ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

১ ছেপ্টেম্বৰৰ শ্ৰেণীবৰ্জন প্ৰত্যাহাৰ কাৰ্বি আংলং প্ৰাথমিক শিক্ষক সন্থাৰ

ASSAM TIMES POST by ASSAM TIMES POST
August 29, 2019
Reading Time: 1 min read
A A
0

logo atp | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

Kamrup Police Bust Cattle Smuggling Ring — 3 Arrested, 16 Seized

Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি

Assam MLA Hitendra Nath Goswami Defends Foreign Trip Amid Flood Outcry

ডিফুঃ অহা ১ ছেপ্টেম্বৰত পালন হ’বলগীয়া শ্ৰেণীবৰ্জন কাৰ্যসূচী অৱশেষত প্ৰত্যাহাৰ কৰিলে কাৰ্বি আংলং জিলা প্ৰাথমিক শিক্ষক সন্থা চমুকৈ কাপটাই৷ বৃহস্পতিবাৰে ডিফুস্থিত কাপটাৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল অনুষ্ঠিত কৰি এই সিদ্ধান্তৰ কথা সদৰী কৰে কাপটাৰ সাধাৰণ সম্পাদক প্ৰবীণ হাঞ্চেই৷

বুধবাৰে কাপটাৰ নেতৃবৰ্গই এই সন্দৰ্ভত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ সৈতে আলোচনাত মিলিত হৈছিল আৰু আলোচনা কালত মুখ্য কাৰ্যবাহী সদস্যজনে কাৰ্বি আংলং প্ৰাথমিক শিক্ষক সন্থাৰ দাবীসমূহ গুৰুত্ব সহকাৰে লৈ শীঘ্ৰে শিক্ষক-কৰ্মচাৰীৰ দৰমহা মুকলি কৰি দিয়া হ’ব বুলি আশ্বাস দিয়াৰ কথা কয় কাপটাৰ সাধাৰণ ম্পাদকগৰাকীয়ে৷

আনহাতে এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰপৰা প্ৰয়োজনীয় ডিডিঅ’, ক’ড আৰু পাছৱৰ্ড লাভ কৰা বুলিও জনাই সংবাদমেলত৷ উল্লেখযোগ্য যে কাৰ্বি আংলং জিলা প্ৰাথমিক শিক্ষক সন্থাই অনলাইন আৰু অফলাইন দৰমহাৰ মেৰপেচত পৰি বিগত চাৰি মাহে দৰমহাৰ পৰা বঞ্চিত হৈ থাকি অহা ১ ছেপ্টেম্বৰৰপৰা জিলাখনত শ্ৰেণী বৰ্জনৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল৷

সংবাদমেলত সাধাৰণ সম্পাদকগৰাকীয়ে উল্লেখ কৰা অনুসৰি জিলাখনৰ মুঠ ১১ টা শিক্ষাখণ্ডৰ প্ৰতিটোতে সুকীয়া-সুকীয়াকৈ তিনিদিনৰ ভিতৰত শিক্ষকসকলৰ তথ্য অনলাইনত সন্নিবিষ্ট কৰা হ’ব৷ সেই অনুসৰি ছেপ্টেম্বৰৰ দ্বিতীয়াৰ্ধৰ ভিতৰতে শিক্ষকসকলে দৰমহা লাভ কৰিব বুলি মন্তব্য কৰে সাধাৰণ সম্পাদকগৰাকীয়ে৷

Tags: Featuredfeatured3
Share16Tweet3Send

Related Posts

Kamrup Police Bust Cattle Smuggling Ring — 3 Arrested, 16 Seized
Assam

Kamrup Police Bust Cattle Smuggling Ring — 3 Arrested, 16 Seized

by Staff Reporter
July 28, 2026
50
Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি
KARBI ANGLONG

Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি

by ASSAM TIMES POST
July 27, 2026
50
Assam MLA Hitendra Nath Goswami Defends Foreign Trip Amid Flood Outcry
Assam

Assam MLA Hitendra Nath Goswami Defends Foreign Trip Amid Flood Outcry

by Staff Reporter
July 27, 2026
50
Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ
KARBI ANGLONG

Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ

by Staff Reporter
July 26, 2026
50
Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ
KARBI ANGLONG

Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

by Staff Reporter
July 26, 2026
50
KASA Stadium : ডিফুৰ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ খেল পথাৰ(কাছা)ত চুৰিকাণ্ড, খেলপথাৰত পৰ্যাপ্ত নিৰাপত্তাৰ অভাৱ
KARBI ANGLONG

KASA Stadium : ডিফুৰ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ খেল পথাৰ(কাছা)ত চুৰিকাণ্ড, খেলপথাৰত পৰ্যাপ্ত নিৰাপত্তাৰ অভাৱ

by ASSAM TIMES POST
July 25, 2026
50
ADVERTISEMENT
Tarun Ram Phukan : ডিফুত দেশভক্তি দিৱস উদযাপন
DIPHU

Tarun Ram Phukan : ডিফুত দেশভক্তি দিৱস উদযাপন

July 28, 2026
50
World Hepatitis Day : ডিফু নগৰীয়া স্বাস্থ্য কেন্দ্ৰত বিশ্ব হেপাটাইটিছ দিৱস পালন
DIPHU

World Hepatitis Day : ডিফু নগৰীয়া স্বাস্থ্য কেন্দ্ৰত বিশ্ব হেপাটাইটিছ দিৱস পালন

July 28, 2026
50
Kamrup Police Bust Cattle Smuggling Ring — 3 Arrested, 16 Seized
Assam

Kamrup Police Bust Cattle Smuggling Ring — 3 Arrested, 16 Seized

July 28, 2026
50
Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি
KARBI ANGLONG

Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি

July 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Tarun Ram Phukan : ডিফুত দেশভক্তি দিৱস উদযাপন

Tarun Ram Phukan : ডিফুত দেশভক্তি দিৱস উদযাপন

July 28, 2026
World Hepatitis Day : ডিফু নগৰীয়া স্বাস্থ্য কেন্দ্ৰত বিশ্ব হেপাটাইটিছ দিৱস পালন

World Hepatitis Day : ডিফু নগৰীয়া স্বাস্থ্য কেন্দ্ৰত বিশ্ব হেপাটাইটিছ দিৱস পালন

July 28, 2026
Kamrup Police Bust Cattle Smuggling Ring — 3 Arrested, 16 Seized

Kamrup Police Bust Cattle Smuggling Ring — 3 Arrested, 16 Seized

July 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx