ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বেআইনী কাৰ্য ৰোধ, সাংবাদিকৰ সুৰক্ষাৰ দাবীত ৰাজ্যপাললৈ স্মাৰক পত্ৰ খেৰণি প্ৰেছ ক্লাব, সাংবাদিক সন্থাৰ

ASSAM TIMES POST by ASSAM TIMES POST
September 2, 2019
Reading Time: 1 min read
A A
0
বেআইনী কাৰ্য ৰোধ, সাংবাদিকৰ সুৰক্ষাৰ দাবীত ৰাজ্যপাললৈ স্মাৰক পত্ৰ খেৰণি প্ৰেছ ক্লাব, সাংবাদিক সন্থাৰ

[captainform id=”1286858″ lightbox=”1″ miliseconds=”2000″ type=”auto-popup”]

RELATED POSTS

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

logo atp | ASSAM TIMES POSTASSAM TIMES POST 
পশ্চিম কাৰ্বি আংলংঃ অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীলৈ সোমবাৰে এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে খেৰণি প্ৰেছ ক্লাব আৰু খেৰণি সাংবাদিক সন্থাই। তিনিটা দাবী সম্বলিত স্মাৰকপত্ৰখনি খেৰণি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ জৰিয়তে অসমৰ ৰাজ্যপাললৈ প্ৰেৰণ কৰা হয়। ইয়াত সংগঠন দুটাই উল্লেখ কৰে যে দেশত সাংবাদিক তথা সংবাদ কৰ্মীসকলৰ বিৰুদ্ধে ভাবুকি, নিগ্ৰহ তথা অত্যাচাৰ আদিৰ দৰে ঘৃণনীয়,অমানৱীয়, নিন্দাজনক ঘটনা দিনক দিনে বৃদ্ধি পাইছে।

শেহতীয়াকৈ পশ্চিম কাৰ্বি আংলঙত সংঘটিত হোৱা উপায়ুক্ত আৰু আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ ছীল-মোহৰ আৰু স্বাক্ষৰ নকল কৰাৰ অভিযোগত প্ৰশাসনে এটা দুষ্ট চক্ৰৰ দুই যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাৰ বাতৰি ৰাজ্যৰ বিভিন্ন বাতৰিকাকত, টিভি চেনেলত তথা ডিফু চহৰৰপৰা প্ৰকাশ পোৱা স্থানীয় কাকত,চেনেলত সবিস্তাৰে প্ৰকাশৰ ব্যৱস্থা কৰিছিল খেৰণিৰ সাংবাদিকবৃন্দই।

https://wordpress-440531-1379741.cloudwaysapps.com/wp-content/uploads/2019/09/VID-20190902-WA0023.mp4

মন কৰিবলগীয়া কথা যে এই দুষ্টচক্ৰটোৰ কেৱল দুজন যুৱকেহে সকলো কাণ্ড সংঘটিত কৰিছিল তেনে নহয়। তেওঁলোকৰ লগত তথা দুষ্টচক্ৰটোৰ সৈতে আৰু বহুলোক জড়িত হৈ আছে বুলিও ইতিমধ্যে এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। উত্থাপিত অভিযোগ মতে, উত্তৰ প্ৰদেশৰ যুৱকক অসমৰ কাৰ্বি আংলঙৰ খেৰণি থানা অঞ্চলৰ স্থানীয় যুৱক সজাই তথা স্থায়ী বাসিন্দা বুলি ভুৱা প্ৰমাণ পত্ৰ প্ৰদান কৰাই প্ৰকৃত স্থানীয় যুৱকসকলক বঞ্চিত কৰি চিআৰপিএফৰ চাকৰিত যোগদান কৰাই আহিছে।

সেয়েহে উক্ত বেআইনী কাৰ্যৰ লগত বহুত যুৱক যে জড়িত থাকিব পাৰে সেয়া আৰক্ষীৰ তদন্তৰ পাছতহে নিশ্চয়কৈ পোহৰলৈ আহিব। উল্লেখযোগ্য যে দুষ্টচক্ৰৰ বিৰুদ্ধে অথবা আৰক্ষীৰ সফলতাৰ উক্ত ঘটনাক লৈ সবিস্তাৰে বাতৰি পৰিবেশন কৰাৰ ফলত খেৰণিৰ সাংবাদিকসকল এতিয়া দুষ্টচক্ৰৰ ষড়যন্ত্ৰৰ বলি হ’ব পাৰে বুলি শংকিত হৈ পৰিছে। সেয়ে পশ্চিম কাৰ্বি আংলঙৰ উপায়ুক্তৰ ছীল-মোহৰ আৰু স্বাক্ষৰৰ লগতে খেৰণি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ ছীল-মোহৰ আৰু স্বাক্ষৰ নকল কৰা অপৰাধী সকলৰ বিৰুদ্ধে তদন্ত তীব্রতৰ হ’ব লাগে বুলি সংগঠন দুটাই স্মাৰক পত্ৰখনৰ জৰিয়তে দাবী জনাই যাতে কোনো এজনো দুষ্টচক্ৰৰ সদস্যই কোনো সুৰুঙাৰে সাৰি যাব নোৱাৰে।

দ্বিতীয়তে সংবিধানৰ চতুৰ্থ স্তম্ভ হিচাপে স্থান লাভ কৰা সংবাদ কৰ্মীসকলৰ সুৰক্ষা সুনিশ্চিত কৰিব লাগে। আৰু শেষত অসমৰ যুৱক-যুৱতী সকলক বঞ্চিত কৰি বহিঃৰাজ্যৰ যুৱক-যুৱতীয়ে স্থানীয় ভুৱা প্ৰমাণ পত্ৰ ছপা কৰি কেন্দ্রীয় চৰকাৰৰ অধীনস্থ বিভাগৰ চাকৰি লাভ কৰাৰ অনিয়ম বন্ধ কৰিবলৈ বিহিত ব্যৱস্থা গ্ৰহণৰ অৰ্থে ৰাজ্যপালক আহ্বান জনায়।

উল্লেখ্য স্মাৰক পত্ৰখনিৰ একোখনকৈ প্ৰতিলিপি কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাং, পশ্চিম কাৰ্বি আংলঙৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকলৈও প্ৰেৰণ কৰা হয়।

Tags: Featuredkarbi anglong
Share50Tweet3Send

Related Posts

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

by Staff Reporter
July 16, 2026
50
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

by News Desk
July 15, 2026
50
Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস
Assam

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

by Staff Reporter
July 14, 2026
50
‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত
Assam

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

by News Desk
July 13, 2026
50
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma
Assam

Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma

by News Desk
July 11, 2026
50
ADVERTISEMENT
Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি
National-International

Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি

July 16, 2026
50
Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ
National-International

Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

July 16, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
National-International

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

July 16, 2026
50
Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

July 16, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি

Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি

July 16, 2026
Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

July 16, 2026
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

July 16, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx