ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

স্বাস্থ্য  : ফুলকবি নে ব্ৰকলি? স্বাস্থ্যৰ বাবে কোনবিধ নিৰ্বাচন কৰিব

ASSAM TIMES POST by ASSAM TIMES POST
February 20, 2021
Reading Time: 1 min read
A A
0
স্বাস্থ্য  : ফুলকবি নে ব্ৰকলি? স্বাস্থ্যৰ বাবে কোনবিধ নিৰ্বাচন কৰিব

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

স্বাস্থ্য প্ৰতিবেদন:

ফুলকবি আৰু ব্রকলি– পাচলি দুবি দৰৰং পৃথক হ’লেও দেখাত বহুকিনি একেই। অৱশ্যেই কিছুমানে পুষ্টি গুণত ব্রকলিতকৈ ফুলকবিক আগস্তান দিয়ে আৰু কিছুমানে ব্ৰকলিক দিয়ে। কিন্তু জানি ৰাখক, ফুলকবি আৰু ব্রকলি, এই দুয়োবিধেই স্বাস্থ্যকৰ।

উভয়তে শর্কৰা কম আৰু উভয়েই এণ্টি-অক্সিডেন্ট আৰু অন্যান্য পুষ্টিৰে সমৃদ্ধ।বিশেষজ্ঞসকলৰ মতে, ফুলকবি বা ব্রকলি, দুয়োটাতেই ব্রাছেলছ স্প্রাউট আৰু এই ধৰণৰ সেউজ পাতযুক্ত ক্রুছিফেৰাছ গোত্রৰ শাক-পাচলিৰ পুষ্টি গুণেৰে সমৃদ্ধ।

শৰীৰৰ বাবে অতি উপকাৰী। ব্রকলি আৰু ফুলকবিত প্রচুৰ পৰিমাণে খনিজ আৰু ভিটামিন আছে যিয়ে শৰীৰ সুস্থ ৰাখিবলৈ সহায় কৰে। সেই কাৰণে চিকিৎসকসকলে সুষম খাদ্য তালিকাত ব্রকলি আৰু ফুলকবি ৰখাৰ পৰামর্শ দিয়ে।
পুষ্টিগুণৰ পার্থক্য

অস্বীকাৰ কৰাৰ উপায় নাই যে ফুলকবি আৰু ব্রকলি উভয়েই উত্তম স্বাস্থ্যকৰ। দুয়োটাতেই খুব কম শর্কৰা আছে। ইয়াৰ উপৰি উভয়ৰেই বহু ভিটামিন আৰু খনিজ আছে যিয়ে অধিক ভাল স্বাস্থ্য নিশ্চিত কৰে। অন্যান্য শাক-পাচলিৰ তুলনাত ইয়াত ফাইবাৰ আৰু ভিটামিন চি বেছি থাকে।

ফাইবাৰে হজম ব্যৱস্থা বজায় ৰখাৰ লগতে শৰীৰৰ পৰা বিষাক্ত পদার্থও বাহিৰ কৰি দিয়ে। ভিটামিন চিয়ে সংক্রমণৰ বিৰুদ্ধে যুঁজে, ৰোগ প্রতিৰোধ ক্ষমতা শক্তিশালী কৰে, আঘাতক নিৰাময় কৰে আৰু ছালক আলোকিত কৰাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। ইয়াৰ উপৰি উভয় পাচলিতেই পটাচিয়াম আৰু মেঙ্গানিজসহ বহু মেক্রো আৰু মাইক্রো পুষ্টি আছে।

Roasted Broccoli Cauliflower Pasta with Parmesan Lemon Garlic Broccoli and Cauliflower horiz | ASSAM TIMES POSTএক কাপ কেঁচা ফুলকবিত থকা পুষ্টি 

কেলৰি: ২৭
কার্বোহাইড্রেট:৫.৫ গ্রাম
ফাইবাৰ: ২ গ্রাম
প্রোটিন: ২ গ্রাম
ভিটামিন চি: ৫৭% আৰডিএ
ভিটামিন বি-৬: ১৪% আৰডিএ
ফোলেট: ১৫% আৰডিএ
ভিটামিন ই: ১% আৰডিএ

ব্রকলিত কিছু বেছি পুষ্টি থাকে

কেলৰি: ৩১
কার্বোহাইড্রেট: ৬ গ্রাম
ফাইবাৰ: ২.৫ গ্রাম
প্রোটিন: ২.৫ গ্রাম
ভিটামিন চি: ৯০% আৰডিএ
ভিটামিন বি-৬: ৯০% আৰডিএ
ফোলেট: ১৪% আৰডিএ
ভিটামিন ই: ৩% আৰডিএ

দুয়োটাৰে মাজত অন্য পার্থক্যও আছে। ব্রকলিত ফুলকবিতকৈ বেছি পৰিমাণে ভিটামিন চি আৰু ভিটামিন কে আছে।
এন্টি-অক্সিডেন্ট সমৃদ্ধ

এন্টি-অক্সিডেন্ট থকাত শৰীৰৰ পৰা ফ্রি ৰেডিকেলবোৰ আঁতৰোৱাত সহায় কৰে। আপুনি যদি আপোনাৰ ডায়েটত এটি সমৃদ্ধ এন্টি-অক্সিডেন্ট অন্তর্ভুক্ত কৰিব বিচাৰে তেন্তে ব্রকলিতকৈ ভাল আৰু একো নাই।

এইবিধ পাচলিত এটি যৌগ পোৱা যায়, যাক ছালফোৰোফেন বোলে। ৰক্তত শর্কৰাৰ মাত্রা হ্রাস কৰে, চকুৰ স্বাস্থ্যৰ উন্নতি কৰে আৰু বৃদ্ধ বয়সতো আপোনাক সুস্থ ৰাখে। একেদৰে ফুলকবিতো শক্তিশালী এন্টি-অক্সিডেন্ট আছে যিয়ে কোষৰ কার্যক শক্তিশালী কৰে।

Tags: Health and Wellness
Share4Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?
Health & Fitness

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

by News Desk
July 9, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
ADVERTISEMENT
Modi on NEET row : মাজনিশা মনৰ কথা কোৱাতকৈ সংসদত বিবৃতি দিয়ক, মোদীক কটাক্ষ কংগ্ৰেছৰ
National-International

Modi on NEET row : মাজনিশা মনৰ কথা কোৱাতকৈ সংসদত বিবৃতি দিয়ক, মোদীক কটাক্ষ কংগ্ৰেছৰ

July 24, 2026
50
CJP protest : ধৰ্মেন্দ্ৰৰ পদত্যাগৰ দাবীত অটল চিজেপি, শনিবাৰলৈ সময় বিচাৰিছে কেন্দ্ৰই
National-International

CJP protest : ধৰ্মেন্দ্ৰৰ পদত্যাগৰ দাবীত অটল চিজেপি, শনিবাৰলৈ সময় বিচাৰিছে কেন্দ্ৰই

July 24, 2026
50
SC on NEET paper leak : ধাৰাবাহিকভাৱে ভুল হৈ থাকিব নোৱাৰে, নীট কাণ্ডত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ
National-International

SC on NEET paper leak : ধাৰাবাহিকভাৱে ভুল হৈ থাকিব নোৱাৰে, নীট কাণ্ডত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

July 24, 2026
50
Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ
National-International

Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ

July 23, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Modi on NEET row : মাজনিশা মনৰ কথা কোৱাতকৈ সংসদত বিবৃতি দিয়ক, মোদীক কটাক্ষ কংগ্ৰেছৰ

Modi on NEET row : মাজনিশা মনৰ কথা কোৱাতকৈ সংসদত বিবৃতি দিয়ক, মোদীক কটাক্ষ কংগ্ৰেছৰ

July 24, 2026
CJP protest : ধৰ্মেন্দ্ৰৰ পদত্যাগৰ দাবীত অটল চিজেপি, শনিবাৰলৈ সময় বিচাৰিছে কেন্দ্ৰই

CJP protest : ধৰ্মেন্দ্ৰৰ পদত্যাগৰ দাবীত অটল চিজেপি, শনিবাৰলৈ সময় বিচাৰিছে কেন্দ্ৰই

July 24, 2026
SC on NEET paper leak : ধাৰাবাহিকভাৱে ভুল হৈ থাকিব নোৱাৰে, নীট কাণ্ডত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

SC on NEET paper leak : ধাৰাবাহিকভাৱে ভুল হৈ থাকিব নোৱাৰে, নীট কাণ্ডত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

July 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx