ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : অসমৰ তিনিটা কার্যকালৰ মুখ্যমন্ত্রী তৰুণ গগৈৰ দেহাৱসানত গভীৰ শােক প্রকাশ কৰিছে কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙে। সংবাদমাধ্যমৰ আগত গগৈৰ বিয়ােগে অসমৰ ৰাজনীতিত এক অপূৰণীয় ক্ষতি সাধন
কৰিলে বুলি মন্তব্য কৰে ৰংহাঙে।
কার্বি আংলং জিলাৰ প্রতি সদায় সহযােগিতাৰ মনোভাবআগবঢ়ােৱা গগৈয়ে জিলাখনৰ বাবে যথেষ্ট বৰঙণি আগবঢ়োৱা বুলিও ৰংহাঙে মন্তব্য কৰে।বিদেহী আত্মাৰ সদগতিৰ বাবে ভগৱানৰ ওচৰত প্রার্থনা জনাইছে বুলিও ৰংহাঙে মন্তব্য কৰে।













