ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

৬৮ সংখ্যক ক্ষিৰোদ বৰুৱা আন্ত:জিলা ছিনিয়ৰ ফুটবল টুৰ্ণামেণ্ট চূডান্ত বিজয়ী কোকৰাঝাৰ দল, কোকৰাঝাৰৰ দলৰ হাতত মৰিগাঁও ৩-১ গ’লত পৰাস্ত

ASSAM TIMES POST by ASSAM TIMES POST
September 1, 2019
Reading Time: 1 min read
A A
0
৬৮ সংখ্যক ক্ষিৰোদ বৰুৱা আন্ত:জিলা ছিনিয়ৰ ফুটবল টুৰ্ণামেণ্ট চূডান্ত বিজয়ী কোকৰাঝাৰ দল, কোকৰাঝাৰৰ দলৰ হাতত মৰিগাঁও ৩-১ গ’লত পৰাস্ত

RELATED POSTS

বোকাখাতত বিধ্বংসী অগ্নিকাণ্ড : কেইবাকোটি টকাৰ সম্পত্তি ভস্মীভূত

Sonapur accident : সোণাপুৰৰ পথ দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা ৭ জনলৈ বৃদ্ধি

Nepal disaster : নেপাল দুৰ্যোগ, সুকলমে উভতি আহিল অসমৰ ৮ শ্ৰমিক

logo atp | ASSAM TIMES POSTASSAM TIMES POST

ছাইদুল ইছলাম, ডিফুঃ অসম ফুটবল সন্থাৰ তত্বাৱধনাত আৰু কাৰ্বি আংলং জিলা ক্ৰীড়া সন্থাৰ ব্যৱস্থাপনাত আজি ডিফুৰ নৱনিৰ্মিত কাছা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ৬৮ সংখ্যক ক্ষিৰোদ বৰুৱা সোঁৱৰণি আন্ত:জিলা ছিনিয়ৰ ফুটবল টুৰ্ণামেণ্টৰ চূড়ান্ত খেলত কোকৰাঝাৰ দলে চূডান্ত বিজয়ী মুকুট পিন্ধিবলৈ সক্ষম হয় ৷

ফ্লাড লাইটৰ পোহৰত খেলোৱা আজি চূডান্ত খেল খনৰ প্ৰথমাৰ্দ্ধৰ ২০মিনিটত মৰিগাঁও দলৰ হৈ ৰেকিব বিকাশ কোঁৱৰে কোকৰাঝাৰক প্ৰথমটো গ’ল দিয়ে ৷ উজ্জীৱিত খেল প্ৰদৰ্শন কৰিও কোকৰাঝাৰে প্ৰথমাৰ্ধত মৰিগাঁৱৰ গ’ল পৰিশোধ কৰিব নোৱাৰিলে ৷ দ্বিতীয়াৰ্দ্ধৰ ৫৭ মিনিটত কোকৰাঝাৰ দলৰ হৈ টুপু ব্ৰক্ষ্মই মৰিগাওঁ দলৰ নেটত এটা গ’ল দি সমতা স্থাপন কৰিবলৈ সক্ষম হয়, লগে লগেই ৬১মিনিটত বিপন নাৰ্জাৰীয়ে দ্বিতীয়টো গলদি কোকৰাঝাৰক ২-১ গ’ লৰ অগ্ৰগতি প্ৰাদন কৰে ৷

IMG 20190901 WA0002 | ASSAM TIMES POST

দ্বিতীয়াৰ্দ্ধৰ অতিৰিক্ত সময়ত কোকৰাঝাৰ দলৰহৈ পুলুঙ দৈমাৰীয়ে মৰিগাঁওক আনটো গ’ল দি দলক ৩- ১ গল দি চূড়ান্ত বিজয় সাব্যস্ত কৰে ৷ মৰিগাঁও দলে তীব্ৰ প্ৰতিদ্বন্ধিতা আগবঢ়ায়ো দলক বিপৰ্যয়ৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে৷ মেন অব দা মেছৰ সম্মান লাভ কৰে কোকৰাঝাৰৰ দলৰ ৰাকেব বসুমতাৰীয়ে ৷ খেলখন পৰিচালনা কৰে ব্ৰজেন তিমুঙ-তেওঁক লাইনত সহায় কৰে ক্ৰমে, বাজু তিচ’ আৰু আৰৱিনচন কিলিঙ৷ চতুৰ্থ ৰেফাৰীৰ দায়িত্ব পালন কৰে-পুষ্প ৰঞ্জন বৰুৱা ৷

চূড়ান্ত খেল আৰম্ভনিৰ পূৰ্বেই কৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ তথা কাছাৰ সভাপতি তুলিৰাম ৰংহাঙ, সাংসদ হৰেণছিং বে’ আৰু সাধাৰ পংকজ টেৰণ লগতে প্ৰাক্তন বিধায়ক বিদ্যাছিং ইংলেঙৰ লগত খেলুৱৈ সকলক পৰিচয় কৰাই দিয়া হয় ৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Featured
Share7Tweet5Send

