বিশেষ প্ৰতিবেদন:
মেকং নদীৰ ওপৰৰ চীনৰ বান্ধসমূহত কানীৰ স্তৰ হিচাপ কৰিবলৈ আৰু প্রকাশ কৰিবৰ কাৰণে চেটেলাইট ব্যৱহাৰ কৰা মার্কিন অনুদানযুক্ত এটা প্রকল্প সোমবাৰে ঘোষণা কৰা হৈছিল দক্ষিণ-পূব এছিয়াৰ “চুপাৰ পাৱাৰ” প্রতিদ্বন্দ্বিতাত সংলগ্ন কৰি ।
৪,৩৫০ কিলোমিটাৰ (২,৭০০ মাইল) নৌপথ – যি চীনত লানকাং নামেৰে পৰিচিত আৰু ম্যানমাৰ, লাৱছ, থাইলেণ্ড, কম্বোদিয়া আৰু ভিয়েটনামৰ দক্ষিণে প্রবাহিত – প্রতিযোগিতাৰ কেন্দ্রবিন্দুত পৰিণত হৈছে ।
তথ্যসমূহৰ আপডেট মঙ্গলবাৰৰপৰা সকলোৰে বাবে মুকৰি কৰা হ’ব ৷