ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বিৰোধীৰ ভেঁটি কঁপাই গোলাঘাটত কংগ্ৰেছ-অগপৰ নেতাসহ দুই শতাধিকৰ বিজেপিত যোগদান

ASSAM TIMES POST by ASSAM TIMES POST
August 10, 2019
Reading Time: 1 min read
A A
0
বিৰোধীৰ ভেঁটি কঁপাই গোলাঘাটত কংগ্ৰেছ-অগপৰ নেতাসহ দুই শতাধিকৰ বিজেপিত যোগদান

assam times post | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

গোলাঘাটঃ ভাৰতীয় জনতা পাৰ্টি গোলাঘাট জিলা সমিতিৰ সভাপতি দেৱজিত বৰাকে প্ৰমুখ্য কৰি অসম ৰাজ্যিক বিজেপিৰ কেইবাগৰাকীও বিষয়ববীয়াৰ উপস্থিতিত বৃহস্পতিবাৰে দুটাকৈ সদস্য ভৰ্ত্তি অভিযানৰ কাৰ্যসূচীত কংগ্ৰেছ আৰু অসম গণ পৰিষদৰ নেতা, বিশিষ্ট সমাজকৰ্মী, ব্যৱসায়ী, চিকিৎসক, অধিবক্তা, প্ৰাক্তন প্ৰশাসনিক বিষয়াসহ প্ৰায় দুই শতাধিক পুৰুষ-মহিলাই বিজেপিৰ নীতি-আদৰ্শৰ প্ৰতি অনুগত্য দেখুৱাই বিজেপিৰ সদস্য পদ গ্ৰহণ কৰে ৷

IMG 20190810 WA0000 | ASSAM TIMES POST

পুৱাবেলাতেই জিলা কাৰ্যালয়ত অনুষ্ঠিত হোৱা সভাখনিত কংগ্ৰেছ দলৰ বৰপথাৰ নগৰ ব্লকৰ সভাপতি দিগন্ত গগৈ, সেৱাদলৰ প্ৰাক্তন ব্লক অধক্ষ্য জীৱন দুৱৰা, অনসুচিত জাতি ব’ৰ্ডৰ প্ৰাক্তন অধ্যক্ষ উত্তম দাস, দক্ষিণ বৰপথাৰ সমবায় সমিতিৰ প্ৰাক্তন অধ্যক্ষ দীপাঙ্কৰ শইকীয়াকে আদি কৰি প্ৰায় ত্ৰিশ গৰাকী ব্যক্তিয়ে বিজেপিত যোগদান কৰে৷

ইয়াৰ পাছতেই দিনৰ ২ বজাত গোলাঘাট নগৰৰ ১নং ৱাৰ্ডৰ এৰেঙ্গাপাৰা চাৰিআলিত প্ৰায় চাৰি শতাধিক লোকৰ সমাগমৰ মাজত অনুষ্ঠিত হোৱা যোগদান সভাত গোলাঘাটৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে যোগদান কৰাৰ লগতে প্ৰায় ১৮০ গৰাকী পুৰুষ মহিলাই বিজেপিৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ যোগদান কৰে৷ এসময়ৰ কংগ্ৰেছ দলৰ দূৰ্গ হিচাপে বিবেচিত হোৱা গোলাঘাটত আজি কংগ্ৰেছ দলৰ পৰা বহু কেইগৰাকী নেতা কৰ্মীয়ে বিজেপিত যোগদান কৰা কাৰ্যই কংগ্ৰেছ দলৰ ভিতৰ চ’ৰাত নিঃসন্দেহে খলকনি তুলিছে বুলি ৰাইজে প্ৰকাশ কৰে ৷

fc53bd60 3516 4db9 ae04 7abc7978c2c6 | ASSAM TIMES POST

উক্ত অনুষ্ঠানত ১নং ৱাৰ্ডৰ প্ৰাক্তন ৱাৰ্ড সদস্য, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দুলাল শইকীয়া, কংগ্ৰেছৰ সক্ৰিয় কৰ্মী ক্ৰমে ৰিকু বৰা,ৰাজু ভৌমিক, ত্ৰিশংকু কাকতি, অগপ দলৰ জ্যেষ্ঠ সক্ৰিয় কৰ্মী নিখিল শইকীয়া, জ্যেষ্ঠ অধিবক্তা নৰেন হাজৰিকা, প্ৰবীন ঠেঙাল, কুমকুম বেজবৰুৱাকে আদি কৰি ৭গৰাকীকৈ অধিবক্তা, বিদ্যুৎ পৰিষদৰ প্ৰাক্তন উপ-প্ৰবন্ধক আব্দুৰ ৰচিদ, ডাক্তৰ আকাশ সেনগুপ্তা, অৱসৰপ্ৰাপ্ত শিক্ষক চিদানন্দ ঝা, প্ৰাক্তন শিক্ষয়িত্ৰী মীৰা শৰ্মা,বিশিষ্ট ব্যৱসায়ী ৰুবুল বৰা, প্ৰতাপ শইকীয়া, প্ৰদীপ কলিতা আদিয়ে যোগদান কৰি বিজেপিক অধিক শক্তিশালী কৰাত অৰিহণা যোগাব বুলি উপস্থিত সকলোৱে আশা কৰে ৷

উক্ত দুয়োটা কাৰ্যসূচীত বিজেপি গোলাঘাট জিলা সভাপতি দেৱজিত বৰাকে প্ৰমুখ্য কৰি বিজেপি অসম ৰাজ্যিকৰ উপ-সভাপতি তথা অসম ৰাজ্যিক পণ্যাগাৰ নিগমৰ অধ্যক্ষ দিগন্ত ঘাটোৱাৰ, বিজেপি ৰাজ্যিক সম্পাদক তথা সদস্যতা অভিযানৰ গোলাঘাট বিধানসভা সমষ্টিৰ তত্বাবধায়ক দেৱপ্ৰদীপ বৰা, বিজেপি ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য তথা সদস্যতা অভিযানৰ ৰাজ্যিক সমিতিৰ সদস্যা নৱনীতা সন্দিকৈ, বিজেপি ৰাজ্যিক সদস্য, অসম চাহ নিগমৰ অধ্যক্ষ তথা সদস্যতা অভিযানৰ সৰুপথাৰ বিধানসভা সমষ্টিৰ তত্বাবধায়ক অমিয় কুমাৰ বৰা, ৰাজ্যিক সদস্য ডাঃ মৃদুল কুমাৰ দত্ত, ৰাজ্যিক সদস্য তথা গোলাঘাট জিলা বিজেপিৰ প্ৰতিস্থাপক সা:সম্পাদক অশোক বৰঠাকুৰ, ৰাজ্যিক অ’বিচি মৰ্চাৰ উপ-সভাপতি, জ্যেষ্ঠ নেতা বিতোপন শইকীয়া, ৰাজ্যিক কিষাণ মৰ্চাৰ সাধাৰণ সম্পাদক যতীন বৰা, জ্যেষ্ঠ নেতা তথা অসম কো-অপাৰেটিভ এপেক্স বেঙ্কৰ উপাধ্যক্ষ বিশ্বজিত ফুকন, উপ-সভাপতি সত্যজিত বৰঠাকুৰ, গোলাঘাট জিলা সদস্যতা অভিযানৰ প্ৰমুখ তথা জিলা সাধাৰণ সম্পাদক সীমান্ত বৰা, সহঃপ্ৰমুখ তথা জিলা সম্পাদক ৰাজীৱ শইকীয়া, জিলাৰ সাধাৰণ সম্পাদক সঞ্জীৱ দাস, মণ্ডল সভাপতি ক্ৰমে নয়নমণি বৰা, ধৰ্মেশ্বৰ সোণোৱাল, হৰি প্ৰসাদ দত্ত, বলিন কলিতা, পৰাগ বৰা, ৰমেশ ফুকন, অসীম দত্ত, যুৱ মৰ্চা জিলা সভাপতি চন্দ্ৰ জ্যোতি ঠাকুৰ, জিলা মহিলা মৰ্চাৰ সভানেত্ৰী তুতুমনি বৰা, প্ৰাক্তন জিলা সাধাৰণ সম্পাদক অতনু গৌৰাত্ৰ, জিলা মেডিয়া বিভাগৰ আহ্বায়ক জয়ন্ত গোস্বামী, দেৱজিত(ধন) বৰা,জিলা বিষয়ববীয়াসকল, মৰ্চাৰ বিষয়ববীয়াসকলৰ উপৰি বিভিন্ন স্তৰৰ কাৰ্যকৰ্তা আৰু শুভাকাংক্ষী ৰাইজ উপস্থিত থাকে বুলি জিলা সাধাৰণ সম্পাদক সীমান্ত বৰাই জানিবলৈ দিয়ে৷ উল্লেখযোগ্য যে এৰেঙ্গাপাৰা চাৰিআলিৰ অনুষ্ঠানৰ আৰম্ভনিতেই খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই নতুনকৈ অহা সকলক সদস্যতা ভৰ্ত্তিকৰণ কৰি কাৰ্যকৰ্তাসকলক অতিশয় উৎসাহিত কৰে৷

Share4Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
ADVERTISEMENT
CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে
National-International

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

July 25, 2026
50
Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল
National-International

Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল

July 25, 2026
50
CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী
National-International

CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী

July 25, 2026
50
DRDO : বিমান যুদ্ধত পাক-চীনৰ বিৰুদ্ধে যুঁজিবলৈ সাজু ‘কুশ’, চণ্ডীপুৰত সফল প্ৰথম পৰীক্ষা
National-International

DRDO : বিমান যুদ্ধত পাক-চীনৰ বিৰুদ্ধে যুঁজিবলৈ সাজু ‘কুশ’, চণ্ডীপুৰত সফল প্ৰথম পৰীক্ষা

July 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

July 25, 2026
Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল

Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল

July 25, 2026
CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী

CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী

July 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx