ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

এনআৰচিঃ বিভ্ৰান্তিৰ সৃষ্টি নকৰিবলৈ আছু-খিলঞ্জীয়া জনজাতি সাহিত্য সভাৰ সতৰ্কবাণী

ASSAM TIMES POST by ASSAM TIMES POST
August 27, 2019
Reading Time: 1 min read
A A
0
এনআৰচিঃ বিভ্ৰান্তিৰ সৃষ্টি নকৰিবলৈ আছু-খিলঞ্জীয়া জনজাতি সাহিত্য সভাৰ সতৰ্কবাণী

logo atp | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল

Srimanta Sankar Mission : নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিছনলৈ এক লাখ টকাৰ বৰঙণি তামুলী ফুকন দম্পতীৰ

Guwahati flash flood : মালিগাঁৱত কৃত্ৰিম বানত পায়েল নাথৰ মৃত্যু ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ

গুৱাহাটীঃ সদৌ অসম ছাত্ৰ সন্থা আৰু খিলঞ্জীয়া জনজাতি সাহিত্য সভা, অসমৰ মাজত সোমবাৰে গুৱাহাটীৰ শ্বহীদ ভৱনৰ সভাগৃহত এক যৌথ আলোচনা অনুষ্ঠিত হয়। ইয়াত বড়ো সাহিত্য সভা, ৰাভা সাহিত্য সভা, মিচিং সাহিত্য সভা, তিৱা সাহিত্য সভা, দেউৰী সাহিত্য সভা, কাৰ্বি সাহিত্য সভা, ডিমাছা সাহিত্য সভা আৰু গাৰো সাহিত্য সভাৰ সামূহিক মঞ্চ, খিলঞ্জীয়া জনজাতি সাহিত্য সভা, অসমৰ সভাপতি গোবিন্দ টাইড, সম্পাদক প্ৰধান কমলা কান্ত মুছাহাৰী প্ৰমুখ্যে সমূহ সাহিত্য সভাৰ নেতৃবৰ্গই অংশগ্ৰহণ কৰে।

সদৌ অসম ছাত্ৰ সন্থাৰ ফালৰপৰা সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈ, মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য প্ৰমুখ্যে বিষয়-ববীয়াসকলে অংশগ্ৰহণ কৰে ইয়াত। যৌথ সভাত ৩১ আগষ্টত প্ৰকাশ পাবলগীয়া অসমৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আৰু অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত আলোচনা কৰা হয়।

মঙলবাৰে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা খিলঞ্জীয়া জনজাতি সাহিত্য সভা, অসম আৰু সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতিদ্বয়, সম্পাদক প্ৰধান আৰু সাধাৰণ সম্পাদকৰ স্বাক্ষৰযুক্ত এক বিবৃতিত কয়, ‘উচ্চতম ন্যায়ালয়ৰ তদাৰকত চলি থকা প্ৰক্ৰিয়াৰ অন্তত ৩১ আগষ্টৰ প্ৰাকমুহূৰ্তত ৰজাঘৰ, বিভিন্ন ৰাজনৈতিক শক্তি, বিভিন্ন পক্ষৰপৰা জনসাধাৰণৰ মাজত চলাব বিচৰা বিভ্ৰান্তি, ষড়ষন্ত্ৰ বন্ধ কৰিবলৈ যৌথ সভাই সতৰ্ক কৰি দিছে।

বিভিন্ন পক্ষই নিজৰ ভোটবেংক সুৰক্ষিত কৰিবলৈ অবৈধ হিন্দু বাংলাদেশী, অবৈধ মুছলমান বাংলাদেশীক সুৰক্ষিত কৰিবলৈ চলোৱা কাৰ্যকলাপ বন্ধ কৰিবলৈ যৌথ সভাই সতৰ্ক কৰি দিছে।

অবৈধ বাংলাদেশীক উতসাহিত কৰিবপৰা কাম-কাজৰপৰা বিৰত থাকিবলৈ অবৈধ বাংলাদেশীৰ ৰক্ষণাবেক্ষণৰ কামত জড়িতসকলক সভাই সতৰ্ক কৰি দিয়ে।’ যৌথ সভাত অসম চুক্তিৰ অধীনত ৬নং দফা অনুসৰি সাংবিধানিক ৰক্ষাকৱচ প্ৰদান সম্পৰ্কটো বিশদভাৱে আলোচনা কৰি কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰে। 

Tags: Featured
Share8Tweet3Send

Related Posts

HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল
Assam

HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল

by News Desk
April 23, 2026
50
Srimanta Sankar Mission : নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিছনলৈ এক লাখ টকাৰ বৰঙণি তামুলী ফুকন দম্পতীৰ
Assam

