ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

পশ্চিম কাৰ্বি আংলঙত তৃতীয় সংখ্যক কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং আন্তঃ কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ কাৰ্বি সাংস্কৃতিক প্ৰতিযোগিতাৰ সফল সামৰণি

ASSAM TIMES POST by ASSAM TIMES POST
August 30, 2019
Reading Time: 1 min read
A A
0
পশ্চিম কাৰ্বি আংলঙত তৃতীয় সংখ্যক কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং আন্তঃ কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ কাৰ্বি সাংস্কৃতিক প্ৰতিযোগিতাৰ সফল সামৰণি

RELATED POSTS

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

Assam police : অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ আৰক্ষী, ধুবুৰীত ২০টা গৰুসহ ৩ জনক গ্ৰেপ্তাৰ

ASSAM TIMES POST
পশ্চিম কাৰ্বি আংলং: পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামোকামস্থিত ৱাইচং ইণ্ডোৰষ্টেডিয়ামত ২৮ আগষ্টৰে পৰা অনুস্থিত হোৱা তৃতীয় সংখ্যক কাৰ্বি আংলং-পশ্চিম কাৰ্বি আংলং জিলাৰ আন্তঃ কলেজীয়া কাৰ্বি ছাত্ৰ-ছাত্ৰীৰ কাৰ্বি ৰীতি-নীতিৰ সাংস্কৃতিক প্ৰতিযোগিতাৰ আজি সফল সামৰণি পৰে ৷

https://wordpress-440531-1379741.cloudwaysapps.com/wp-content/uploads/2019/08/VID-20190830-WA0002.mp4

তিনিদিনীয়াকৈ অনুস্থিত হোৱা এনে এক বৰ্ণীল কাৰ্যসূচীয়ে সমগ্ৰ জিলাখনতে এক উদুলি-মুদুলি পৰিবেশৰ সৃষ্টি কৰে ৷ এই তিনিদিনীয়া কাৰ্যসুচীত কাৰ্বি যুৱক-যুৱতী সকলে নিজৰ নিজৰ প্ৰতিভাৰে জনগোষ্ঠীটোৰ কলা-সংস্কৃতিৰ নাচ-গান, খেল – হাম্বী কেপাথু , কেংদংদাং কেদাম, নিমচ’ কেৰুং, হাচা কেকান, ৰিত্ নং চিংদি, আদি গীত-নাচ আৰু খেলেৰে প্ৰতিযোগিতা অনুস্থিত হয় ।

https://wordpress-440531-1379741.cloudwaysapps.com/wp-content/uploads/2019/08/VID-20190830-WA0001.mp4

প্ৰতিযোগিতা সমূহে সমবেত ৰাইজক আপ্লুত কৰি তোলাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ মাজত এক ভাতৃত্ববোধৰ পৰিচয় বিশেষ ভাৱে গঢ় লৈ উঠে ৷ উল্লেখ্য যে এই প্ৰতিযোগিতাত দুই পাৰ্বত্য জিলাৰ আটাইকেই খন কলেজৰ ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহন কৰে ৷

প্ৰতিযোগিতাৰ আজিৰ সামৰণি অনুস্থানত কাৰ্বিপৰিষদৰ মূখ্য কাৰ্যবাহী সদস্য তুলি ৰাম ৰংহাং,৩নং ডিফু লোকসভা সমষ্টিৰ সাংসদ হৰেন ছিং বে’ আৰু স্থানীয় বিধায়ক ডা: মানছিং ৰংপিও উপস্থিত থাকে ।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Featuredfeatured3karbi anglong
Share7Tweet5Send

Related Posts

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল
KARBI ANGLONG

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

by News Desk
August 25, 2026
55
83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

by ASSAM TIMES POST
August 25, 2026
57
Assam police : অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ আৰক্ষী, ধুবুৰীত ২০টা গৰুসহ ৩ জনক গ্ৰেপ্তাৰ
Assam

Assam police : অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ আৰক্ষী, ধুবুৰীত ২০টা গৰুসহ ৩ জনক গ্ৰেপ্তাৰ

by News Desk
August 25, 2026
54
Road accident : স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ গৈ নিহত ছাত্র, আহত দুই ছাত্রী
KARBI ANGLONG

Karbi Anglong Road Accident: Shocking, Sad Two Youths Dead 

by ASSAM TIMES POST
August 25, 2026
56
Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained
Assam

Cachar Police (Assam) Seize 34,400 Foreign Cigarette Packs, Arrest Two

by News Desk
August 25, 2026
54
Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba
Assam

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

by News Desk
August 24, 2026
52
ADVERTISEMENT
KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল
KARBI ANGLONG

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

August 25, 2026
55
83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

August 25, 2026
57
Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister
NORTHEAST

Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister

August 25, 2026
53
Supreme court : তৃণমূল কংগ্ৰেছৰ সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ,অযোগ্য হ’ব পাৰে ২০ বিদ্ৰোহী সাংসদ
Political

Supreme court : তৃণমূল কংগ্ৰেছৰ সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ,অযোগ্য হ’ব পাৰে ২০ বিদ্ৰোহী সাংসদ

August 25, 2026
53
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

August 25, 2026
83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

August 25, 2026
Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister

Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister

August 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d