ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : যমগ্ৰ দেশৰ লগত সংগতি ৰাখি মুছলিম ছত্ৰ সন্থা অসম চমুকৈ মুছাৰ উদ্যোগত আজি মহামানৱ জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মদিন পালনৰ লগতে সচ্ছ ভাৰত অভিযান ও বৃক্ষ ৰূপন কায্যসূচী ৰূপায়ন কৰে ৷
উক্ত কায্যসূচী উপস্থিত থাকে লাহৰীজান বজাৰ সন্থা মুৰব্বী হাদিছ মনছুৰী আৰু খটখটী থানাৰ আৰক্ষীৰ বিষয়া, জোৱান ৷ হাদীছ মনছুৰীয়ে কৰ্মৰত আৰক্ষীক গামোছাৰে সম্বৰ্ধনা জনায় । মুছাৰ সদস্য সকলে অসম নাগালেণ্ড সীমান্তৰ পৰা লাহৰীজান হনুমান মন্দিৰ লৈকে ছাফাই অভিযান চলাই চৌপাশ পৰিষ্কাৰ কৰি তোলে ৷
মুছলিম ছাত্ৰ সন্থা কাৰবি আংলং জিলা সমিতিৰ মুৰববী হাদীছ মনছুৰী সভাপতি আব্দুল জাবেদ কায্যকৰী সভাপতি মইনুল হুচেইন ওজা সাংস্কৃৃতিক সম্পাদক ইবৰান হুছেইন লগতে অনান্য সদস্য সকল













