ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

৬৮ সংখ্যক ক্ষিৰোদ বৰুৱা আন্তঃজিলা ফুটবল টুৰ্ণামেণ্ট

ASSAM TIMES POST by ASSAM TIMES POST
August 26, 2019
Reading Time: 1 min read
A A
0
৬৮ সংখ্যক ক্ষিৰোদ বৰুৱা আন্তঃজিলা ফুটবল টুৰ্ণামেণ্ট

RELATED POSTS

Sarupathar rape case : সৰুপথাৰত পঞ্চাশোৰ্ধ্বৰ মহিলাক ধৰ্ষণ, অভিযুক্তক গ্ৰেপ্তাৰ

Tezpur : তেজপুৰ গোটলুং নামপাৰাত ডিঙি চেপি হত্যা, এজনক আটক

Assam Govt recruitment : অসম চৰকাৰৰ বৃহৎ নিযুক্তি, বিভিন্ন বিভাগৰ ৫ হাজাৰোধিক পদত হ’ব নিযুক্তি

তীব্ৰ প্ৰতিদ্বন্ধিতামুলক খেলত গোৱালপাৰাৰ হাতত কাৰবি আংলং ৫-৪ গ’লৰ ব্যৱধানত পৰাস্ত 
তিনিচুকীয়া, ডিব্ৰগড়, মৰিগাঁও আৰু গোৱালপাৰাৰ অগ্ৰগতি

logo atp | ASSAM TIMES POSTASSAM TIMES POST

ছাইদুল ইছলাম, ডিফুঃ অসম ফুটবল সন্থাৰ তত্বাৱধনাত আৰু কাৰবি আংলং জিলা ক্ৰীড়া সন্থাৰ ব্যৱস্থাপনাত ডিফু আৰু হানজাংলাংছত চলি থকা ৬৮ সংখ্যক ক্ষিৰোদ বৰুৱা সোঁৱৰণি আন্ত:জিলা ফুটবল টুৰ্ণামেণ্টৰ আজিৰ প্ৰিকোৱাৰ্টাৰ ফাইনেল খেলত ক্ৰমে, তিনিচুকীয়া, ডিব্ৰুগড়, মৰিগাঁও আৰু গোৱালপাৰা জিলাই অগ্ৰগতি লাভ কৰি পৰৱৰ্তী খেলত প্ৰৱেশ কৰে ৷

https://youtu.be/Lk7794YUSTw

আজি ডিফুৰ নৱনিৰ্মিত কাছা ষ্টেডিয়ামত চলি থকা দিবা-নৈশৰ ফ্লাড লাইটৰ প্ৰিকোৱাৰ্টাৰ ফাইনেলৰ তীব্ৰ প্ৰতিদ্বন্ধিতামূলক খেলত গোৱাল পাৰা জিলাৰ হাতত ঘৰুৱা দল কাৰবি আংলং ৪-০ গ’লৰ ব্যৱধানত পৰাস্ত হয় ৷

b4f42d9f 2916 4a0a 82e5 491085988531 1 | ASSAM TIMES POST

খেলৰ প্ৰথমাৰ্ধত গোৱালপাৰাৰ ১০ নম্বৰ জাৰ্চীৰ খেলুৱৈ প্ৰথমটো গ’ ল দি দলক ১-০ অগ্ৰগতি প্ৰদান কৰাৰ পিছত দ্বিতীয়াৰ্ধৰ ৪৪ মিনিটত গোৱালপাৰাৰ ৭ নম্বৰ জাৰ্চীৰ খেলুৱৈ দ্বিতীয় গল দিয়ে ইয়াৰ পিছত ক্ৰমে গোৱালপাৰাৰ ৯ নম্বৰ জাৰ্চীৰ খেলুৱৈ শুক্ৰ ৰাভাই ৪৬, ৬৩ আৰু ৬৯ মিনিটত একাধিক্ৰমে তিনিটা গল দি দলৰ স্থিতি মজবুত কৰে যদিও দ্বিতীয়াৰ্দ্ধত কাৰবি আংলঙৰ খেলুৱৈ সকলে উজ্জীৱিতত আৰু তীব্ৰ প্ৰতিদ্বন্ধিতা আগবঢ়াই ক্ৰমে ৬০ মিনিটত ৭ নম্বৰ জাৰ্চীৰ খেলুৱৈ ১ গ’ল, ৮০ মিনিটত ৯নম্বৰ জাৰ্ছীৰ খেলুৱৈ দ্বিতীয়টো গ’ল, ৮১ আৰু ৮৫ মিনিটত ৫নম্বৰ জাৰ্চীৰ খেলুৱৈ জ্যোতিশ্বৰ ইংতিৰ দুটা গ’লেৰে মুঠ গোৱালপাৰাৰ ৪ টা গ’ ল পৰিশোধ কৰিবলৈ সক্ষম হয় যদিও দলৰ বাবে অন্তিম ৰক্ষা কৰিব নোৱাৰিলে ৷

https://wordpress-440531-1379741.cloudwaysapps.com/wp-content/uploads/2019/08/WhatsApp-Video-2019-08-26-at-7.30.40-AM.mp4

খেলখন পৰিচালনা কৰে দেবাশীষ মজুমদাৰে, তেওঁক লাইনত সহায় কৰে ক্ৰমে লুকু দাস আৰু পলাশ কোঁৱৰে ৷ চতুৰ্থ ৰেফাৰীৰ দায়িত্বত আছিল পৱিত্ৰ বৰা ৷ আনহাতে হানজাংলাংচ’ খেল পথাৰত চলি থকা খেলত আজি ক্ৰমে তিনিচুকীয়াই মৰাণক ৫-৩, ডিব্ৰুগড়ে গোলাঘাটক ২-০ আৰু মৰিগাঁৱে মাৰ্ঘেৰিটাক ২- ১ ৰ ব্যৱধানত পৰাস্ত কৰি পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰে ৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Share7Tweet5Send

Related Posts

Sarupathar rape case : সৰুপথাৰত পঞ্চাশোৰ্ধ্বৰ মহিলাক ধৰ্ষণ, অভিযুক্তক গ্ৰেপ্তাৰ
Assam

Sarupathar rape case : সৰুপথাৰত পঞ্চাশোৰ্ধ্বৰ মহিলাক ধৰ্ষণ, অভিযুক্তক গ্ৰেপ্তাৰ

by News Desk
October 26, 2026
51
Tezpur : তেজপুৰ গোটলুং নামপাৰাত ডিঙি চেপি হত্যা, এজনক আটক
Assam

Tezpur : তেজপুৰ গোটলুং নামপাৰাত ডিঙি চেপি হত্যা, এজনক আটক

by News Desk
October 26, 2026
51
Assam Govt recruitment : অসম চৰকাৰৰ বৃহৎ নিযুক্তি, বিভিন্ন বিভাগৰ ৫ হাজাৰোধিক পদত হ’ব নিযুক্তি
Assam

Assam Govt recruitment : অসম চৰকাৰৰ বৃহৎ নিযুক্তি, বিভিন্ন বিভাগৰ ৫ হাজাৰোধিক পদত হ’ব নিযুক্তি

by News Desk
October 24, 2026
52
Lumding theft case : লামডিঙত পুত্ৰৰ বিৰুদ্ধে মাতৃৰ চুৰিৰ অভিযোগ
Assam

Lumding theft case : লামডিঙত পুত্ৰৰ বিৰুদ্ধে মাতৃৰ চুৰিৰ অভিযোগ

by News Desk
October 24, 2026
54
Medicine recover : নলবাৰীৰ বালিকৰিয়াত অবৈধভাবে মজুত ৰখা ঔষধৰ কাৰ্টুন উদ্ধাৰ
Assam

Medicine black market : নলবাৰীত ১০ কোটিৰো অধিক মূল্যৰ চোৰাং ঔষধ উদ্ধাৰ

by News Desk
October 24, 2026
51
Medicine recover : নলবাৰীৰ বালিকৰিয়াত অবৈধভাবে মজুত ৰখা ঔষধৰ কাৰ্টুন উদ্ধাৰ
Assam

Medicine recover : নলবাৰীৰ বালিকৰিয়াত অবৈধভাবে মজুত ৰখা ঔষধৰ কাৰ্টুন উদ্ধাৰ

by News Desk
October 24, 2026
53
ADVERTISEMENT
Guwahati hotel firing : গুৱাহাটীৰ হোটেলত গুলীচালনা কৰা দুৰ্বৃত্তক গ্ৰেপ্তাৰ, নিহত হোটেলৰ স্বত্বাধিকাৰী
Guwahati

Guwahati hotel firing : গুৱাহাটীৰ হোটেলত গুলীচালনা কৰা দুৰ্বৃত্তক গ্ৰেপ্তাৰ, নিহত হোটেলৰ স্বত্বাধিকাৰী

October 26, 2026
52
Delhi pollutition : প্ৰদূষণ ৰোধৰ পদক্ষেপ দিল্লীৰ, ১ নৱেম্বৰৰ পৰা পুৰণি গাড়ী নিষিদ্ধ
National-International

Delhi pollutition : প্ৰদূষণ ৰোধৰ পদক্ষেপ দিল্লীৰ, ১ নৱেম্বৰৰ পৰা পুৰণি গাড়ী নিষিদ্ধ

October 26, 2026
51
Indian Army : প্ৰেমিকাক গোপন সামৰিক তথ্য ফাদিল কৰাৰ অপৰাধত গ্ৰেপ্তাৰ অৱসৰপ্ৰাপ্ত সেনা কেপ্টেইন
National-International

Indian Army : প্ৰেমিকাক গোপন সামৰিক তথ্য ফাদিল কৰাৰ অপৰাধত গ্ৰেপ্তাৰ অৱসৰপ্ৰাপ্ত সেনা কেপ্টেইন

October 26, 2026
52
Mallikarjun Kharge : মোদীৰ বাপেকো যাব লাগিব, খাৰ্গেৰ মন্তব্যৰ ক্ষমা বিচাৰি দেশজুৰি বিজেপিৰ প্ৰতিবাদ
National-International

Mallikarjun Kharge : মোদীৰ বাপেকো যাব লাগিব, খাৰ্গেৰ মন্তব্যৰ ক্ষমা বিচাৰি দেশজুৰি বিজেপিৰ প্ৰতিবাদ

October 26, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Guwahati hotel firing : গুৱাহাটীৰ হোটেলত গুলীচালনা কৰা দুৰ্বৃত্তক গ্ৰেপ্তাৰ, নিহত হোটেলৰ স্বত্বাধিকাৰী

Guwahati hotel firing : গুৱাহাটীৰ হোটেলত গুলীচালনা কৰা দুৰ্বৃত্তক গ্ৰেপ্তাৰ, নিহত হোটেলৰ স্বত্বাধিকাৰী

October 26, 2026
Delhi pollutition : প্ৰদূষণ ৰোধৰ পদক্ষেপ দিল্লীৰ, ১ নৱেম্বৰৰ পৰা পুৰণি গাড়ী নিষিদ্ধ

Delhi pollutition : প্ৰদূষণ ৰোধৰ পদক্ষেপ দিল্লীৰ, ১ নৱেম্বৰৰ পৰা পুৰণি গাড়ী নিষিদ্ধ

October 26, 2026
Indian Army : প্ৰেমিকাক গোপন সামৰিক তথ্য ফাদিল কৰাৰ অপৰাধত গ্ৰেপ্তাৰ অৱসৰপ্ৰাপ্ত সেনা কেপ্টেইন

Indian Army : প্ৰেমিকাক গোপন সামৰিক তথ্য ফাদিল কৰাৰ অপৰাধত গ্ৰেপ্তাৰ অৱসৰপ্ৰাপ্ত সেনা কেপ্টেইন

October 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d