিলে মার্কিন ৰাষ্ট্ৰপতি জো বাইডেনৰ শীর্ষ চিকিৎসা উপদেষ্টা তথা মহামাৰীবিদ এন্টনি ফৌছিয়ে।

এক সাক্ষাৎকাৰত তেওঁ ক’লে যে, ভাৰতৰ এই মুহূর্তত অক্সিজেনৰ যোগান, পিপিই কিট আৰু অন্যান্য মেডিকেল সৰঞ্জামৰ প্রয়োজন। এই ভয়াবহ পৰিস্থিতিত সঙ্কট মোকাবিলা কমিটি গঠন কৰা উচিত যিয়ে সকলো দিশ চালি-জাৰি চাই ব্যৱস্থা ল’ব।

কোনো চৰকাৰকে দোষ দিবলৈ নিবিচাৰি তেওঁ কয়, ক’ৰ’না যুদ্ধত ইমান সোনকালে জয় ঘোষণা কৰা উচিত নহয়। ইয়াৰোপৰি তেওঁ কয়, সমগ্ৰ দেশত অনতিপলমে লক্‌ডাউন ঘোষণা কৰা উচিত। ছয় মাহ জুৰি নহয়, অন্ততঃ সাময়িক ভাৱে এই লক্‌ডাউন ঘোষণা কৰা উচিত। সামাজিক সংক্রমণ ৰোধ কৰিবলৈ এইটোৱেই একমাত্র উপায়।

উল্লেখ্য, ভাৰতত বহু কেইখন ৰাজ্যই ইতিমধ্যে লক্‌ডাউন ঘোষণা কৰিছে। যোৱা মাহত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কৈছিল, লক্‌ডাউন অন্তিম অস্ত্ৰ। প্ৰব্ৰজনকাৰী শ্রমিকসকলকো নিজৰ কর্মস্থলীৰপৰা গুচি নাহিবলৈ অনুৰোধ জনাইছিল মোদীয়ে। ৰাজ্য চৰকাৰ সমূহক তেওঁলোকৰ চোৱাচিতাৰ বাবেও অনুৰোধ জনাইছিল।

কিন্তু যি হাৰত সংক্রমণ বৃদ্ধি পাইছে, দেশজুৰি অক্সিজেন সঙ্কট, নাগৰিকসকলৰ মাজত সচেতনতাৰ অভাৱ, এই সকলোবোৰ কাৰণত ভাৰতেও কি পুনৰ লক্‌ডাউনৰ পথটোৱেই ল’ব নেকি এতিয়া সেইটোৱেই বিচাৰ্য বিষয়।

Tags: featured3
Share4Tweet3Send

Related Posts

Rajya Sabha Elections 2026 : ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছ নেত্ৰী মীনাক্ষী নটৰাজন
National-International

Rajya Sabha Election : উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে মীনাক্ষী নটৰাজনৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে আবেদন

by News Desk
June 12, 2026
50
TMC crisis : নেতা হেৰুওৱাৰ পিছত এইবাৰ কাৰ্যালয়ো হেৰুৱাব ওলাইছে মমতাৰ তৃণমূলে
National-International

TMC crisis : নেতা হেৰুওৱাৰ পিছত এইবাৰ কাৰ্যালয়ো হেৰুৱাব ওলাইছে মমতাৰ তৃণমূলে

by News Desk
June 12, 2026
50
Two soldiers injured in explosion : প্ৰশিক্ষণৰ সময়ত পুঞ্চৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত ভয়ংকৰ বিস্ফোৰণ : আহত ২ জোৱান
National-International

Two soldiers injured in explosion : প্ৰশিক্ষণৰ সময়ত পুঞ্চৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত ভয়ংকৰ বিস্ফোৰণ : আহত ২ জোৱান

by News Desk
June 12, 2026
50
Indian vassel attacked : ভাৰতীয় নৌসেনাৰ জাহাজত আক্ৰমণ, আমেৰিকাৰ কূটনীতিবিদক পুনৰ তলৱ দিল্লীৰ

‎পৃথিৱীৰ বতৰক লৈ চিন্তিত বিজ্ঞানী I মাত্ৰ কেইবছৰমানৰ ভিতৰতে আহিব ভয়ংকৰ বিপদ

by Staff Reporter
June 12, 2026
50
“Supreme Court Refuses to Stay New Election Commissioner Appointment Law, Seeks Detailed Responses”
National-International

Supreme Court of India । মহিলাসকল কেৱল গৃহিণী নহয়, দেশ নিৰ্মাতা, গৃহিণীসকলৰ ক্ষতিপূৰণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণ

by Staff Reporter
June 12, 2026
50
ADVERTISEMENT
Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা
Assam

June 13, 2026
50
Rajya Sabha Elections 2026 : ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছ নেত্ৰী মীনাক্ষী নটৰাজন
National-International

Rajya Sabha Election : উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে মীনাক্ষী নটৰাজনৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে আবেদন

June 12, 2026
50
TMC crisis : নেতা হেৰুওৱাৰ পিছত এইবাৰ কাৰ্যালয়ো হেৰুৱাব ওলাইছে মমতাৰ তৃণমূলে
National-International

TMC crisis : নেতা হেৰুওৱাৰ পিছত এইবাৰ কাৰ্যালয়ো হেৰুৱাব ওলাইছে মমতাৰ তৃণমূলে

June 12, 2026
50
Two soldiers injured in explosion : প্ৰশিক্ষণৰ সময়ত পুঞ্চৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত ভয়ংকৰ বিস্ফোৰণ : আহত ২ জোৱান
National-International

Two soldiers injured in explosion : প্ৰশিক্ষণৰ সময়ত পুঞ্চৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত ভয়ংকৰ বিস্ফোৰণ : আহত ২ জোৱান

June 12, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা

Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা

June 13, 2026
Rajya Sabha Elections 2026 : ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছ নেত্ৰী মীনাক্ষী নটৰাজন

Rajya Sabha Election : উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে মীনাক্ষী নটৰাজনৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে আবেদন

June 12, 2026
TMC crisis : নেতা হেৰুওৱাৰ পিছত এইবাৰ কাৰ্যালয়ো হেৰুৱাব ওলাইছে মমতাৰ তৃণমূলে

TMC crisis : নেতা হেৰুওৱাৰ পিছত এইবাৰ কাৰ্যালয়ো হেৰুৱাব ওলাইছে মমতাৰ তৃণমূলে

June 12, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT