ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ভাৰতৰ মুখ্য ন্যায়াধীশে কিমান দৰমহা লাভ কৰে জানেনে ?

News Desk by News Desk
April 7, 2021
Reading Time: 1 min read
A A
0
ভাৰতৰ মুখ্য ন্যায়াধীশে কিমান দৰমহা লাভ কৰে জানেনে ?

New Logo Very Smal | ASSAM TIMES POST
নিউজ ডেস্কঃ

RELATED POSTS

Rajasthan sand storm : ৩০ মিনিট ধৰি বালিৰ ধুমুহাৰ তাণ্ডৱ, ঘণ্টাত ৭০ কিলোমিটাৰ বেগত ধূলিৰ ধুমুহা ৰাজস্থানৰ পাঁচ জিলাত

Abhishek Banerjee : ৰাইজৰ ৰোষত তৃণমূলৰ নেতা অভিষেক, হেলমেট পিন্ধিহে কথমপি ৰক্ষা

Indian Internet users : ভাৰতীয় মহিলাৰ ইণ্টাৰনেটৰ ব্যৱহাৰ তিনি বছৰত দুগুণ বৃদ্ধি

ন্যায়াধীশ এনভি ৰমনা দেশৰ পৰৱর্তী মুখ্য ন্যায়াধীশ হিচাবে নির্বাচিত হৈছে। মুখ্য ন্যায়াধীশ এছএ বোবডেই এনভি ৰমনাৰ নামটো কেন্দ্রীয় চৰকাৰলৈ প্ৰেৰণ কৰিছিল, য’ত ৰাষ্ট্রপতি ৰামনাথ কোবিন্দে অনুমোদন কৰে। গতিকে ২৩ এপ্রিলত ন্যায়াধীশ বোবডেই অৱসৰ লোৱাৰ পিছত ২৪ এপ্রিলত এনভি ৰমনাই পৰৱর্তী মুখ্য ন্যায়াধীশ হিচাবে শপত ল’ব। অৱশ্যে এনভি ৰমনা বেছি দিন এই পদত নাথাকিব৷ কাৰণ তেওঁ অৱসৰ ল’বলৈ দুবছৰৰো কম সময় বাকী আছে৷ তেওঁ ২০২২ চনৰ ২৬ আগষ্টত অৱসৰ গ্ৰহণ কৰিব।

উল্লেখ্য, যোৱা বছৰ আইন মন্ত্রণালয়ে ছুপ্রিম কোর্ট আৰু হাইকোর্টৰ ন্যায়াধীশসকলৰ বেতন প্রায় ২০০ শতাংশ বৃদ্ধি কৰিছিল। এই বৃদ্ধিৰ পিছত বৰ্তমান মুখ্য ন্যায়াধীশৰ বেতন প্রতি মাহত ২,৮০,০০০ টকা হৈছে। ইয়াৰ পূৰ্বে মুখ্য ন্যায়াধীশসকলৰ বেতন আছিল প্রতি মাহত এক লাখ টকা। সেয়ে নতুন ন্যায়াধীশ ৰমনাই প্রতিমাহত ২,৮০,০০০ টকা দৰমহা লাভ কৰিব।

Tags: Featured
Share4Tweet3Send

Related Posts

Rajasthan sand storm : ৩০ মিনিট ধৰি বালিৰ ধুমুহাৰ তাণ্ডৱ, ঘণ্টাত ৭০ কিলোমিটাৰ বেগত ধূলিৰ ধুমুহা ৰাজস্থানৰ পাঁচ জিলাত
National-International

by News Desk
May 30, 2026
50
Abhishek Banerjee : ৰাইজৰ ৰোষত তৃণমূলৰ নেতা অভিষেক, হেলমেট পিন্ধিহে কথমপি ৰক্ষা
National-International

Abhishek Banerjee : ৰাইজৰ ৰোষত তৃণমূলৰ নেতা অভিষেক, হেলমেট পিন্ধিহে কথমপি ৰক্ষা

by News Desk
May 30, 2026
50
Indian Internet users : ভাৰতীয় মহিলাৰ ইণ্টাৰনেটৰ ব্যৱহাৰ তিনি বছৰত দুগুণ বৃদ্ধি
National-International

Indian Internet users : ভাৰতীয় মহিলাৰ ইণ্টাৰনেটৰ ব্যৱহাৰ তিনি বছৰত দুগুণ বৃদ্ধি

by News Desk
May 30, 2026
50
Terrorist arrested : পাকিস্তানস্থিত নেটৱৰ্কৰ সৈতে জড়িত নটা সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ
National-International

Terrorist gang arrested : দিল্লীত গ্ৰেপ্তাৰ বৃহৎ সন্ত্ৰাসবাদী চক্ৰ, আক্ৰমণৰ চক্ৰান্তত জড়িত ডাউদ-আই এছ আই

by News Desk
May 30, 2026
50
Rajasthan murder case : ৱেব ছিৰিজ চাই পাঁচ মাহ ধৰি হত্যাৰ পৰিকল্পনা নাবালক পুত্ৰৰ, ৰাজস্থান হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য

Mamata Banerjee : ৬ জুনত ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠক, উপস্থিত থাকিব পাৰে মমতা

ADVERTISEMENT
Rajasthan sand storm : ৩০ মিনিট ধৰি বালিৰ ধুমুহাৰ তাণ্ডৱ, ঘণ্টাত ৭০ কিলোমিটাৰ বেগত ধূলিৰ ধুমুহা ৰাজস্থানৰ পাঁচ জিলাত
National-International

Rajasthan sand storm : ৩০ মিনিট ধৰি বালিৰ ধুমুহাৰ তাণ্ডৱ, ঘণ্টাত ৭০ কিলোমিটাৰ বেগত ধূলিৰ ধুমুহা ৰাজস্থানৰ পাঁচ জিলাত

May 30, 2026
50
Abhishek Banerjee : ৰাইজৰ ৰোষত তৃণমূলৰ নেতা অভিষেক, হেলমেট পিন্ধিহে কথমপি ৰক্ষা
National-International

Abhishek Banerjee : ৰাইজৰ ৰোষত তৃণমূলৰ নেতা অভিষেক, হেলমেট পিন্ধিহে কথমপি ৰক্ষা

May 30, 2026
50
Indian Internet users : ভাৰতীয় মহিলাৰ ইণ্টাৰনেটৰ ব্যৱহাৰ তিনি বছৰত দুগুণ বৃদ্ধি
National-International

Indian Internet users : ভাৰতীয় মহিলাৰ ইণ্টাৰনেটৰ ব্যৱহাৰ তিনি বছৰত দুগুণ বৃদ্ধি

May 30, 2026
50
Terrorist arrested : পাকিস্তানস্থিত নেটৱৰ্কৰ সৈতে জড়িত নটা সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ
National-International

Terrorist gang arrested : দিল্লীত গ্ৰেপ্তাৰ বৃহৎ সন্ত্ৰাসবাদী চক্ৰ, আক্ৰমণৰ চক্ৰান্তত জড়িত ডাউদ-আই এছ আই

May 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rajasthan sand storm : ৩০ মিনিট ধৰি বালিৰ ধুমুহাৰ তাণ্ডৱ, ঘণ্টাত ৭০ কিলোমিটাৰ বেগত ধূলিৰ ধুমুহা ৰাজস্থানৰ পাঁচ জিলাত

Rajasthan sand storm : ৩০ মিনিট ধৰি বালিৰ ধুমুহাৰ তাণ্ডৱ, ঘণ্টাত ৭০ কিলোমিটাৰ বেগত ধূলিৰ ধুমুহা ৰাজস্থানৰ পাঁচ জিলাত

May 30, 2026
Abhishek Banerjee : ৰাইজৰ ৰোষত তৃণমূলৰ নেতা অভিষেক, হেলমেট পিন্ধিহে কথমপি ৰক্ষা

Abhishek Banerjee : ৰাইজৰ ৰোষত তৃণমূলৰ নেতা অভিষেক, হেলমেট পিন্ধিহে কথমপি ৰক্ষা

May 30, 2026
Indian Internet users : ভাৰতীয় মহিলাৰ ইণ্টাৰনেটৰ ব্যৱহাৰ তিনি বছৰত দুগুণ বৃদ্ধি

Indian Internet users : ভাৰতীয় মহিলাৰ ইণ্টাৰনেটৰ ব্যৱহাৰ তিনি বছৰত দুগুণ বৃদ্ধি

May 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT