ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

গড়কাপ্তানি বিভাগৰ উদ্যোগত ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ সজাগতা সভা

কাৰবি আংলঙত 62 আৰু পশ্চিম কাৰবি আংলঙত 13টা পথ দুৰ্ঘটনা

News Desk by News Desk
January 27, 2021
Reading Time: 1 min read
A A
0

New Logo Very Smal | ASSAM TIMES POST
ষ্টাফ ৰিপ’ৰ্টাৰ

RELATED POSTS

Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

Body Recovered in Bokoliaghat: Tragic, Mysterious Death

Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong

ডিফু : ১৮ জানুৱাৰী ২০২০ৰ পৰা ১৭ ফেব্ৰুৱাৰী ২০২০লৈকে চলিবলগীয়া ৰাষ্ট্ৰজোৰা পথ সুৰক্ষা মাহৰ লগত সংগতি ৰাখি অসম তথা কাৰবি আংলঙতো ৩২ সংখ্যক পথ সুৰক্ষা মাহ পালন কৰা হৈ আছে ৷

646a888d 69d9 4fca 9647 f7c44070c56c | ASSAM TIMES POST“পথ সুৰক্ষাই জীৱন সুৰক্ষা” ৰ থীম হিচাপে লৈ আজি পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুৰ বিজেপি কাৰ্যালয়ৰ সন্মূখত পিডব্লিউ ডিফু পথ সংমণ্ডলৰ উদ্যোগত এখনি সজাগতা সভা অনুষ্ঠিত কৰা হয় ৷ সভাত মুখ্য অতিথি হিচাপে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ লগতে সন্মানীয় অতিথি হিচাপে সাংসদ হৰেণছিং বে, জিলা আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰী, প্ৰমুখ্য কৰি কেইবাগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে ৷

d0b1d51a 44a4 48b1 a146 de0f484333b1 | ASSAM TIMES POSTসভাৰ আৰম্ভণিতেই অসম চৰকাৰৰ লোক নিৰ্মান বিভাগৰ মুখ্য অভিযন্তা পবন তেৰাঙ (ইএপি) য়ে আদৰণি ভাষণত পথ দূৰ্ঘটনা সন্দৰ্ভত দেশ তথা ৰাজ্যৰ সামগ্ৰিক পৰিসংখ্যা দাঙি ধৰে ৷ তেওঁ তথ্যত ৰাজ্যৰ পথ দূৰ্ঘটনাৰ উদ্বেগজনক হাৰটো স্পষ্ট হৈ পৰে ৷

তেওঁ জনোৱা অনুসৰি অসমত মুঠ পথৰ দৈৰ্ঘ্য 57,617টা পথ ৷ ইয়াৰে ৰাষ্ট্ৰীয় ঘাই পথত 3900 কিল,মিটাৰ, ৰাজ্যিক ঘাইপথত 3059 কিল’মিটাৰ আৰু মেগা জিলাত , 4360 কিল’মিটাৰ নগৰীয়া পথ 1701 কিল’মিটাৰ আৰু গ্ৰাম্য পথ 44,597 কিল’মিটাৰ পথ আছে ৷

আৰক্ষী, চিআইডি আৰু পিডব্লিউডি বিভাগে আগবঢ়োৱা পৰিসংখ্যা অনুসৰি ৰাষ্ট্ৰীয় ঘাই পথত 2018 ইং, বৰ্ষত 3963 ,2019 ত 3988, টা পথ দূৰ্ঘটনা সংঘটিত হোৱাৰ বিপৰীতে, 2018 বৰ্ষত 1541জন আৰু 2019ত 1619জন লোকৰ মৃত্যু হৈছে ৷

পিডব্লিউডি বিভাগে যুগুতোৱা প্ৰতিবেদন মতে 2018 ইং, বৰ্ষত 2111, 2019ত 2102 টা পথ দূৰ্ঘটনা আৰু 2018ত 681টজন 2019ত 659 জনৰ মৃত্যু হৈছে ৷ সকলো ধৰণৰ পথত 2019ত 1’6% দূৰ্ঘটনা বৃদ্ধি পাইছে ৷ আনহাতে ভাৰতৰ ঘাইপথ মন্ত্ৰালয়ে আগবঢ়োৱা তথ্য অনুসৰি ভাৰতত মুঠ 1,51417জনৰ মৃত্যু হৈছে যিটো সমগ্ৰ বিশ্বৰ 11 শতাংংশ ৷

07aaac22 28eb 4d60 8360 f3ac4d73e044 | ASSAM TIMES POSTসমগ্ৰ বিশ্বত মুঠ 2018 বৰ্ষত 13’5 লাখ পথ দূৰ্ঘটনা হৈছে ৷ তাৰ ভিতৰত ভাৰতৰ স্থান প্ৰথম ৷ অসমত মুঠ 2966 টা পথ দূৰ্ঘটনাৰে 2 শতাংশ স্থান অধিকাৰ কৰি আছে ৷ইয়াৰে মাজুলিত সৰ্বনিম্ন 3টা, আৰু শোণিতপুৰ জিলাত সৰ্বোচ্চ 116 টা, আৰু কাৰবি আংলঙত 62 টা আৰু পশ্চিম কাৰবি আংলঙত 13 টা পথ দূৰ্ঘটনা সংঘটিত হৈছে বুলি মুখ্য অভিযন্তা গৰাকীয়ে জানিবলৈ দিছে ৷

মুখ্য অতিথিৰ ভাষণত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয়যে, পথ সমূহ যিমান সুন্দৰকৈ নিৰ্মান কৰা হৈছে দূৰ্ঘটনা সিমানেই বৃদ্ধি পাইছে, সেয়ে সংশ্লিষ্ট বিভাগে পথ সমূহত পৰ্যাপ্ত স্পীড ব্ৰেকাৰ লগাব লাগে বুলি কয় ৷ ইয়াৰোপৰি পথ সুৰক্ষাৰ সজাগতা কাৰ্যসূচী সমূহ সকলো স্তৰতে লৈ যাব লাগে বুলি মন্তব্য কৰে ৷

সাংসদ হৰেণছিং বে’ই নিজৰ ভাষণ প্ৰসংগত কয়যে পথ সমূহৰ অৱস্থা যিমানেই ভাল সিমানেই সচেতনতা হ্ৰাস হোৱাৰ বাবে দূৰ্ঘটনা বৃদ্ধি পাইছে ৷ তেওঁ কাৰবি আংলঙত দূৰ্ঘটনাৰ হাৰ শুণ্য হোৱাৰ কামনা কৰিছে৷ ইয়াৰোপৰি মুখ্য অভিযন্তা পৱন তেৰাঙে সাংবাদিকৰ আগত কয়যে ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধিকৰণ মন্ত্ৰালয়ে দেশত দূৰ্ঘটনাৰ পৰিমান বৃদ্ধি পোৱাৰ বাবে পথ সুৰক্ষা সপ্তাহৰ পৰিৱৰ্তে মাহযোৰা কাৰ্যসূচীলৈ এইবাৰ পথ সুৰক্ষা মাহ হিচাপে পালন কৰা হৈছে ৷

Tags: karbi anglong
Share4Tweet3Send

Related Posts

Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by ASSAM TIMES POST
June 30, 2026
50
Body Recovered in Bokoliaghat: Tragic, Mysterious Death
KARBI ANGLONG

Body Recovered in Bokoliaghat: Tragic, Mysterious Death

by ASSAM TIMES POST
June 30, 2026
50
Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong
KARBI ANGLONG

Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong

by ASSAM TIMES POST
June 30, 2026
50
Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive
KARBI ANGLONG

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

by ASSAM TIMES POST
June 26, 2026
50
One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ
KARBI ANGLONG

One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ

by ASSAM TIMES POST
June 25, 2026
50
Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি
KARBI ANGLONG

Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি

by ASSAM TIMES POST
June 25, 2026
50
ADVERTISEMENT
Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প
National-International

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

June 30, 2026
50
Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’
National-International

Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

June 30, 2026
50
E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই
National-International

E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই

June 30, 2026
50
Ram Mandir controversy : ৰাম মন্দিৰলৈ যোৱাৰ পূৰ্বে গৃহবন্দী কংগ্ৰেছ সভাপতি
National-International

Ram Mandir controversy : ৰাম মন্দিৰলৈ যোৱাৰ পূৰ্বে গৃহবন্দী কংগ্ৰেছ সভাপতি

June 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

June 30, 2026
Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

June 30, 2026
E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই

E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই

June 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx