![]()
নিউজ ডেস্কঃ
পশ্চিমবংগত বৃহৎ কূটাঘাতৰ পৰিকল্পনা কৰিছে আলকায়দাই। তেওঁলোকৰ লক্ষ্যত আছে একাধিক আগশাৰীৰ ৰাজনীতিক। তাৰ বাবে অনলাইনত সন্ত্ৰাসবাদী নিয়োগ প্রক্রিয়া আৰম্ভ কৰিছে তেওঁলোকে। আসন্ন বিধানসভা নিৰ্বাচনৰ প্রস্তুতি আৰম্ভ হৈছে ৰাজ্যখনত। সেই পৰিস্থিতিত বংগত কূটাঘাত ঘটাব পাৰে বুলি কেন্দ্রক সতর্ক কৰিলে ইণ্টেলিজেন্স ব্যুৰ’ (আইবি)ই। এই সন্দৰ্ভত যোৱা ৫ নৱেম্বৰত কেন্দ্রীয় গৃহ মন্ত্রালয়ক এখন ৰিপোর্ট জমা দিছে আইবিয়ে।











