নিউজ ডেক্স:
বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সতীশ প্ৰসাদ সিঙৰ দেহাৱসান।সোমবাৰে দিল্লী পৰলোক ঘটে সিঙৰ।
উল্লেখ ১৯৬৮ চনত ৫ দিনৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হৈছিল সতীশ প্ৰসাদ সিং। ২৮ জানুৱাৰীৰ পৰা ১ ফেব্ৰুৱাৰীলৈ আছিল মুখ্যমন্ত্ৰী ।
গুৰুত্বপূৰ্ণ কথা কংগ্ৰেছৰ নেতা গৰাকী ২০১৩ চনৰ ২২ ছেপ্টেম্বৰত বিজেপিত যোগদান কৰিছিল।১৯৮০ চনত বিহাৰৰ খাগৰীয়া আসনৰ পৰা কংগ্রেছ দলৰ হৈ নিৰ্বাচিত হৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী।











