স্বাস্থ্য প্ৰতিবেদন:
১. ক’ৰোনা পজিটিভ ৰিপোর্ট অহাৰ পিছতো কেইবা দিনো সতর্ক হৈ থাকিব লাগিব। নিজকে আনৰ পৰা পৃথক কৰি ৰাখিব লাগিব। জনবহুল স্থান কিছুদিন এৰাই চলক।
২. মুখ আৰু নাক খোলা ৰাখি হাঁচি, কাহ নামাৰিব। আপোনাৰ পৰা ক’ৰোনা ভাইৰাছ অন্যলৈও বিয়পি পৰিব পাৰে। ক’ৰোনা আক্রান্ত হ’লে সকলো সময়তে মাস্ক ব্যৱহাৰ কৰক। কাহ বা হাঁচিৰ সময়ত নাক, মুখ ৰুমাল বা টিছু, বাহুৰে ঢাকক। আপুনি ব্যৱহাৰ কৰা টিছুখন নির্দিষ্টি স্থানত পেলাওক।
৫. ঘৰ এৰি বাহিৰলৈ নাযাব। ক’ৰোনা আক্রান্ত হ’লে এটি পৃথক কোঠাত আপুনি নির্দিষ্ট কেইদিনমান থাকিব লাগিব।
৬. ভালদৰে সিদ্ধ নোহোৱা খাদ্য নাখাব। ইয়াৰ ফলত শৰীৰ আৰু বেছি বেয়া হ’ব পাৰে।