Related Posts

বোকাখাতত বিধ্বংসী অগ্নিকাণ্ড : কেইবাকোটি টকাৰ সম্পত্তি ভস্মীভূত
Assam

বোকাখাতত বিধ্বংসী অগ্নিকাণ্ড : কেইবাকোটি টকাৰ সম্পত্তি ভস্মীভূত

by News Desk
August 31, 2026
50
Sonapur accident : সোণাপুৰৰ পথ দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা ৭ জনলৈ বৃদ্ধি
Assam

Sonapur accident : সোণাপুৰৰ পথ দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা ৭ জনলৈ বৃদ্ধি

by News Desk
August 31, 2026
50
Nepal disaster : নেপাল দুৰ্যোগ, সুকলমে উভতি আহিল অসমৰ ৮ শ্ৰমিক
Assam

Nepal disaster : নেপাল দুৰ্যোগ, সুকলমে উভতি আহিল অসমৰ ৮ শ্ৰমিক

by News Desk
August 31, 2026
50
Assam Late-Night Raid in Nagaon : 65 Cattle-Laden Vehicles Seized
Assam

Assam Late-Night Raid in Nagaon : 65 Cattle-Laden Vehicles Seized

by News Desk
August 31, 2026
50
Nepal floods : নেপালৰ বিধ্বংসী বানত সন্ধানহীন অসমৰ ১২ জন লোক
Assam

Nepal floods : নেপালৰ বিধ্বংসী বানত সন্ধানহীন অসমৰ ১২ জন লোক

by News Desk
August 29, 2026
59
Blaze Guts Kaliabor Electronics Shop, Rs 10 Lakh Goods Lost
Assam

Blaze Guts Kaliabor Electronics Shop, Rs 10 Lakh Goods Lost

by News Desk
August 29, 2026
53
ADVERTISEMENT
Youth killed : পাৰ্টীত মাংস কিয় বেছিকৈ খালে, বন্ধুৰ ওপৰত ক্ষুব্ধ হৈ ছুৰীকাঘাত কৰি হত্যা
National-International

Youth killed : পাৰ্টীত মাংস কিয় বেছিকৈ খালে, বন্ধুৰ ওপৰত ক্ষুব্ধ হৈ ছুৰীকাঘাত কৰি হত্যা

August 31, 2026
50
CJP Protest : পঁইতাচোৰাৰ প্ৰতিবাদলৈ ভয়, শিক্ষাৰ্থীৰ বিৰুদ্ধে এফআইআৰ বাতিল কৰিবলৈ উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই
National-International

CJP Protest : পঁইতাচোৰাৰ প্ৰতিবাদলৈ ভয়, শিক্ষাৰ্থীৰ বিৰুদ্ধে এফআইআৰ বাতিল কৰিবলৈ উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

August 31, 2026
50
বোকাখাতত বিধ্বংসী অগ্নিকাণ্ড : কেইবাকোটি টকাৰ সম্পত্তি ভস্মীভূত
Assam

বোকাখাতত বিধ্বংসী অগ্নিকাণ্ড : কেইবাকোটি টকাৰ সম্পত্তি ভস্মীভূত

August 31, 2026
50
Delhi Gangrape : বাছৰ ভিতৰত কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি পথত পেলাই থৈ পলায়ন চালক-কণ্ডাক্টৰৰ
National-International

Delhi Gangrape : বাছৰ ভিতৰত কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি পথত পেলাই থৈ পলায়ন চালক-কণ্ডাক্টৰৰ

August 31, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Youth killed : পাৰ্টীত মাংস কিয় বেছিকৈ খালে, বন্ধুৰ ওপৰত ক্ষুব্ধ হৈ ছুৰীকাঘাত কৰি হত্যা

Youth killed : পাৰ্টীত মাংস কিয় বেছিকৈ খালে, বন্ধুৰ ওপৰত ক্ষুব্ধ হৈ ছুৰীকাঘাত কৰি হত্যা

August 31, 2026
CJP Protest : পঁইতাচোৰাৰ প্ৰতিবাদলৈ ভয়, শিক্ষাৰ্থীৰ বিৰুদ্ধে এফআইআৰ বাতিল কৰিবলৈ উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

CJP Protest : পঁইতাচোৰাৰ প্ৰতিবাদলৈ ভয়, শিক্ষাৰ্থীৰ বিৰুদ্ধে এফআইআৰ বাতিল কৰিবলৈ উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

August 31, 2026
বোকাখাতত বিধ্বংসী অগ্নিকাণ্ড : কেইবাকোটি টকাৰ সম্পত্তি ভস্মীভূত

বোকাখাতত বিধ্বংসী অগ্নিকাণ্ড : কেইবাকোটি টকাৰ সম্পত্তি ভস্মীভূত

August 31, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d