ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

নগাঁৱৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়স্থিত এনআৰচি কেন্দ্ৰত নিশা সুৰাৰ আড্ডাঃ কৰ্তব্যৰত নিৰাপত্তাৰক্ষীক আক্ৰমণৰ চেষ্টা সুৰামত্ত এনআৰচি কৰ্মীৰ

ASSAM TIMES POST by ASSAM TIMES POST
August 19, 2019
Reading Time: 1 min read
A A
0
নগাঁৱৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়স্থিত এনআৰচি কেন্দ্ৰত নিশা সুৰাৰ আড্ডাঃ কৰ্তব্যৰত নিৰাপত্তাৰক্ষীক আক্ৰমণৰ চেষ্টা সুৰামত্ত এনআৰচি কৰ্মীৰ

logo atp | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

নগাঁওঃ অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ দলিল স্বৰূপ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী চমুকৈ এন আৰ চি চূড়ান্ত তালিকা প্ৰকাশ পাবলৈ মাজত মাত্ৰ কেইটামান দিন থকা অৱস্থাত এন আৰ চিৰ কেন্দ্ৰ হিচাপে ব্যৱহৃত নগাঁও সদৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত নিশা সুৰাৰ আড্ডা চলি থকাৰ কথা পোহৰলৈ অহাত চাঞ্চল্যৰ সৃষ্টি হৈছে।

প্ৰাপ্ত খবৰ মতে কালি মাজনিশালৈকে এন আৰ চিৰ কামত নিয়োজিত কেন্দ্ৰটোৰ একাংশ কৰ্মচাৰীয়ে সুৰাপান কৰি কাৰ্যালয়টোত এক হূলস্থূলীয়া পৰিবেশৰ সৃষ্টি কৰে।এনে পৰিস্থিতি প্ৰত্যক্ষ কৰি কাৰ্যালয়টোৰ নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষীৰ এজন কনিষ্টবলে তেওঁলোকক বাধা প্ৰদান কৰিবলৈ যাওতে তেওঁক ভীতিপ্ৰদৰ্শন কৰাৰ লগতে মাৰপিট কৰিবলৈও উদ্যত হয়।

তেতিয়া তেওঁ সতীৰ্থ নিৰাপত্তাৰক্ষী সকলক খবৰ দিবলৈ যোৱাৰ লগতে শীৰ্ষ আৰক্ষীকো ঘটনা সম্পৰ্কে জনায়। লগে লগে নগাঁও জিলাৰ উপ-আৰক্ষী অধীক্ষক আৰু সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ঘটনাস্থলীত উপস্থিত হয়। লগতে নগাঁও সদৰ ৰাজহ চক্ৰ বিষয়া পঞ্চমী চৌধুৰীও ঘটনাস্থলীত উপস্থিত হয়। শীৰ্ষ আৰক্ষী বিষয়াৰ দলটোক দেখি সুৰাপান কৰি থকা কৰ্মচাৰীৰ দলটোৱে সেই স্থানৰ পৰা পলায়ন কৰে।

ঘটনা সম্পৰ্কত নগাঁও সদৰ ৰাজহ চক্ৰই বিষয়াই কয় যে ঘটনাটোৰ তদন্ত কৰা হ’ব। কিন্তু সুৰাপানৰ লগত এন আৰ চিৰ কৰ্তব্যত নিয়োজিত কৰ্মচাৰী জড়িত হয় নে নহয়, আমি নিশ্চিত নহয়। হয়তো অন্য কোনো দুস্কৃতিকাৰীয়েহে এই কাৰ্য কৰিব পাৰে। ইয়াৰ বিপৰীতে নিৰাপত্তাৰ দায়িত্বত থকা ব্যক্তিসকলে এন আৰ চিৰ দায়িত্বত নিয়োজিত কৰ্মচাৰীয়েই ঘটনাটোৰ লগত জড়িত থকা বুলি কয়।

লক্ষ্যনীয় কথা যে এন আৰ চিৰ দৰে এটা স্পৰ্শকাতৰ বিষয়ৰ কাৰ্যালয়ত কোনো লোকে সুৰাপান কৰা কাৰ্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।এই ক্ষেত্ৰত নিৰাপত্তা ব্যৱস্থাটোৰ সোপাঢিলা দিশটোও উন্মোচিত কৰিছে। ইপিনে কাৰ্যালয়টোত এন আৰ চিৰ দায়িত্বত নিয়োজিত কৰ্মচাৰী সকলে তেওঁলোকৰ বিৰুদ্ধে উত্থাপিত অভিযোগ নস্যাৎ কৰিছে।

Share6Tweet3Send

Related Posts

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ
ALL NEWS

New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ

by Staff Reporter
February 13, 2026
50
ADVERTISEMENT
TMC crisis I লোকসভাত তৃণমূলৰ ২০ সাংসদ এনডিএৰ পক্ষত, পাৰ কৰিলে ৩০০ সংখ্যা
National-International

TMC crisis I লোকসভাত তৃণমূলৰ ২০ সাংসদ এনডিএৰ পক্ষত, পাৰ কৰিলে ৩০০ সংখ্যা

June 9, 2026
50
Visakhapatnam industrial accident I বিশাখাপট্টনমৰ তীখা কাৰখানাত দুৰ্ঘটনা, কমেও ৮ জনৰ মৃত্যু
National-International

Visakhapatnam industrial accident I বিশাখাপট্টনমৰ তীখা কাৰখানাত দুৰ্ঘটনা, কমেও ৮ জনৰ মৃত্যু

June 9, 2026
50
ফিফা বিশ্বকাপৰ জ্বৰে আগুৰি ধৰিছে ডিফু চহৰক :অনুৰাগীসকলে সৰ্ববৃহৎ ফুটবল কাৰ্নিভাল উদযাপনৰ বাবে সাজু
KARBI ANGLONG

ফিফা বিশ্বকাপৰ জ্বৰে আগুৰি ধৰিছে ডিফু চহৰক :অনুৰাগীসকলে সৰ্ববৃহৎ ফুটবল কাৰ্নিভাল উদযাপনৰ বাবে সাজু

June 9, 2026
50
One Death in Manipur : ‎মণিপুৰত অচিনাক্ত সশস্ত্ৰ আক্ৰমণকাৰীৰ গুলীত নিহত ১
NORTHEAST

One Death in Manipur : ‎মণিপুৰত অচিনাক্ত সশস্ত্ৰ আক্ৰমণকাৰীৰ গুলীত নিহত ১

June 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

TMC crisis I লোকসভাত তৃণমূলৰ ২০ সাংসদ এনডিএৰ পক্ষত, পাৰ কৰিলে ৩০০ সংখ্যা

TMC crisis I লোকসভাত তৃণমূলৰ ২০ সাংসদ এনডিএৰ পক্ষত, পাৰ কৰিলে ৩০০ সংখ্যা

June 9, 2026
Visakhapatnam industrial accident I বিশাখাপট্টনমৰ তীখা কাৰখানাত দুৰ্ঘটনা, কমেও ৮ জনৰ মৃত্যু

Visakhapatnam industrial accident I বিশাখাপট্টনমৰ তীখা কাৰখানাত দুৰ্ঘটনা, কমেও ৮ জনৰ মৃত্যু

June 9, 2026
ফিফা বিশ্বকাপৰ জ্বৰে আগুৰি ধৰিছে ডিফু চহৰক :অনুৰাগীসকলে সৰ্ববৃহৎ ফুটবল কাৰ্নিভাল উদযাপনৰ বাবে সাজু

ফিফা বিশ্বকাপৰ জ্বৰে আগুৰি ধৰিছে ডিফু চহৰক :অনুৰাগীসকলে সৰ্ববৃহৎ ফুটবল কাৰ্নিভাল উদযাপনৰ বাবে সাজু

June 9, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx