নিউজ ডেক্স:
যাত্ৰীবাহী বাছ দুৰ্ঘটনা।দিল্লীৰ পৰা কাণপুৰ অভিমুখী যাত্ৰীবাহী বাছ দুৰ্ঘটনাত থিতাতে নিহত ৩গৰাকী যাত্ৰী লগতে ৫গৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হৈছে। আলিগড় জিলাৰ ঘাইপথতে দুৰ্ঘটনাতপতিত হয় বাছখন।বাছখনত আছিল ৪৫গৰাকী যাত্ৰী।
© 2020 Assam Times Post. | Powered By Webx
© 2020 Assam Times Post. | Powered By Webx