Srimanta Sankar Mission : নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিছনলৈ এক লাখ টকাৰ বৰঙণি তামুলী ফুকন দম্পতীৰ

by News Desk
April 22, 2026
50
Guwahati flash flood : মালিগাঁৱত কৃত্ৰিম বানত পায়েল নাথৰ মৃত্যু ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ
Guwahati

Guwahati flash flood : মালিগাঁৱত কৃত্ৰিম বানত পায়েল নাথৰ মৃত্যু ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ

by News Desk
April 21, 2026
50
Abhi-Neel Murder case : ৰাজ্য কপোৱা অভি-নীলৰ হত্যাকাণ্ডৰ গোচৰৰ চুড়ান্ত ৰায়দান, ২০ জনক দোষী সাব্যস্ত,২৫ জনক দোষমুক্ত ঘোষণা
Assam

Abhi-Neel Murder case : ৰাজ্য কপোৱা অভি-নীলৰ হত্যাকাণ্ডৰ গোচৰৰ চুড়ান্ত ৰায়দান, ২০ জনক দোষী সাব্যস্ত,২৫ জনক দোষমুক্ত ঘোষণা

by News Desk
April 20, 2026
50
Abhi Neel murder case I অৱশেষত ৮ বছৰৰ অপেক্ষাৰ অন্ত, অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান নগাঁও আদালতৰ
Assam

Abhi Neel murder case I অৱশেষত ৮ বছৰৰ অপেক্ষাৰ অন্ত, অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান নগাঁও আদালতৰ

by Staff Reporter
April 20, 2026
50
Guwahati flash flood I ব’হাগতে মহানগৰীৰ কৃত্ৰিম বানে প্ৰাণ কাঢ়িলে মহিলাৰ
Guwahati

Guwahati flash flood I ব’হাগতে মহানগৰীৰ কৃত্ৰিম বানে প্ৰাণ কাঢ়িলে মহিলাৰ

by Staff Reporter
April 20, 2026
50
ADVERTISEMENT
‎হায়দৰাবাদৰ পৰা চেন্নাইলৈ যোৱা চাৰমিনাৰ এক্সপ্ৰেছত অগ্নিকাণ্ড
National-International

‎হায়দৰাবাদৰ পৰা চেন্নাইলৈ যোৱা চাৰমিনাৰ এক্সপ্ৰেছত অগ্নিকাণ্ড

April 26, 2026
50
‎পিতৃক প্ৰত্যাহ্বান I নতুন দল খুলিলে কেচিআৰৰ কন্যা কবিতাই, তেলেংগানাৰ ৰাজনীতিত নতুন খেল ‎
National-International

‎পিতৃক প্ৰত্যাহ্বান I নতুন দল খুলিলে কেচিআৰৰ কন্যা কবিতাই, তেলেংগানাৰ ৰাজনীতিত নতুন খেল ‎

April 26, 2026
50
‎দিল্লীত বিমান দুৰ্ঘটনাত আহত ৬
National-International

‎দিল্লীত বিমান দুৰ্ঘটনাত আহত ৬

April 26, 2026
50
‎’গণতন্ত্ৰত হিংসাৰ কোনো স্থান নাই’I  হোৱাইট হাউচৰ ঘটনাক গৰিহণা প্ৰধানমন্ত্ৰী মোদীৰ ‎
National-International

‎’গণতন্ত্ৰত হিংসাৰ কোনো স্থান নাই’I  হোৱাইট হাউচৰ ঘটনাক গৰিহণা প্ৰধানমন্ত্ৰী মোদীৰ ‎

April 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎হায়দৰাবাদৰ পৰা চেন্নাইলৈ যোৱা চাৰমিনাৰ এক্সপ্ৰেছত অগ্নিকাণ্ড

‎হায়দৰাবাদৰ পৰা চেন্নাইলৈ যোৱা চাৰমিনাৰ এক্সপ্ৰেছত অগ্নিকাণ্ড

April 26, 2026
‎পিতৃক প্ৰত্যাহ্বান I নতুন দল খুলিলে কেচিআৰৰ কন্যা কবিতাই, তেলেংগানাৰ ৰাজনীতিত নতুন খেল ‎

‎পিতৃক প্ৰত্যাহ্বান I নতুন দল খুলিলে কেচিআৰৰ কন্যা কবিতাই, তেলেংগানাৰ ৰাজনীতিত নতুন খেল ‎

April 26, 2026
‎দিল্লীত বিমান দুৰ্ঘটনাত আহত ৬

‎দিল্লীত বিমান দুৰ্ঘটনাত আহত ৬

April 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx