ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

আৰম্ভ হ’ল দেশৰ প্ৰথম এয়াৰ টেক্সি সেৱা

News Desk by News Desk
January 16, 2021
Reading Time: 1 min read
A A
0

RELATED POSTS

Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত

Sonia Gandhi : নাগৰিকত্ব পোৱাৰ পূৰ্বে ভোটাধিকাৰ, ছোনিয়া গান্ধীৰ তদন্তৰ আবেদন নাকচ কৰা ৰায় বাতিল বিশেষ আদালতৰ

Ajit Doval : চীন-ছিকিম সীমান্তত নিৰুদ্দেশ ভাৰতীয় চোৰাংচোৱা বিষয়াৰ দল, ক’লৈ গ’ল তেওঁলোক? অজিত ডোভালৰ কাহিনীত আপুনিও শিহৰিত হ’ব

New Logo Very Smal | ASSAM TIMES POST
নিউজ ডেস্কঃ

দেশৰ প্রথম এয়াৰ টেক্সি সেৱা আৰম্ভ হ’ল চণ্ডীগড়ত৷ প্রথম পর্যায়ত পঞ্জাবৰ ৰাজধানীৰ পৰা হাৰিয়ানাৰ হিসৰেলৈ উৰিব বিমানখন৷ লাহে লাহে আৰু ৰুট সংযুক্ত হ’ব৷ হাৰিয়ানাৰ মুখ্যমন্ত্রী মনোহৰলাল খট্টৰে উদ্বোধন কৰে এই এয়াৰ টেক্সি সেৱা৷ কেন্দ্রীয় চৰকাৰৰ উড়ান প্রকল্পৰ অধীনত এই বিমান চলাচল কৰিব৷

খট্টৰে সাংবাদিকৰ আগত কয়, “এই প্রথম আমাৰ দেশত এয়াৰ টেক্সি আৰম্ভ হ’ল৷ অনান্য দেশত যি ইতিমধ্যেই জনপ্রিয়৷ বৰ্তমান প্রথম পর্যায়ত চণ্ডীগড়ৰ পৰা হাৰিয়ানালৈ যাব বিমানখন৷ দ্বিতীয় পর্যায় আৰম্ভ হ’ব ১৮ জানুৱাৰীৰ পৰা৷ হিসৰৰ পৰা ডেৰাডুনলৈ যাব এই সেৱা আৰু তৃতীয় পর্যায় ২৩ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব৷ চণ্ডীগড়ৰ পৰা ডেৰাডুন আৰু হিসৰৰ পৰা ধৰমশালাৰ ৰুট দুটি সংযুক্ত হ’ব৷  এই সৰু বিমানত চাৰিজন যাত্ৰী একেলগে যাব পাৰিব৷ ঘণ্টাত ২৫০ কি:মি: বেগত এই বিমান উৰিব ৷ এয়াৰ টেক্সি আৰম্ভ হোৱাৰ বাবে ৰাজ্যৰ লগতে মই বাকী দেশকো শুভেচ্ছা জনাব বিচাৰো৷ এয়াৰ টেক্সিৰ ভাড়াও বেছি নহ’ব৷ হিসৰৰ পৰা ভলভো বাছত চণ্ডীগড়লৈ যাবলৈ ৭০০ টকা লাগে৷ বিমানত দিব লাগিব ১৭৫৫ টকা ৷”

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Featured
Share5Tweet3Send

Related Posts

Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত
National-International

by News Desk
September 21, 2026
50
Sonia Gandhi : নাগৰিকত্ব পোৱাৰ পূৰ্বে ভোটাধিকাৰ, ছোনিয়া গান্ধীৰ তদন্তৰ আবেদন নাকচ কৰা ৰায় বাতিল বিশেষ আদালতৰ
National-International

Sonia Gandhi : নাগৰিকত্ব পোৱাৰ পূৰ্বে ভোটাধিকাৰ, ছোনিয়া গান্ধীৰ তদন্তৰ আবেদন নাকচ কৰা ৰায় বাতিল বিশেষ আদালতৰ

by News Desk
September 21, 2026
50
Ajit Doval : চীন-ছিকিম সীমান্তত নিৰুদ্দেশ ভাৰতীয় চোৰাংচোৱা বিষয়াৰ দল, ক’লৈ গ’ল তেওঁলোক? অজিত ডোভালৰ কাহিনীত আপুনিও শিহৰিত হ’ব
National-International

Ajit Doval : চীন-ছিকিম সীমান্তত নিৰুদ্দেশ ভাৰতীয় চোৰাংচোৱা বিষয়াৰ দল, ক’লৈ গ’ল তেওঁলোক? অজিত ডোভালৰ কাহিনীত আপুনিও শিহৰিত হ’ব

by News Desk
September 21, 2026
50
Indo Bangladesh ties : ভাৰত-বাংলাদেশৰ যৌথ টাস্ক ফ’ৰ্চ গঠনৰ বাবে আলোচনা, দ্বিপাক্ষিক বাণিজ্য বৃদ্ধিৰ বাবে আগ্ৰহী দুয়ো দেশ
National-International

Indo Bangladesh ties : ভাৰত-বাংলাদেশৰ যৌথ টাস্ক ফ’ৰ্চ গঠনৰ বাবে আলোচনা, দ্বিপাক্ষিক বাণিজ্য বৃদ্ধিৰ বাবে আগ্ৰহী দুয়ো দেশ

by News Desk
September 21, 2026
50
Strait of Hormuz : হৰমুজৰ সমীপত এলপিজি টেংকাৰত ড্ৰোন আক্ৰমণ, কথমপি ৰক্ষা পৰিল ৯ ভাৰতীয়
National-International

Strait of Hormuz : হৰমুজৰ সমীপত এলপিজি টেংকাৰত ড্ৰোন আক্ৰমণ, কথমপি ৰক্ষা পৰিল ৯ ভাৰতীয়

by News Desk
September 21, 2026
50
Japanese aircraft : প্ৰথমবাৰৰ বাবে ভাৰতৰ মাটিত জাপানৰ যুদ্ধ বিমান, ‘বীৰ গাৰ্ডিয়ান-২০২৬’ অনুশীলনত সহযোগিতাৰ বাৰ্তা দুই বায়ুসেনাৰ মুৰব্বীৰ
National-International

Japanese aircraft : প্ৰথমবাৰৰ বাবে ভাৰতৰ মাটিত জাপানৰ যুদ্ধ বিমান, ‘বীৰ গাৰ্ডিয়ান-২০২৬’ অনুশীলনত সহযোগিতাৰ বাৰ্তা দুই বায়ুসেনাৰ মুৰব্বীৰ

by News Desk
September 21, 2026
51
ADVERTISEMENT
Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩
KARBI ANGLONG

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

September 21, 2026
50
CM Himanta Biswa Sarma : ডিফুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দল-সংগঠনৰ সৈতে আলোচনা
DIPHU

CM Himanta Biswa Sarma : ডিফুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দল-সংগঠনৰ সৈতে আলোচনা

September 21, 2026
50
Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত
National-International

Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত

September 21, 2026
50
Sonia Gandhi : নাগৰিকত্ব পোৱাৰ পূৰ্বে ভোটাধিকাৰ, ছোনিয়া গান্ধীৰ তদন্তৰ আবেদন নাকচ কৰা ৰায় বাতিল বিশেষ আদালতৰ
National-International

Sonia Gandhi : নাগৰিকত্ব পোৱাৰ পূৰ্বে ভোটাধিকাৰ, ছোনিয়া গান্ধীৰ তদন্তৰ আবেদন নাকচ কৰা ৰায় বাতিল বিশেষ আদালতৰ

September 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

September 21, 2026
CM Himanta Biswa Sarma : ডিফুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দল-সংগঠনৰ সৈতে আলোচনা

CM Himanta Biswa Sarma : ডিফুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দল-সংগঠনৰ সৈতে আলোচনা

September 21, 2026
Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত

Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত

September 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d