ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

কাৰবি আংলঙত ২৫ টা, ডিমা হাছাও আৰু কামৰূপত এখনকৈ ঠাইত উলহ মালহেৰে ২৮ সংখ্যক কাৰবি যুৱ মহোৎসৱ উদযাপনঃ

ASSAM TIMES POST by ASSAM TIMES POST
October 25, 2020
Reading Time: 1 min read
A A
0
কাৰবি আংলঙত ২৫ টা, ডিমা হাছাও আৰু কামৰূপত এখনকৈ ঠাইত উলহ মালহেৰে ২৮ সংখ্যক কাৰবি যুৱ মহোৎসৱ উদযাপনঃ

logo new 2 1 1 1 | ASSAM TIMES POST

RELATED POSTS

Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated

Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival

Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

জয়ছিং টকবি :

ডিফু : বহুজাতিক সাংস্কৃতিক আগ্ৰাসনৰ বিৰুদ্ধে স্বকীয় থলুৱা বৈশিষ্ট্যপূৰ্ণ সংস্কৃতিৰ ৰক্ষণাবেক্ষণ, সংৰক্ষণ আৰু সংবর্ধনৰ মহৎ উদ্দেশ্যেৰে ১৯৯৩ চনৰ পৰা আৰম্ভ কৰা মাণ্ডলিক কাৰবি যুৱ মহোৎসৱে এইবাৰ ২৮ সংখ্যক বর্ষত ভৰি দিলে।

কাৰবি কালচাৰেল চচাইটিৰ অন্তর্গত কাৰবি আংলঙৰ ২৫ টা, ডিমা হাছাও আৰু কামৰূপত এখনকৈ মাণ্ডলিক সমিতিৰ উদ্যোগত ২৭ টা বিভিন্ন প্ৰান্তত স্বকীয় থলুৱা সংস্কৃতিৰ প্রতি অসীম মমতা আৰু ভালপোৱাৰে একেই উছাহ-উদ্যমেৰে উলহ মালহেৰে ২৮ সংখ্যক মাণ্ডলিক কাৰবি যুৱ মহোৎসৱ অনুষ্ঠিত হৈছে।

9000ecca e3fd 450d 93a9 d07f9fc1e076 | ASSAM TIMES POSTগ্ৰাম্য শিল্পী, সংগঠক সকলে উদযাপন কৰা লোক সংস্কৃতিৰ উৎসৱত প্রতিটো ঠাইতে কাৰবি কালচাৰেল চছাইটিৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া, সদস্য সদস্যা সকলক পর্যবেশক প্রতিনিধি হিচাপে অংশ গ্ৰহণ কৰিছে।

পূব কাৰবি আংলঙৰ দনছুৰি হাৱাৰ আমেইয়ে জাপাৰালাংছৰ জুতাং আক্লামত উদযাপন কৰা ২৮ সংখ্যক মাণ্ডলিক কাৰবি যুৱ মহোৎসৱত কাৰবি আংলং স্বায়ত্ত পৰিষদৰ কাৰ্যবাহী সদস্য জগতছিং ইংতিয়ে বিশিষ্ট অতিথিৰূপে অংশ গ্ৰহণ কৰা অনুষ্ঠানত বোকাজানৰ বিধায়ক ডা৹ নোমল চন্দ্ৰ মমীনে প্রতিযোগিতাৰ মঞ্চ শুভ উদ্বোধন কৰে।

কাৰবি কালচাৰেল চছাইটিৰ কেন্দ্ৰীয় সমিতিৰ প্রতিনিধি আৰু পর্যবেশক ৰূপে বিশিষ্ট লোকশিল্পী শৰৎ চন্দ্ৰ বে আৰু জয়ছিং টকবিয়ে অংশ গ্ৰহণ কৰে। জাপাৰালাংছ’, হানজাংলাংছ’, পাটৰ ছার্প, হেম্ফু, তকলাংছ’, ৰাংছিনা, ৰূপতালি, ৰংচেদন, মিৰহেৰাই, আতুৰকিমি, লংছেক আংলং, ক্লিৰদাপ আৰু ৰংকেথে আদি কে চি এছ ইউনিটৰ শিল্পী সকলে লোক সংস্কৃতিৰ বিভিন্ন প্রতিযোগিতাত অংশ গ্ৰহণ কৰি উৎসৱৰ ৰং চৰায়।

Tags: karbi anglong
Share4Tweet3Send

Related Posts

Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated
Assam

Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated

by News Desk
June 30, 2026
50
Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival
Assam

Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival

by News Desk
June 30, 2026
50
Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by ASSAM TIMES POST
June 30, 2026
50
Body Recovered in Bokoliaghat: Tragic, Mysterious Death
KARBI ANGLONG

Body Recovered in Bokoliaghat: Tragic, Mysterious Death

by ASSAM TIMES POST
June 30, 2026
50
Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong
KARBI ANGLONG

Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong

by ASSAM TIMES POST
June 30, 2026
50
Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে
Assam

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে

by News Desk
June 29, 2026
50
ADVERTISEMENT
Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প
National-International

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

June 30, 2026
50
Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’
National-International

Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

June 30, 2026
50
E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই
National-International

E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই

June 30, 2026
50
Ram Mandir controversy : ৰাম মন্দিৰলৈ যোৱাৰ পূৰ্বে গৃহবন্দী কংগ্ৰেছ সভাপতি
National-International

Ram Mandir controversy : ৰাম মন্দিৰলৈ যোৱাৰ পূৰ্বে গৃহবন্দী কংগ্ৰেছ সভাপতি

June 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

June 30, 2026
Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

June 30, 2026
E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই

E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই

June 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx