![]()
নিউজ ডেস্কঃ
১৮৮৮চনৰ আজিৰ দিনটোতেই জন্ম হৈছিল ভাৰতবৰ্ষৰ প্ৰথমজন শিক্ষামন্ত্ৰী মৌলানা আবুল কালাম আজাদৰ ৷ তেখেতৰ জন্ম দিনটোক উদ্যাপন কৰিবলৈ ভাৰতবৰ্ষত আজিৰ দিনটোত অৰ্থাৎ ১১ নৱেম্বৰৰ দিনটোত পালন কৰা হয় ৰাষ্ট্ৰীয় শিক্ষা দিৱস ৷
মৌলানা আবুল কালাম আজাদ ১৯৪৭ চনৰপৰা ১৯৫৮ চনলৈকে ভাৰতবৰ্ষৰ শিক্ষামন্ত্ৰীৰ পদত অধিষ্ঠিত আছিল ৷











