ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

নগাঁৱৰ মধুপুৰ উচ্চ মাধ্যমিক বিদ্যালয় চৌহদত নিচাযুক্ত ঔষধৰ খালি বাকচ উদ্ধাৰক লৈ প্ৰতিক্ৰিয়াঃ বন্ধ স্কুলত ড্ৰাগছৰ আড্ডা চলাই ড্ৰাগছ মাফিয়াই

ASSAM TIMES POST by ASSAM TIMES POST
August 14, 2019
Reading Time: 1 min read
A A
0
নগাঁৱৰ মধুপুৰ উচ্চ মাধ্যমিক বিদ্যালয় চৌহদত নিচাযুক্ত ঔষধৰ খালি বাকচ উদ্ধাৰক লৈ প্ৰতিক্ৰিয়াঃ বন্ধ স্কুলত ড্ৰাগছৰ আড্ডা চলাই ড্ৰাগছ মাফিয়াই

logo atp | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

নগাঁওঃ নগাঁও চহৰকে ধৰি ইয়াৰ পাৰ্শ্বৱতী কেতবোৰ স্থানত ড্ৰাগছ মাফিয়াই অবাধে নিচাযুক্ত ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই থকাত উদ্বিগ্ন হৈ পৰিছে নাগৰিকসকল। চহৰখনত নিষিদ্ধ ড্ৰাগছ সুলভ হৈ পৰাত ইয়াৰ কবলত পৰি যুৱ প্ৰজন্মৰ একাংশৰ জীৱনলৈ অমানিশা নামি আহিছে। ড্ৰাগছৰ কবলত পৰি ইতিমধ্যে চহৰখনৰ কেবাজনো যুৱকে অকালতে মৃত্যুক সাৱটি ল’বলগীয়া হৈছে ।

নগাঁও আৰক্ষীয়ে চহৰখনত ড্ৰাগছৰ বিৰুদ্ধে সময়ে সময়ে অভিযান চলাই ইতিপূর্বে কেইবাজনো কুখ্যাত ড্রাগছ মাফিয়া, ড্ৰাগছ সৰবৰাহকাৰী, ড্ৰাগছ বিক্ৰেতাক গ্ৰেপ্তাৰ কৰাৰ লগতে বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰিছে যদিও ড্ৰাগছ ব্যৱসায়ক সম্পূর্ণৰূপে উৎখাত কৰাত সফল হোৱা নাই আৰক্ষী । দুদিন পূৰ্বে নগাঁও আৰক্ষীয়ে অভিযান চলাই চহৰখনৰ মৰিকলং বাছষ্টেণ্ডৰ সমীপৰ পৰা চাব্বিৰ আহমেদ, বিহাৰী কুমাৰ সাহা আৰু নিজাম হুছেইন নামৰ তিনি ড্ৰাগছ ব্যৱসায়ীক বুজন পৰিমাণৰ ব্ৰাউন চুগাৰ সহ গ্ৰেপ্তাৰ কৰে। ড্ৰাগছ মাফিয়াই নিষিদ্ধ ড্ৰাগছ সৰবৰাহত একাংশ মহিলাক ব্যৱহাৰ কৰাৰ লগতে সুযোগ বুজি আচুতীয়া ঘৰ,পৰিত্যক্ত কাৰ্যালয় আদিত ড্ৰাগছৰ আড্ডা গঢ়ি তুলিছে ।

আনকি বন্ধ হৈ থকা শিক্ষা প্ৰতিষ্ঠানত ড্ৰাগছ মাফিয়াই ড্ৰাগছৰ আড্ডা চলাই শিক্ষা প্ৰতিষ্ঠানৰ পৱিত্রতাত কালিমা সানিছে । নগাঁও চহৰৰ মধুপুৰ উচ্চ মাধ্যমিক বিদ্যালয় চৌহদত আজি পুৱা বুজন পৰিমাণৰ নিচাযুক্ত ঔষধৰ খালি বাকচ উদ্ধাৰ হোৱাক লৈ অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। স্থানীয় ৰাইজে অভিযোগ কৰা মতে ঈদৰ বাবে বিদ্যালয় বন্ধ থকাৰ সুযোগ লৈ দূষ্ট চক্রই যোৱানিশা বিদ্যালয়খনত নিচাযুক্ত ড্ৰাগছৰ ড্ৰাগছৰ আড্ডা চলায়।

আজি পুৱা বিদ্যালয় খোলাৰ পাচত নিচাযুক্ত ঔষধৰ খালি বাকচ সমূহ বিদ্যালয়খনৰ শিক্ষক আৰু স্থানীয় একাংশ লোকৰ চকুত পৰে। বিদ্যালয়ৰ চৌহদত এনেদৰে দুষ্ট চক্রই ড্ৰাগছৰ আড্ডা চলোৱা কাৰ্যক অঞ্চলটোৰ ৰাইজে উদ্বিগ্নতা প্ৰকাশ কৰাৰ লগতে অঞ্চলটোত ড্ৰাগছৰ বিৰুদ্ধে তীব্র অভিযান চলাবলৈ আৰক্ষী প্ৰশাসনক দাবী জনায়।

আনহাতে ৰফিকুল, বাবু আৰু আশ্ৰফ নামৰ তিনি ড্ৰাগছ মাফিয়াই উক্ত কাৰ্য সংঘটিত কৰা বুলি স্হানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে । স্থানীয় ৰাইজে জনোৱা মতে ইয়াৰ পূর্বে শিয়ালমাৰী আৰু মধুপুৰ অঞ্চলৰ ৰাইজে এই তিনি ড্ৰাগছ সৰবৰাহকাৰীক হাতে লোটে ধৰি আৰক্ষীক গতাই দিছিল। অৱশ্যে যোৱানিশাৰ ঘটনাৰ লগত কোন দুষ্কৃতিকাৰী জড়িত সেয়া আৰক্ষীৰ তদন্তত হে পোহৰলৈ আহিব।

Share4Tweet3Send

Related Posts

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ
ALL NEWS

New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ

by Staff Reporter
February 13, 2026
50
ADVERTISEMENT
Dibrugarh Man Detained Over Suspected Cattle Theft, Luxury SUV Seized
Assam

Dibrugarh Man Detained Over Suspected Cattle Theft, Luxury SUV Seized

June 9, 2026
50
Assam CM Hails Release of 15 Pygmy Hogs into Manas Park — Major Win
Assam

Assam CM Hails Release of 15 Pygmy Hogs into Manas Park — Major Win

June 9, 2026
50
Israel Iran conflict I নেতানিয়াহুৱে ইৰাণ আক্ৰমণৰ সিদ্ধান্তক সমৰ্থন নকৰে ট্ৰাম্পে
National-International

Israel Iran conflict I নেতানিয়াহুৱে ইৰাণ আক্ৰমণৰ সিদ্ধান্তক সমৰ্থন নকৰে ট্ৰাম্পে

June 9, 2026
50
TMC crisis I লোকসভাত তৃণমূলৰ ২০ সাংসদ এনডিএৰ পক্ষত, পাৰ কৰিলে ৩০০ সংখ্যা
National-International

TMC crisis I লোকসভাত তৃণমূলৰ ২০ সাংসদ এনডিএৰ পক্ষত, পাৰ কৰিলে ৩০০ সংখ্যা

June 9, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Dibrugarh Man Detained Over Suspected Cattle Theft, Luxury SUV Seized

Dibrugarh Man Detained Over Suspected Cattle Theft, Luxury SUV Seized

June 9, 2026
Assam CM Hails Release of 15 Pygmy Hogs into Manas Park — Major Win

Assam CM Hails Release of 15 Pygmy Hogs into Manas Park — Major Win

June 9, 2026
Israel Iran conflict I নেতানিয়াহুৱে ইৰাণ আক্ৰমণৰ সিদ্ধান্তক সমৰ্থন নকৰে ট্ৰাম্পে

Israel Iran conflict I নেতানিয়াহুৱে ইৰাণ আক্ৰমণৰ সিদ্ধান্তক সমৰ্থন নকৰে ট্ৰাম্পে

June 9, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx