ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

নাবালিকাক ধর্ষণৰ অভিযোগ : ৭৯ বছৰীয়া ‘গড ফাদাৰ’ৰ সন্ধানত ৰেড কৰ্ণাৰ জাননী ইণ্টাৰপ’লৰ

News Desk by News Desk
March 11, 2021
Reading Time: 1 min read
A A
0
নাবালিকাক ধর্ষণৰ অভিযোগ : ৭৯ বছৰীয়া ‘গড ফাদাৰ’ৰ সন্ধানত ৰেড কৰ্ণাৰ জাননী ইণ্টাৰপ’লৰ

RELATED POSTS

US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া

Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক

Nepal flood : আকস্মিক বানৰ কবলত বিধ্বস্ত নেপাল; বানে উটুৱাই নিলে ঘৰ, গাড়ী, দলং, ৮ জনৰ মৃত্যু

New Logo Very Smal 1 | ASSAM TIMES POST

নিউজ ডেস্কঃ

বছৰৰ পিছত বছৰ ধৰি একাধিক নাবালিকা-মহিলাক নিজৰ আশ্রমত বন্দী কৰি ধর্ষণ কৰিছিল। আনকি, প্রাপ্তবয়স্ক হ’লেই আশ্রমৰ নাবালিকাই স্বেচ্ছাই থকাৰ কথা ঘোষণা কৰিব লাগিছিল। দিল্লীৰ স্বঘোষিত ধর্মগুৰু বীৰেন্দ্রদেৱ দীক্ষিতৰ বিৰুদ্ধে এনে ধৰণৰ একাধিক অভিযোগ থাকিলেও তেওঁক ধৰিব পৰা নাছিল আৰক্ষীয়ে। এইবাৰ ৭৯ বছৰীয়া উক্ত বৃদ্ধৰ বিৰুদ্ধে ৰেড কৰ্ণাৰ সতর্কতা জাৰি কৰিলে ইন্টাৰপোলে।

আৰক্ষীৰ অনুমান, দেশ এৰি নেপালত আত্মগোপন কৰিছে বীৰেন্দ্রই। উত্তৰ দিল্লীৰ বিজয় বিহাৰ থানাৰ অন্তর্গত ৰোহিণী এলেকাত তেওঁৰ আশ্রম। আধ্যাত্মিক বিশ্ববিদ্যালয় নামৰ দুর্গৰ সমান আশ্রমৰ পৰাই ২০১৭ চনৰ ডিচেম্বৰত উদ্ধাৰ কৰা হৈছিল ৬৭ জনক। তেওঁলোকৰ ভিতৰত বেছিভাগেই নাবালিকা। কেইবাজনো নাবালিকাৰ অভিযোগৰ ভিত্তিত সেই বছৰ বীৰেন্দ্রৰ বিৰুদ্ধে অভিযানত নামে আৰক্ষী। দিল্লী আৰক্ষীৰ সৈতে মহিলা আয়োগৰ সদস্যসকলো উক্ত অভিযানত আছিল।

আশ্রমত তালাচী চলাওঁতে দেখা গৈছিল, সূর্যৰ পোহৰ নোসোমোৱা সৰু সৰু কোঠালিত গৃহবন্দী কৰি ৰখা হৈছিল নাবালিকাবোৰক। আধ্যাত্মিক পথ দেখুওৱাৰ নামত দিনৰ পিছত দিন ধৰি চলিছিল ধর্ষণ-শাৰীৰিক অত্যাচাৰ। আশ্রমত থকা সময়ত নিজৰ পৰিয়ালৰ সৈতে দেখা-সাক্ষাতৰ অনুমতিও নাছিল আবাসিক মহিলাসকলৰ।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Featured
Share5Tweet3Send

Related Posts

US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া
National-International

by News Desk
August 26, 2026
50
Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক
National-International

Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক

by News Desk
August 26, 2026
50
Nepal flood : আকস্মিক বানৰ কবলত বিধ্বস্ত নেপাল; বানে উটুৱাই নিলে ঘৰ, গাড়ী, দলং, ৮ জনৰ মৃত্যু
National-International

Nepal flood : আকস্মিক বানৰ কবলত বিধ্বস্ত নেপাল; বানে উটুৱাই নিলে ঘৰ, গাড়ী, দলং, ৮ জনৰ মৃত্যু

by News Desk
August 26, 2026
50
Telangana bus tragedy : ৰখাই থোৱা ট্ৰাকত পিছফালৰ পৰা খুন্দা, তেলেংগানাত ভয়ংকৰ বাছ দুৰ্ঘটনাত নিহত ৬

Delhi High Court on Slams : প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ ওচৰত থকা বস্তিসমূহ ছয় সপ্তাহৰ ভিতৰত খালী কৰাৰ নিৰ্দেশ ন্যায়ালয়ৰ

US Iran conflict : ইৰাণৰ সৈতে ব্যৱসায়; ৩ ভাৰতীয় নাগৰিককে ধৰি চাৰিটা ভাৰতীয় কোম্পানীক নিষেধাজ্ঞা ট্ৰাম্প প্ৰশাসনৰ

ADVERTISEMENT
Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt
KARBI ANGLONG

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt

August 26, 2026
50
US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া
National-International

US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া

August 26, 2026
50
Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক
National-International

Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক

August 26, 2026
50
Nepal flood : আকস্মিক বানৰ কবলত বিধ্বস্ত নেপাল; বানে উটুৱাই নিলে ঘৰ, গাড়ী, দলং, ৮ জনৰ মৃত্যু
National-International

Nepal flood : আকস্মিক বানৰ কবলত বিধ্বস্ত নেপাল; বানে উটুৱাই নিলে ঘৰ, গাড়ী, দলং, ৮ জনৰ মৃত্যু

August 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt

August 26, 2026
US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া

US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া

August 26, 2026
Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক

Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক

August 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d