বিশেষ প্ৰতিবেদন:
আমাৰ সমাজত ৰান্ধনি বুলি ক’লে সাধাৰণতেই হাঁহি উৰাই দিয়া হয় ৷ পঢ়া শুনা ভালকৈ নকৰিলে তিৰস্কাৰসূচক ভাৱে কোৱা হয় “হেতাকে ঘুৰাবি” বা বহুতো ৷ তাৰোপৰি ৰন্ধা-বঢ়াৰ কাম কেৱল মহিলাৰহে বুলিও ধাৰণা লৈ ভাল পায় বেছি সংখ্যক মানুহে ৷
পিছে আপুনি জানি আচৰিত হ’ব বিশ্বৰ সকলোতকৈ ধনী ৰন্ধা-বঢ়া কৰা ব্যক্তিজন এজন পুৰুষ ৷ জানেনে বাৰু তেখেতৰ মুঠ সম্পত্তিৰ মূল্য কিমান? $১.১ বিলিয়ন, অৰ্থাৎ ভাৰতীয় হিচাপত ৮১,১১,২১,৩০,০০০.০০ টকা ৷ বিশ্বৰ সকলোতকৈ ধনী এই ৰান্ধনিজনৰ নাম আলান ৱং আৰু তেখেত জাপানৰ বাসিন্দা ৷ তেখেতৰ ধনৰ উৎস কেৱল ৰেষ্টুৰেণ্ট ৷