ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ক’ভিড-১৯ৰ সৈতে যুঁজত হাৰ মানিলে অভিনেতা সৌমিত্ৰ চেটাৰ্জীয়ে

প্ৰখ্যাত বাংলা অভিনেতা সৌমিত্ৰ চেটাৰ্জীৰ মহাপ্ৰয়াণত প্ৰধানমন্ত্ৰী-ৰাষ্ট্ৰপতিৰ শোকবাৰ্তা

News Desk by News Desk
November 15, 2020
Reading Time: 1 min read
A A
0
ক’ভিড-১৯ৰ সৈতে যুঁজত হাৰ মানিলে অভিনেতা সৌমিত্ৰ চেটাৰ্জীয়ে

New Logo Very Smal | ASSAM TIMES POST
নিউজ ডেস্কঃ

RELATED POSTS

Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed

এমাহতকৈ বেছি দিন মৃত্যুৰ সৈতে যুঁজাৰ পিছত ১৫ নৱেম্বৰত শেষ নিশ্বাস ত্যাগ কৰিলে প্ৰসিদ্ধ অভিনেতা সৌমিত্ৰ চেটাৰ্জীয়ে ৷ ক’ভিড-১৯ সৈতে যুঁজখনত হাৰি গ’ল অভিনেতাজন ৷ সত্যজিৎ ৰায়ৰ বোলছবিত অভিনয়েৰে অভিনয়ৰ জীৱন আৰম্ভ কৰা চেটাৰ্জীদেৱৰ মৃত্যুৰ লগতে শেষ হৈ গ’ল অভিনয়ৰ এটা অধ্যায়, এটা যুগ ৷

00717270 2d27 45f4 99b7 54e30920064c | ASSAM TIMES POSTকলিকতাৰ এখন চিকিৎসালয়ত মৃত্যুবৰণ কৰা সৌমিত্ৰ চেটাৰ্জীৰ জন্ম হৈছিল ১৯৩৫ চনৰ ১৯ জানুৱাৰীত ৷ মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৮৫ বছৰ ৷

তেখেতৰ মৃত্যুত কেৱল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েই নহয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দেও শোক প্ৰকাশ কৰিছে ৷

সৌমিত্র চেটার্জীৰ প্রয়াণত টুইট কৰিলে দেশৰ প্রধানমন্ত্রী আৰু ৰাষ্ট্রপতিয়ে। সমবেদনা জনালে তেওঁৰ পৰিয়ালক।

বাংলাত টুইট কৰি শ্রদ্ধাঞ্জলি জনালে দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। তেওঁ লিখে, ‘শ্রী সৌমিত্র চট্টোপাধ্যায়ৰ প্রয়াণ চলচ্চিত্র জগত, পশ্চিমবঙ্গসহ ভাৰতৰ সাংস্কৃতিক পৰিমণ্ডলত এক অপূৰণীয় ক্ষতি। তেওঁৰ কামৰ মাজেৰে বঙালীৰ চেতনা, ভাবাবেগ আৰু নৈতিকতাৰ প্রতিফলন পোৱা যায়। তেওঁৰ প্রয়াণত মই শোকাহত। শ্রী চট্টোপাধ্যায়ৰ পৰিয়াল তথা অনুৰাগীসকলক সমবেদনা জনালোঁ। ওঁম শান্তি।’

adc30ff4 1ac7 48b1 ace3 231284be1012 | ASSAM TIMES POST

আনহাতে, দেশৰ ৰাষ্ট্রপতি ৰামনাথ কোবিন্দে লিখে, ‘সৌমিত্র চেটাৰ্জীৰ মৃত্যুত এক কিংবদন্তীক হেৰুৱালে ভাৰতীয় চলচ্চিত্র জগতে।

242d7343 7faf 467f be5d fbc185164185 | ASSAM TIMES POST‘অপু ট্রিলজি’ৰ উপৰি সত্যজিৎ ৰায়ৰ অসাধাৰণ ছবিবোৰত দুর্দান্ত অভিনয়ৰ বাবে তেওঁক বিশেষভাবে মনত ৰখা হ’ব। অভিনয় জগতক তেওঁ বহু কিবাকিবি দি গ’ল। একাধিক ৰাষ্ট্ৰীয় আৰু আন্তর্জাতিক পুৰস্কাৰ লাভ কৰিছিল সৌমিত্র চেটার্জীয়ে। যাৰ ভিতৰত আছে দাদাচাহেব ফালকে, পদ্মভূষণ, লিজিঅ’ দ্য নৰ। তেওঁৰ পৰিয়াল, চলচ্চিত্র জগত আৰু বিশ্বব্যাপী থকা অনুগামীসকলক সমবেদনা জনালোঁ।’

উল্লেখ্য যে বিশিষ্ট অভিনেতা সৌমিত্র চেটার্জীৰ দেওবাৰে দুপৰীয়া ১২.‌১৫ বজাত ৮৫ বছৰত মৃত্যু হয়৷ তেওঁ বেলভিউ নাৰ্ছিহোমত চিকিৎসাধীন হৈ আছিল৷ মৃত্যুৰ সময়ত তেওঁ এই সংসাৰত এৰি থৈ যায় পত্নী দীপা চেটার্জী, জীয়ৰী পৌলমী আৰু পুত্ৰ সৌগতক।
ক’ৰোনা আক্রান্ত হৈ যোৱা ৬ অক্টোবৰত তেওঁ নাৰ্ছিংহোমত ভর্তি হয়।

তাৰ পিছৰ পৰা তাতেই ভর্তি আছিল তেওঁ। ১৪ অক্টোবৰত কৰোনা ৰিপোর্ট নেগেটিভ আহে। শাৰীৰিক অৱস্থাৰো কিছু উন্নতি হয়। কিন্তু ২৫ অক্টোবৰৰ পৰা পুনৰ সৌমিত্রৰ শাৰীৰিক অৱস্থাৰ অৱনতি হ’বলৈ ধৰে। শনিবাৰে তেওঁৰ শাৰীৰিক অৱস্থাৰ অতি অৱনতি ঘটে।

১০০ শতাংশ লাইফ ছাপোর্ট ছিষ্টেমত ৰাখিলেও তেওঁৰ শৰীৰত অক্সিজেনৰ মাত্রা বঢ়াব পৰা নাযায়। অঙ্গ-প্রত্যঙ্গও বিকল হৈ যায়। অৱশেষত চিকিৎসকসকলে স্বীকাৰ কৰিবলৈ বাধ্য হয়, পৰিস্থিতি তেওঁলোকৰ হাতৰ বাহিৰলৈ গুচি গৈছে। তেওঁৰ পৰিয়ালকো সৌমিত্রৰ শাৰীৰিক অৱস্থা সম্পর্কে অৱগত কৰোৱা হয়।

আনহাতে, সৌমিত্ৰ চেটাৰ্জীৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে বেলভিউত গৈ উপস্থিত হয় মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী৷ চৌমিত্ৰ চেটাৰ্জীৰ জীয়ৰী পৌলমীক লগত লৈ তাত সংবাদ মাধ্যমৰো মুখামুখী হয় মমতা। d0d4894b e750 46fe b124 cb7c7c176977 | ASSAM TIMES POST

উল্লেখ্য, দুপৰীয়া ২ বজাত গল্ফগ্রীনৰ নিজৰ ঘৰলৈ লৈ যোৱা হয় বাংলা ছবি জগতত ‘অপু’ নামে খ্যাত সৌমিত্ৰক৷ তাৰ পৰা টেকনিচিয়ান ষ্টুডিঅ’ হৈ ৰবীন্দ্র সদনত শেষ শ্ৰদ্ধাৰ বাবে কেইঘণ্টামান ৰাখি। কেওড়াতলা শ্মশানৰ উদ্দেশ্যে ইতিমধে ৰাওনা হৈছে।
মহান অভিনেতাগৰাকীক শ্ৰদ্ধা জনাই বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে টুইটাৰত লিখে, ‘ফেলুদা আৰু নাই।

অপুৱে আমাক বিদায় জনাইছে। বিদায় সৌমিত্র চেটাৰ্জী। তেওঁ এজন কিংবদন্তি। বাংলা, ভাৰতীয় আৰু আন্তর্জাতিক চলচ্চিত্রই এজন মহান অভিনেতাক হেৰুৱালে। তেওঁৰ অভাৱ আমি বহুত অনুভৱ কৰিম।

বাংলা চলচ্চিত্র জগত অভিভাৱকহীন হৈ গ’ল। সত্যজিৎ ৰায়ৰ সৈতে কামৰ সুবাদত সকলোতকৈ বেছি পৰিচিত সৌমিত্র। লিজিঅ’ অব অনাৰ, দাদাচাহেব ফালকে, বঙ্গভূষণ, পদ্মভূষণ আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাটাও পুৰস্কাৰ তেওঁ লাভ কৰিছে। বহু ডাঙৰ ক্ষতি হৈ গ’ল। অত্যন্ত বেদনাদায়ক। তেওঁৰ পৰিয়াল, চলচ্চিত্র জগতৰ কলা-কুশলী আৰু অনুৰাগীসকলক সমবেদনা জনালোঁ৷’

Tags: Featured
Share4Tweet3Send

Related Posts

Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ
National-International

Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ

by News Desk
June 26, 2026
50
Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ
National-International

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

by News Desk
June 26, 2026
50
Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed
National-International

Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed

by News Desk
June 26, 2026
50
Miracle murder : গাড়ীৰ ভিতৰত যুৱক-যুৱতীৰ গুলীবিদ্ধ মৃতদেহ, ৫০ ফুট দূৰৈত ৩টা ফোন; মধ্যপ্ৰদেশত ৰহস্যজনক মৃত্যুৰ ঘটনা
National-International

Miracle murder : গাড়ীৰ ভিতৰত যুৱক-যুৱতীৰ গুলীবিদ্ধ মৃতদেহ, ৫০ ফুট দূৰৈত ৩টা ফোন; মধ্যপ্ৰদেশত ৰহস্যজনক মৃত্যুৰ ঘটনা

by News Desk
June 26, 2026
50
Operation Sindoor : সিন্দুৰ অভিযানত প্ৰাণ আহুতি দিয়া ৬ ভাৰতীয় বীৰ জোৱানৰ পৰিচয় প্ৰকাশ, মৰণোত্তৰ সন্মান
National-International

Operation Sindoor : সিন্দুৰ অভিযানত প্ৰাণ আহুতি দিয়া ৬ ভাৰতীয় বীৰ জোৱানৰ পৰিচয় প্ৰকাশ, মৰণোত্তৰ সন্মান

by News Desk
June 26, 2026
50
Recover large property : হায়দৰাবাদত মহিলা বিষয়াৰ পৰা বৃহৎ সম্পত্তি উদ্ধাৰ
National-International

Recover large property : হায়দৰাবাদত মহিলা বিষয়াৰ পৰা বৃহৎ সম্পত্তি উদ্ধাৰ

by News Desk
June 26, 2026
50
ADVERTISEMENT
Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ
National-International

Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ

June 26, 2026
50
Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive
KARBI ANGLONG

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

June 26, 2026
50
Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ
National-International

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

June 26, 2026
50
Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed
National-International

Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed

June 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ

Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ

June 26, 2026
Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

June 26, 2026
Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

June 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx