ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ৰাজ্য দাবীকলৈ কেন্দ্ৰীয় চৰকাৰৰ আলোচনাত এএছডিচি আমন্ত্ৰণ নোপোৱাত ক্ষোভ :আন্দোলনৰ হুংকাৰ

ASSAM TIMES POST by ASSAM TIMES POST
October 5, 2020
Reading Time: 1 min read
A A
0
ৰাজ্য দাবীকলৈ কেন্দ্ৰীয় চৰকাৰৰ আলোচনাত এএছডিচি আমন্ত্ৰণ নোপোৱাত ক্ষোভ :আন্দোলনৰ হুংকাৰ

logo new 2 1 1 | ASSAM TIMES POST

RELATED POSTS

Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated

Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival

Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

নিউজ ডেক্স:

ডিফু : কালিলৈ মঙলবাৰে নৰ্থব্লক দিল্লীত গোৰ্খালেণ্ডলৈ গোৰ্খা জনমুক্তি মৰ্চাক আমন্ত্ৰণ জনাইছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৷ কেন্দ্ৰীয় চৰকাৰৰ উক্ত সিদ্ধান্তক কাৰবি আংলঙৰ অট’নমাছ ষ্টেট ডিমাণ্ড কমিটিয়ে আদৰণি জনাইছে যদিও তিনি পাৰ্বত্য জিলাকলৈ এখন স্বায়ত্তৰাজ্য গঠনৰ বাবে নিৰৱাচ্ছিন্ন ভাবে আন্দোলন কৰি অহা এএছডিচিক আমন্ত্ৰন নকৰাত ক্ষোভিত হৈ পৰিছে ইয়াৰ নেতৃবৰ্গ ৷

আজি ডিফুস্থিত এএছডিচিৰ মুখ্য কাৰ্যালয়ত আয়োজিত কৰা এক সংবাদমেলত এএছডিচিৰ সাধাৰণ সম্পাদক জৎছন বে’ই কয়যে, ২০০৯ৰ পৰা ২০১৯ চনলৈকে অনুষ্ঠিত সাংসদীয় নিৰ্বাচন সমূহৰ পূৰ্বে বিজেপিৰ শীৰ্ষ নেতা ক্ৰমে, এল,কে,আদৱানী,নিতিন গাডকাৰী, ৰাজনাথ সিঙকে ধৰি বিজেপি নেতা তাপিৰ গাও কাৰবি আংলং উত্তৰ কাছাৰক সাঙুৰি ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ২৪৪ (ক) ৰূপায়ণ কৰি ক্ষুদ্ৰ ৰাজ্য গঠন কৰা হব বুলে প্ৰতিশ্ৰুতি দিও ক্ষমতাত থকা অৱস্থাত পূৰণ কৰিব নৱাৰাটো চৰম দূৰ্ভাগ্যজনক ৷

স্বায়ত্তৰাজ্যৰ বিষয়টো বিজেপি চৰকাৰে গাপ দি তেলেংগানাক ৰাজ্যৰ মৰ্যদা দিয়াৰ পিছত শেহতীয়াকৈ কাইলৈ মঙলবাৰে দিল্লীৰ নৰ্থ ব্লকত গোৰ্খালেণ্ডৰ বাবে আন্দোলন কৰি অহা গোৰ্থা জনমুক্তি মৰ্চাক আমন্ত্ৰণ কৰিছে যদিও স্বায়ত্তৰাজ্যৰ দাবীকলৈ ১৯৮৬ চনৰ পৰা আন্দোলন কৰি অহা এছডিচি, কেএনচিএ আৰু ইয়াৰ ভগ্নী – ভাতৃ সংগঠন সমূহৰ লগতে তিনি পাৰ্বত্য জিলাৰ ৰাইজক নিজৰ সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিত কৰিলে ৷

ষষ্ঠ অনুসূচীতৰ আধাৰত স্বায়ত্তৰাজ্য বা ক্ষুদ্ৰ ৰাজ্য সৃষ্টি কৰাটোও তিনি পাৰ্বত্য জিলাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জনজাতিক বিশেষ সুবিধা প্ৰদান কৰা বুজাব ৷ তাকে নকৰি তিনি পাৰ্বত্য জিলাৰ দীৰ্ঘ দিনীয়া স্বায়ত্তৰাজ্যৰ দাবী প্ৰতিটো চৰকাৰে নস্যাৎ কৰি গৈছে ৷

এএছডিচি আৰু ইয়াৰ বন্ধু সংগঠনক কেন্দ্ৰীয় চৰকাৰে ৰাজ্যদাবী সংক্ৰান্তীয় আলোচনতাত শীঘ্ৰে আমন্ত্ৰণ নকৰিলে বৃহৎ আন্দোলন গঢ়ি তোলা হব বুলি সকিয়াই দিয়ে সম্পাদক গৰাকীয়ে ৷

Tags: karbi anglong
Share4Tweet3Send

Related Posts

Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated
Assam

Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated

by News Desk
June 30, 2026
50
Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival
Assam

Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival

by News Desk
June 30, 2026
50
Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by ASSAM TIMES POST
June 30, 2026
50
Body Recovered in Bokoliaghat: Tragic, Mysterious Death
KARBI ANGLONG

Body Recovered in Bokoliaghat: Tragic, Mysterious Death

by ASSAM TIMES POST
June 30, 2026
50
Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong
KARBI ANGLONG

Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong

by ASSAM TIMES POST
June 30, 2026
50
Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে
Assam

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে

by News Desk
June 29, 2026
50
ADVERTISEMENT
Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated
Assam

Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated

June 30, 2026
50
Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival
Assam

Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival

June 30, 2026
50
Manipur NH-2 Protest : Kuki-Zo Clash, Security Fires Tear Gas
NORTHEAST

Manipur NH-2 Protest : Kuki-Zo Clash, Security Fires Tear Gas

June 30, 2026
50
Financial reforms : ১ জুলাইৰ পৰা আহি আছে বৃহৎ আৰ্থিক পৰিৱৰ্তন, নাজানিলে পৰিব বিপদত
National-International

Financial reforms : ১ জুলাইৰ পৰা আহি আছে বৃহৎ আৰ্থিক পৰিৱৰ্তন, নাজানিলে পৰিব বিপদত

June 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated

Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated

June 30, 2026
Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival

Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival

June 30, 2026
Manipur NH-2 Protest : Kuki-Zo Clash, Security Fires Tear Gas

Manipur NH-2 Protest : Kuki-Zo Clash, Security Fires Tear Gas

June 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx