![]()
নিউজ ডেস্কঃ
জম্মু-কাশ্মীৰৰ শ্বপিয়ানত সেনাৰ গুলীত দুটা সন্ত্ৰাসবাদীৰ মৃত্যু হৈছে৷ ভাৰতীয় সেনাৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষত মঙলবাৰে পুৱা দুটি অচিনাক্ত সন্ত্ৰাসবাদী নিহত হয় বুলি কাশ্মীৰ মণ্ডল আৰক্ষীয়ে জনাইছে৷ উল্লেখ্য যে নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত উত্তৰ কাশ্মীৰৰ শ্বপিয়ান জিলাৰ কুটপৰা এলেকাত সংঘৰ্ষ হয়৷ এই সংঘৰ্ষত দুটা অচিনাক্ত সন্ত্ৰাসবাদী নিহত হয় বুলি কাশ্মীৰ আৰক্ষীয়ে কয়৷ বাতৰি লিখা পৰলৈকে নিহত সন্ত্ৰাসবাদী দুটাক চিনাক্ত কৰিব পৰা নাই৷জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত ২ সন্ত্ৰাসবাদী জম্মু-কাশ্মীৰৰ শ্বপিয়ানত সেনাৰ গুলীত দুটা সন্ত্ৰাসবাদীৰ মৃত্যু হৈছে৷ ভাৰতীয় সেনাৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষত মঙলবাৰে পুৱা দুটি অচিনাক্ত সন্ত্ৰাসবাদী নিহত হয় বুলি কাশ্মীৰ মণ্ডল আৰক্ষীয়ে জনাইছে৷ উল্লেখ্য যে নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত উত্তৰ কাশ্মীৰৰ শ্বপিয়ান জিলাৰ কুটপৰা এলেকাত সংঘৰ্ষ হয়৷ এই সংঘৰ্ষত দুটা অচিনাক্ত সন্ত্ৰাসবাদী নিহত হয় বুলি কাশ্মীৰ আৰক্ষীয়ে কয়৷ বাতৰি লিখা পৰলৈকে নিহত সন্ত্ৰাসবাদী দুটাক চিনাক্ত কৰিব পৰা নাই৷











