লংকাৰ পৰা মনোজ কুমাৰ পাঠক
নলাৰ পানীত পৰি থকা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি খৱৰ দিয়ে আৰক্ষীক । নিজৰ অপকৰ্ম লুকুৱাৰ বাবে এনেদৰে পাষণ্ডই পেলাই থৈ যোৱাৰ সন্দেহ স্হানীয় লোকৰ । স্হানীয় আশা কৰ্মীৰ ভাষ্য অনুসৰি, জুঠাংবস্তি অঞ্চলত নাই সন্তান সম্ভৱা মাতৃ। পিছত ঘটনাস্হলীত আৰক্ষীয়ে আশাকৰ্মীৰ সহযোগত উদ্ধাৰ কৰে দেৱ কন্যা শিশুটি। পৰিত্যক্ত মৃত কন্যা শিশুটিৰ বয়স আনুমানিক ৬-৭ মাহ।