![]()
নিউজ ডেস্কঃ
ভাৰতীয় কৃষক ইউনিয়নে আজি উচ্চতম ন্যায়ালয়ত এক আবেদন কৰিছে ছেপ্টেম্বৰ মাহত সংসদত অনুমোদিত হোৱা তিনিখন কৃষি আইন বাতিল কৰিবলৈ দাবী জনায়। বহু লাখ কৃষক যোৱা বহু সপ্তাহ ধৰি এই আইনকেইখনৰ বিৰুদ্ধে চৰকাৰৰ বিৰোধিতা কৰি দাবি জনাইছে যে তেওঁলোকে এই আইনসমূহ বাতিল কৰিব লাগে ।
সেই আইন কেইখনক “স্বেচ্ছাচাৰী” (Arbitrary) আখ্যা দি আবেদনত অভিযোগ কৰা হৈছে যে আইনকেইখন পর্যাপ্ত আলোচনা নকৰাকৈয়ে অনুমোদন কৰা হৈছিল।











