ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

উন্নীত এনআৰচিঃ ৪ দশকোজোৰা প্ৰতীক্ষাৰ অন্ত

ASSAM TIMES POST by ASSAM TIMES POST
August 30, 2019
Reading Time: 1 min read
A A
0
এনআৰচিঃ বিভ্ৰান্তিৰ সৃষ্টি নকৰিবলৈ আছু-খিলঞ্জীয়া জনজাতি সাহিত্য সভাৰ সতৰ্কবাণী

logo atp | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা, সামগ্ৰিক উত্তীৰ্ণৰ হাৰ ৮১.৫৪ শতাংশ

HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল

Srimanta Sankar Mission : নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিছনলৈ এক লাখ টকাৰ বৰঙণি তামুলী ফুকন দম্পতীৰ

গুৱাহাটীঃ দীৰ্ঘদিনীয়া প্ৰতীক্ষাৰ অন্তত শনিবাৰে পুৱা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰকাশ পাব। শনিবাৰে পুৱা ১০ বজাৰ লগে লগে এনআৰচিৰ ৱেবচাইট তথা ৰাজ্যৰ প্ৰতিটো নাগৰিক পঞ্জী সেৱা কেন্দ্ৰ, চক্ৰ বিষয়াৰ কাৰ্যালয়, উপায়ুক্তৰ কাৰ্যালয়ত ই উপলব্ধ হ’ব। মন কৰিবলগীয়া যে শনিবাৰে প্ৰকাশ পাবলগীয়া এনআৰচিখনক সংশ্লিষ্ট কাৰ্যালয়ে সংশোধনী অন্তৰ্ভুক্তিৰ তালিকা আখ্যা দিছে।

ঐতিহাসিক অসম আন্দোলনৰ পৰিসমাপ্তিত স্বাক্ষৰ হোৱা অসম চুক্তি অনুসৰিয়েই শনিবাৰে ৰাজ্যই এখন উন্নীত এনআৰচি লাভ কৰিব। বিভিন্ন ঘটনা প্ৰৱাহৰ মাজেদি শনিবাৰে ১৯৭১ চনৰ ভিত্তিত এনআৰচি প্ৰকাশ পাব। পূৰ্বৰ এনআৰচিখন আছিল ১৯৫১ চনৰ ভিত্তিত।

১৯৭৯ চনৰপৰা আৰম্ভ হোৱা বিদেশী বহিষ্কাৰ আন্দোলনৰ পৰিসমাপ্তি ঘটিছিল ১৯৮৫ চনৰ ১৫ আগষ্টত অসম চুক্তিত স্বাক্ষৰৰ জৰিয়তে। যদিও চুক্তিত স্বাক্ষৰ হৈছিল, তথাপিতো কিন্তু ৰাজ্যখনৰ অবৈধ নাগৰিকৰ বিৰুদ্ধে কোনো ব্যৱস্থাই হাতত লোৱা হোৱা নাছিল। এনেদৰে প্ৰায় ৮ বছৰ গ’ল। ২০০৫ চনৰ ৫ মে’ত উক্ত সমস্যা সমাধানৰ কাৰণে কেন্দ্ৰীয়, ৰাজ্য চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত নতুন দিল্লীত এখন ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হয়। ইয়াতে এনআৰচি উন্নীতকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কিন্তু ইয়াৰ পাছতো এনআৰচি উন্নীতকৰণত বিশেষ আগবঢ়া দেখা নগ’ল সংশ্লিষ্ট কৰ্তৃপক্ষক।

২০০৯ চনৰ ২০ জুলাইত আছাম পাব্লিক ৱৰ্কছ নামৰ সংগঠনটোৱে এনআৰচি উন্নীতকৰণৰ দাবীৰে সৰ্বোচ্চ ন্যায়ালয়ত এখন আবেদন জনাইছিল। ইয়াৰ ভিত্তিতেই উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা সাপেক্ষে ২০১০ চনৰ জুলাইত ছয়গাঁও আৰু বৰপেটা ৰাজহ চক্ৰত পাইলট প্ৰজেক্ট হিচাপে এনআৰচি উন্নীতকৰণৰ কাম আৰম্ভ হৈছিল। কিন্তু ইয়াতে সংঘটিত হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত পাইলট প্ৰজেক্ট বন্ধ হৈ পৰে। ইয়াৰ পাছত ২০১৩ চনত উচ্চতম ন্যায়ালয়ত এনআৰচি সম্পৰ্কীয় শুনানি আৰম্ভ হয়। ২০১৫ চনত অসম চুক্তিৰ ভিত্তিবৰ্ষ অনুসৰি এনআৰচি উন্নীতকৰণৰ কাম আৰম্ভ হয়। ইয়াৰ পাছতে ২০১৭ চনৰ ৩১ ডিচেম্বৰত এনআৰচিৰ আংশিক খচৰা, ২০১৮ চনৰ ৩০ জুলাইত পূৰ্ণাংগ খচৰা, চলিত বৰ্ষৰ ২৬ জুনত অতিৰিক্ত খচৰাৰ পাছত শনিবাৰে চূড়ান্ত এনআৰচি প্ৰকাশ পাব।

Tags: Featured
Share4Tweet3Send

Related Posts

কাৰ্বি আংলং জিলাৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ২০২৫ বৰ্ষৰ ফলাফল: এক বিশ্লেষণ
Assam

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা, সামগ্ৰিক উত্তীৰ্ণৰ হাৰ ৮১.৫৪ শতাংশ

by Staff Reporter
April 28, 2026
50
HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল
Assam

HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল

by News Desk
April 23, 2026
50
Srimanta Sankar Mission : নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিছনলৈ এক লাখ টকাৰ বৰঙণি তামুলী ফুকন দম্পতীৰ
Assam

Srimanta Sankar Mission : নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিছনলৈ এক লাখ টকাৰ বৰঙণি তামুলী ফুকন দম্পতীৰ

by News Desk
April 22, 2026
50
Guwahati flash flood : মালিগাঁৱত কৃত্ৰিম বানত পায়েল নাথৰ মৃত্যু ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ
Guwahati

Guwahati flash flood : মালিগাঁৱত কৃত্ৰিম বানত পায়েল নাথৰ মৃত্যু ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ

by News Desk
April 21, 2026
50
Abhi-Neel Murder case : ৰাজ্য কপোৱা অভি-নীলৰ হত্যাকাণ্ডৰ গোচৰৰ চুড়ান্ত ৰায়দান, ২০ জনক দোষী সাব্যস্ত,২৫ জনক দোষমুক্ত ঘোষণা
Assam

Abhi-Neel Murder case : ৰাজ্য কপোৱা অভি-নীলৰ হত্যাকাণ্ডৰ গোচৰৰ চুড়ান্ত ৰায়দান, ২০ জনক দোষী সাব্যস্ত,২৫ জনক দোষমুক্ত ঘোষণা

by News Desk
April 20, 2026
50
Abhi Neel murder case I অৱশেষত ৮ বছৰৰ অপেক্ষাৰ অন্ত, অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান নগাঁও আদালতৰ
Assam

Abhi Neel murder case I অৱশেষত ৮ বছৰৰ অপেক্ষাৰ অন্ত, অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান নগাঁও আদালতৰ

by Staff Reporter
April 20, 2026
50
ADVERTISEMENT
কাৰ্বি আংলং জিলাৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ২০২৫ বৰ্ষৰ ফলাফল: এক বিশ্লেষণ
Assam

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা, সামগ্ৰিক উত্তীৰ্ণৰ হাৰ ৮১.৫৪ শতাংশ

April 28, 2026
50
Lok sabha election 2024 2nd phase : সামৰণি পৰিল দ্বিতীয় পৰ্যায়ৰ নির্বাচনী প্ৰচাৰ, ৫ সমষ্টিত ৬১ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব শুকুৰবাৰে
National-International

‎বুধবাৰে পশ্চিম বংগৰ সাতখন জিলাৰ ১৪২টা বিধানসভা সমষ্টিৰ ভোটগ্ৰহণ I ১,৫০০ বিশৃংখলকাৰীক গ্ৰেপ্তাৰ

April 28, 2026
50
‎জলবায়ু পৰিৱৰ্তনৰ ফলত ২০৮৫ চনৰ ভিতৰত এক তৃতীয়াংশ জীৱ-জন্তুৰ বাসস্থানত অত্যাধিক তাপপ্ৰৱাহ আৰু বনজুই লাগিব: অধ্যয়ন
National-International

‎জলবায়ু পৰিৱৰ্তনৰ ফলত ২০৮৫ চনৰ ভিতৰত এক তৃতীয়াংশ জীৱ-জন্তুৰ বাসস্থানত অত্যাধিক তাপপ্ৰৱাহ আৰু বনজুই লাগিব: অধ্যয়ন

April 28, 2026
50
‎সামৰিক ব্যয়ত বিশ্বৰ পঞ্চম স্থানত ভাৰত
National-International

‎সামৰিক ব্যয়ত বিশ্বৰ পঞ্চম স্থানত ভাৰত

April 28, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

কাৰ্বি আংলং জিলাৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ২০২৫ বৰ্ষৰ ফলাফল: এক বিশ্লেষণ

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা, সামগ্ৰিক উত্তীৰ্ণৰ হাৰ ৮১.৫৪ শতাংশ

April 28, 2026
Lok sabha election 2024 2nd phase : সামৰণি পৰিল দ্বিতীয় পৰ্যায়ৰ নির্বাচনী প্ৰচাৰ, ৫ সমষ্টিত ৬১ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব শুকুৰবাৰে

‎বুধবাৰে পশ্চিম বংগৰ সাতখন জিলাৰ ১৪২টা বিধানসভা সমষ্টিৰ ভোটগ্ৰহণ I ১,৫০০ বিশৃংখলকাৰীক গ্ৰেপ্তাৰ

April 28, 2026
‎জলবায়ু পৰিৱৰ্তনৰ ফলত ২০৮৫ চনৰ ভিতৰত এক তৃতীয়াংশ জীৱ-জন্তুৰ বাসস্থানত অত্যাধিক তাপপ্ৰৱাহ আৰু বনজুই লাগিব: অধ্যয়ন

‎জলবায়ু পৰিৱৰ্তনৰ ফলত ২০৮৫ চনৰ ভিতৰত এক তৃতীয়াংশ জীৱ-জন্তুৰ বাসস্থানত অত্যাধিক তাপপ্ৰৱাহ আৰু বনজুই লাগিব: অধ্যয়ন

April 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx