ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

স্বাস্থ্য : খেজুৰ আৰু গাখীৰ একেলগে খোৱাৰ উপকাৰিতা

ASSAM TIMES POST by ASSAM TIMES POST
April 12, 2021
Reading Time: 1 min read
A A
0
স্বাস্থ্য : খেজুৰ আৰু গাখীৰ একেলগে খোৱাৰ উপকাৰিতা

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

স্বাস্থ্য প্ৰতিবেদন:

খেজুৰ হ’ল প্রাকৃতিক মিঠাই। ভিটামিন, প্রোটিন, ফাইবাৰ আৰু কার্বোহাইড্রেট সমৃদ্ধ খেজুৰ এটি শুকান যি আপোনাৰ স্বাস্থ্যৰ বাবে খুব উপকাৰী আৰু বহু ৰোগক দূৰৈত ৰাখে।

যি কি নহওক, গাখীৰ আৰু খেজুৰ পৃথকভাবে খুব উপকাৰী আৰু ইয়াক একেলগে খালে ইয়াৰ উপকাৰিতা দ্বিগুণতকৈ বেছি হয়। আপুনি যদি বিচাৰে ১ গিলাচ গৰম গাখীৰৰ সৈতে ২-৩টা খেজুৰ খাব পাৰে বা ১ গিলাচ গাখীৰত ৪-৫টা খেজুৰ ৰাখি ১০-১৫ মিনিটৰ বাবে কম জুইত উতলাব পাৰে। খেজুৰকেইটা গাখীৰত ভালদৰে মিহলি হৈ গ’লে তাক নমাই কুহুমীয়া হ’লে খাওক।

গাখীৰ আৰু খেজুৰ একেলগে খোৱাৰ উপকাৰিতা :

dates in milk | ASSAM TIMES POST১. কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰে-

যদি দীর্ঘকাল ধৰি কোনো ব্যক্তিৰ কোষ্ঠকাঠিন্যৰ সমস্যা থাকে তেন্তে খেজুৰ সৈতে গাখীৰ খাওক। ইয়াত প্রচুৰ পৰিমাণে ফাইবাৰ আছে৷ যাৰ বাবে ই হজম ব্যৱস্থা পৰিষ্কাৰ কৰে, ফলত কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰে।

২. হার্টক স্বাস্থ্যকৰ কৰি ৰাখে-

খেজুৰত ফাইবাৰৰ লগতে পটাচিয়াম আৰু মেগনেছিয়াম থাকে যিয়ে ৰক্তনালীবোৰ শিথিল কৰাত সহায় কৰে আৰু ৰক্তচাপ নিয়ন্ত্রণত সহায় কৰে। ইয়াৰ লগতে খেজুৰে কোলেষ্টেৰলো হ্রাস কৰে। ৰক্তচাপ আৰু কোলেষ্টেৰল নিয়ন্ত্রণত থাকিলে হৃদৰোগৰ সম্ভাৱনা হ্রাস পায়।

৩. গর্ভৱতী মহিলাসকলৰ বাবে উপকাৰী-

আয়ৰন সমৃদ্ধ খেজুৰ গর্ভৱতী মহিলা আৰু তেওঁৰ সন্তান উভয়ৰ পক্ষে উপকাৰী। ই গর্ভৱতী মহিলাৰ বাবে তেজ আৰু গাখীৰ উৎপাদনত সহায় কৰে। সকলো মিলাই গর্ভাৱস্থাত খেজুৰৰ সৈতে গাখীৰ খোৱাটো উপকাৰী হ’ব পাৰে।

৪. ডায়াবেটিছ ৰোগীসকলৰ বাবে-

খেজুৰত প্রাকৃতিক চেনি থাকে আৰু তাত গ্লাইছেমিক সূচকো কম থাকে, ফলত ই ৰক্তত শর্কৰাৰ মাত্রা হ্রাস কৰাত সহায় কৰে। ডায়াবেটিছ ৰোগীসকলে মাজে সময়ে সীমিত পৰিমাণত খেজুৰ খাব পাৰে।

৫. দুর্বলতা দূৰ কৰে-

কার্বোহাইড্রেট, প্রোটিন, কেলছিয়াম ইত্যাদি সমৃদ্ধ খেজুৰ খালে তাৎক্ষণিক শক্তি পোৱা যায় আৰু দুর্বলতা দূৰ হয়। ইয়াৰ উপৰি গাখীৰ আৰু খেজুৰ একেলগে খালে হাড়ো মজবুত হয়।

** আমাৰ স্বাস্থ্য প্ৰতিবেদন ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰিব৷
    লগতে আপোনালোকৰ পৰামৰ্শও জনাব ৷**

OUR MAIL ID: assamtimespost@gmail.com

Tags: Health and Wellness
Share4Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?
Health & Fitness

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

by News Desk
July 9, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
ADVERTISEMENT
Ramayana Bishnupriya Manipuri version : বিষ্ণুপ্রিয়া মণিপুৰী ভাষাত অনুদিত ৰামায়ণ ‘অক্ষয় ৰামায়ণ’ উন্মোচন
DIPHU

Ramayana Bishnupriya Manipuri version : বিষ্ণুপ্রিয়া মণিপুৰী ভাষাত অনুদিত ৰামায়ণ ‘অক্ষয় ৰামায়ণ’ উন্মোচন

July 24, 2026
50
Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি
Assam

Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি

July 24, 2026
50
Himachal accident : পাহাৰৰ পৰা বৃহৎ শিল গাড়ীৰ ওপৰত পৰি হিমাচলত ১৩ জন লোকৰ মৃত্যু
National-International

Himachal accident : পাহাৰৰ পৰা বৃহৎ শিল গাড়ীৰ ওপৰত পৰি হিমাচলত ১৩ জন লোকৰ মৃত্যু

July 24, 2026
50
NEET paper leak case : প্ৰশ্নকাকত ফাদিল কৰিলে ১০ বছৰৰ কাৰাদণ্ড, ১০ কোটি টকাৰ জৰিমনা; খচৰা বিধেয়কত অনুমোদন
National-International

NEET paper leak case : প্ৰশ্নকাকত ফাদিল কৰিলে ১০ বছৰৰ কাৰাদণ্ড, ১০ কোটি টকাৰ জৰিমনা; খচৰা বিধেয়কত অনুমোদন

July 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ramayana Bishnupriya Manipuri version : বিষ্ণুপ্রিয়া মণিপুৰী ভাষাত অনুদিত ৰামায়ণ ‘অক্ষয় ৰামায়ণ’ উন্মোচন

Ramayana Bishnupriya Manipuri version : বিষ্ণুপ্রিয়া মণিপুৰী ভাষাত অনুদিত ৰামায়ণ ‘অক্ষয় ৰামায়ণ’ উন্মোচন

July 24, 2026
Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি

Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি

July 24, 2026
Himachal accident : পাহাৰৰ পৰা বৃহৎ শিল গাড়ীৰ ওপৰত পৰি হিমাচলত ১৩ জন লোকৰ মৃত্যু

Himachal accident : পাহাৰৰ পৰা বৃহৎ শিল গাড়ীৰ ওপৰত পৰি হিমাচলত ১৩ জন লোকৰ মৃত্যু

July 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx