ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

এনআৰচি প্ৰকাশৰ প্ৰাকক্ষণত শিলাদিত্যৰ টাৰ্গেট আছু, আমছু

ASSAM TIMES POST by ASSAM TIMES POST
August 23, 2019
Reading Time: 1 min read
A A
0
এনআৰচি প্ৰকাশৰ প্ৰাকক্ষণত শিলাদিত্যৰ টাৰ্গেট আছু, আমছু

RELATED POSTS

Devashis Sarma retirement : নগাঁও জিলা আয়ুক্তৰ স্বেচ্ছামূলক অৱসৰে ৰাজনৈতিক মহলত সৃষ্টি কৰিছে ধুমুহা, কংগ্ৰেছৰ গুৰুতৰ অভিযোগ

Dr. Prayas Singhal : ডাঃ প্ৰয়াস সিংঘালৰ মৃত্যুক লৈ চাঞ্চল্যকৰ তথ্য পোহৰলৈ অহাৰ দাবী

Raijor Dal-Congress : কংগ্ৰেছ–ৰাইজৰ দলৰ মিত্ৰতা ভংগ, পৰস্পৰক লৈ তীব্ৰ অভিযোগ

logo atp | ASSAM TIMES POSTASSAM TIMES POST

গুৱাহাটীঃ উন্নীত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰকাশলৈ মাজত মাথো কেইটামান দিন বাকী থকা সময়তে শুকুৰবাৰে আছু আৰু আমছুক আক্ৰমণৰ লক্ষ্য কৰি লয় বিজেপিৰ বিধায়ক শিলাদিত্য দেবে। দেবে কয় যে বাংলাদেশী মুছলমানৰ নাম থকা এনআৰচি প্ৰকাশ হ’বলৈ গৈ আছে। এই এনআৰচিয়ে অসমীয়া জাতিক ধ্বংস কৰিব। মদন মল্লিক নামৰ এজন শ্বহীদৰ পৰিয়াললৈ বিদেশী বুলি জাননী আহিছে বুলি তেওঁ উল্লেখ কৰি কয় যে আছুৱে ৮৫৫জন শ্বহীদৰ কথা কয়, কিন্তু শ্বহীদক অপমান কৰাৰ সময়ত মিঠাই খাই আছে। আমছুকো কটাক্ষ কৰি শিলাদিত্য দেবে কয়, ‘আমছুৱে কিয় এজনো বিদেশী মুছলমান চিনাক্ত কৰি দিব পৰা নাই।’ নৱেম্বৰৰপৰা এনআৰচিৰ বিৰুদ্ধে মহা আন্দোলন হ’ব বুলি কৈ বাংলাদেশী মুছলমানৰ নাম অন্তৰ্ভুক্ত হোৱা এনআৰচিৰ সকলো কাম বন্ধ কৰি দিব লাগে বুলি উল্লেখ কৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Share4Tweet3Send

Related Posts

Devashis Sarma retirement : নগাঁও জিলা আয়ুক্তৰ স্বেচ্ছামূলক অৱসৰে ৰাজনৈতিক মহলত সৃষ্টি কৰিছে ধুমুহা, কংগ্ৰেছৰ গুৰুতৰ অভিযোগ
Assam

by News Desk
September 4, 2026
50
Dr. Prayas Singhal : ডাঃ প্ৰয়াস সিংঘালৰ মৃত্যুক লৈ চাঞ্চল্যকৰ তথ্য পোহৰলৈ অহাৰ দাবী
Guwahati

September 3, 2026
54
Raijor Dal-Congress : কংগ্ৰেছ–ৰাইজৰ দলৰ মিত্ৰতা ভংগ, পৰস্পৰক লৈ তীব্ৰ অভিযোগ
Assam

Raijor Dal-Congress : কংগ্ৰেছ–ৰাইজৰ দলৰ মিত্ৰতা ভংগ, পৰস্পৰক লৈ তীব্ৰ অভিযোগ

by News Desk
September 3, 2026
53
Raijor Dal : মিত্ৰতাৰ নীতি-নিয়ম উলংঘা কৰাৰ পৰিপ্ৰেক্ষিত “ৰাইজৰ দল”ৰ সৈতে মিত্ৰতা ভংগ কংগ্ৰেছৰ

51
BIG BREAKING:বকোৰ গামেৰীমূৰা আৰক্ষী পহৰা চকীত চাঞ্চল্যকৰ গুলীচালনা,দুই আৰক্ষী জোৱান নিহত

by ASSAM TIMES POST
September 3, 2026
60
Sonapur toll gate : সোণাপুৰৰ নাজিৰাখাট টোলগেটত পুনৰ উত্তেজন, AJYCPৰ তীব্ৰ প্ৰতিবাদ
Guwahati

Sonapur toll gate : সোণাপুৰৰ নাজিৰাখাট টোলগেটত পুনৰ উত্তেজন, AJYCPৰ তীব্ৰ প্ৰতিবাদ

by News Desk
September 2, 2026
60
ADVERTISEMENT
Devashis Sarma retirement : নগাঁও জিলা আয়ুক্তৰ স্বেচ্ছামূলক অৱসৰে ৰাজনৈতিক মহলত সৃষ্টি কৰিছে ধুমুহা, কংগ্ৰেছৰ গুৰুতৰ অভিযোগ
Assam

Devashis Sarma retirement : নগাঁও জিলা আয়ুক্তৰ স্বেচ্ছামূলক অৱসৰে ৰাজনৈতিক মহলত সৃষ্টি কৰিছে ধুমুহা, কংগ্ৰেছৰ গুৰুতৰ অভিযোগ

September 4, 2026
50
Arunachal mountain lakes : অৰুণাচলত বৃদ্ধি পাইছে একাধিক পাহাৰীয়া হ্ৰদৰ আকাৰ, গৱেষণাত ভংকৰ তথ্য
NORTHEAST

FCRA bill : বিদেশী অনুদান নিয়ন্ত্ৰণ বিধেয়ক পুনৰীক্ষণৰ বাবে গঠন কৰা জেপিচিৰ অধ্যক্ষ পদত বিজেপি সাংসদ
National-International

FCRA bill : বিদেশী অনুদান নিয়ন্ত্ৰণ বিধেয়ক পুনৰীক্ষণৰ বাবে গঠন কৰা জেপিচিৰ অধ্যক্ষ পদত বিজেপি সাংসদ

September 4, 2026
50
Drugs seized : কাৰ্বি আংলঙৰ খাকৰাজনাত যাত্ৰীবাহী বাছৰ পৰা ড্ৰাগছ জব্দ, আটক সৰবৰাহকাৰী
KARBI ANGLONG

Drugs seized : কাৰ্বি আংলঙৰ খাকৰাজনাত যাত্ৰীবাহী বাছৰ পৰা ড্ৰাগছ জব্দ, আটক সৰবৰাহকাৰী

September 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Devashis Sarma retirement : নগাঁও জিলা আয়ুক্তৰ স্বেচ্ছামূলক অৱসৰে ৰাজনৈতিক মহলত সৃষ্টি কৰিছে ধুমুহা, কংগ্ৰেছৰ গুৰুতৰ অভিযোগ

Devashis Sarma retirement : নগাঁও জিলা আয়ুক্তৰ স্বেচ্ছামূলক অৱসৰে ৰাজনৈতিক মহলত সৃষ্টি কৰিছে ধুমুহা, কংগ্ৰেছৰ গুৰুতৰ অভিযোগ

September 4, 2026
Arunachal mountain lakes : অৰুণাচলত বৃদ্ধি পাইছে একাধিক পাহাৰীয়া হ্ৰদৰ আকাৰ, গৱেষণাত ভংকৰ তথ্য

Arunachal mountain lakes : অৰুণাচলত বৃদ্ধি পাইছে একাধিক পাহাৰীয়া হ্ৰদৰ আকাৰ, গৱেষণাত ভংকৰ তথ্য

September 4, 2026
FCRA bill : বিদেশী অনুদান নিয়ন্ত্ৰণ বিধেয়ক পুনৰীক্ষণৰ বাবে গঠন কৰা জেপিচিৰ অধ্যক্ষ পদত বিজেপি সাংসদ

FCRA bill : বিদেশী অনুদান নিয়ন্ত্ৰণ বিধেয়ক পুনৰীক্ষণৰ বাবে গঠন কৰা জেপিচিৰ অধ্যক্ষ পদত বিজেপি সাংসদ

September 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d