নিউজ ডেক্স:
অধিনায়ক ৰোহিত শৰ্মাৰ ৬৮ ৰানৰ সহায়ত ত্ৰয়োদশ আইপিএলৰ চেম্পিয়ন হ’ল মুম্বাই ইণ্ডিয়ানছ। দিল্লী কেপিটেলছক ৫ উইকেটত পৰাজিত কৰি পঞ্চমবাৰৰ বাবে চেম্পিয়ন হ’ল মুম্বাই ইণ্ডিয়ানছ।
© 2020 Assam Times Post. | Powered By Webx
© 2020 Assam Times Post. | Powered By Webx