ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

কাৰ্বি আংলঙৰ ৰহিমপুৰ গাঁৱত ডাইনী সন্দেহত ২জনক হত্যা : ৯জনক গ্ৰেপ্তাৰ

ASSAM TIMES POST by ASSAM TIMES POST
October 1, 2020
Reading Time: 1 min read
A A
0
কাৰ্বি আংলঙৰ ৰহিমপুৰ গাঁৱত ডাইনী সন্দেহত ২জনক হত্যা : ৯জনক গ্ৰেপ্তাৰ

logo new 2 1 1 1 | ASSAM TIMES POST

RELATED POSTS

Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival

Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

Body Recovered in Bokoliaghat: Tragic, Mysterious Death

ষ্টাফ ৰিপ’ৰ্টাৰ:

ডিফু : সমাজৰ পৰা এতিয়াও আঁতৰি যোৱা অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ মনোবৃত্তি৷ তেনে এচাম অন্ধবিশ্বাসী লোকে নিতৌ ৰাজ্যখনত সংঘটিত কৰি আহিছে নিৰীহৰ ওপৰত বিভিন্ন অত্যাচাৰ আৰু হত্যাৰ দৰে ঘটনা৷ শেহতীয়াকৈ তেনে এক নিৰ্মম ঘটনা সংঘটিত হৈছে কাৰ্বি আংলং জিলাৰ ডকমকা আৰক্ষী থানাৰ অন্তৰ্গত ৰহিমপুৰ গাঁৱত৷

ঘটনাৰ বিৱৰণী মতে, যোৱা ২৯ ছেপ্টেম্বৰত শংকৰ গৌৰৰ জীয়ৰী ৰশ্মি গৌৰৰ মৃত্যু হয়৷ মৃত্যুৰ পূৰ্বে ছোৱালীজনীক চিকিৎসা কৰিছিল মেনছিং গৌৰ নামৰ পূজাৰীজনে৷ ইফালে ৰশ্মিৰ মৃত্যুৰ পিছত উক্ত পূজাৰীজনে অভিযোগ কৰে যে একেখন গাঁৱৰে এগৰাকী পুৰুষ আৰু এগৰাকী মহিলাৰ ক’লা যাদুৰ বাবে ছোৱালীজনীৰ মৃত্যু হৈছে৷

ছোৱালীজনীৰ মৃত্যুৰ তৃতীয়দিনা ৰহিমপুৰ গাঁৱৰ গাঁওবুঢ়া কৈলাস গৌৰৰ বাসগৃহৰ সন্মুখত বহুতো লোক একত্ৰিত হয়৷ তাতেই জোনালী গৌৰ (১৮) নামৰ আন এজনী ছোৱালীয়ে তাই ৰামাৱতী হালোৱা নামৰ এগৰাকী মহিলা আৰু বিজয় গৌৰ (৩০) নামৰ এজন পুৰুষৰ ক’লাযাদুত অসুস্থ হৈ পৰিছে৷ ফলত তাত উপস্থিত লোকসকলে নিজৰ মাজতে আলোচনা কৰে আৰু দলটোৱে ৰামাৱতী আৰু বিজয়ক নানা ধৰণে তিৰস্কাৰ আৰু গালিগালাজ কৰিবলৈ আৰম্ভ কৰে৷

62dd8b79 18b1 4ae5 99a0 99bb6b8fe1a3 e1601567261880 | ASSAM TIMES POSTৰামাৱতীৰ জীয়েকে তেওঁৰ মাকক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰে যদিও অপাৰগ হয়৷ চাওঁতে চাওঁতে ঘটনাই চূড়ান্ত ৰূপ লয় আৰু ঘটনাস্থলীতে দলটোৱে উন্মত ৰূপ ধাৰণ কৰি ৰামাৱতী আৰু বিজয়ক হত্যা কৰি দুয়োৰে মৃতদেহ কাষৰ পাহাৰৰ ওচৰলৈ নি জ্বলাই দিয়ে৷

ডকমকা আৰক্ষীয়ে পিছদিনা পুৱাৰ ভাগত ঘটনাৰ বিষয়ে জানিব পাৰে আৰু তুৰন্তে গৈ ঘটনাস্থলীত উপস্থিত হয়৷ আৰক্ষীৰ দলটোক নেতৃত্ব দিয়ে কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষকদেৱজিৎ দেউৰী ৷ তেওঁৰ লগত উপস্থিত থাকে ডিএছপি (হেড কোৱাটাৰ), হাওৰাঘাটৰ অ’চি, বকলিয়াৰ অ’চি আৰু মেজিষ্ট্ৰেট জিন্টু বৰা৷ a3287c05 87f7 412a a051 b39e5d71fca5 e1601567323559 | ASSAM TIMES POSTবৰ্তমানলৈকে এই ঘটনাত ব্যৱহৃত অস্ত্ৰকে ধৰি ঘটনাটোত প্ৰত্যক্ষভাৱে জড়িত ৯জন লোকক গ্ৰেপ্তাৰ কৰা বুলি আৰক্ষী সূত্ৰে প্ৰকাশ৷ গ্ৰেপ্তাৰ কৰা অভিযুক্ত কেইজন হৈছে ধনসিং গৌৰৰ পুত্ৰ সঞ্জু গৌৰ ওৰফে নাগামিজ, প্ৰয়াত লালেম গৌৰৰ পুত্ৰ ৰামসিং গৌৰ, কৈলাস গৌৰৰ পুত্ৰ ৰাজেন গৌৰ, তুলাৰাম গৌৰৰ পুত্ৰ কৃষ্ণ গৌৰ, গনেশ গৌৰৰ পুত্ৰ ৰবিলাল গৌৰ, প্ৰয়াত শংকৰ গৌৰৰ পুত্ৰ সীতাৰাম গৌৰ, জিটৰুল গৌৰৰ পত্নী বাইগুল গৌৰ, কৈলাস গৌৰৰ জীয়ৰী কাজল গৌৰ আৰু প্ৰয়াত শম্ভূ গৌৰৰ ছোৱালী জোনালী গৌৰ৷

7d7dff36 338b 4393 98cb 9f1899793a22 e1601568006400 | ASSAM TIMES POSTইতিমধ্যে এই নাৰকীয় ঘটনাৰ ভুক্তভোগী দুয়োটা মৃতদেহৰ অৱশিষ্ট মেজিষ্ট্ৰেটৰ উপস্থিতিত জ্বলাই দিয়া স্থানৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰাৰ লগতে মাটিৰ নমুনাও সংগ্ৰহ কৰিছে বুলি জানিব পৰা গৈছে৷

এই সন্দৰ্ভত আইনৰ নিৰ্দিষ্ট ধাৰাৰ অধীনত অভিযুক্ত আটাইৰে বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰিব বুলিও আৰক্ষী সূত্ৰে জনাইছে৷ আনহাতে , আন কেইগৰাকী অভিযুক্ত দীপক গৌৰ, লুলু গৌৰ, মানসিং গৌৰ, বাবুৰাম গোৱালা, সন্তোষ গৌৰ আৰু শিৱলাল গৌৰৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে৷

Tags: karbi anglong
Share4Tweet3Send

Related Posts

Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival
Assam

Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival

by News Desk
June 30, 2026
50
Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by ASSAM TIMES POST
June 30, 2026
50
Body Recovered in Bokoliaghat: Tragic, Mysterious Death
KARBI ANGLONG

Body Recovered in Bokoliaghat: Tragic, Mysterious Death

by ASSAM TIMES POST
June 30, 2026
50
Breaking I কাৰ্বি আংলঙৰ অসম-নাগালেণ্ড সীমান্তত গ্ৰেণেড নিক্ষেপৰ ঘটনা
BREAKING NEWS

Breaking I কাৰ্বি আংলঙৰ অসম-নাগালেণ্ড সীমান্তত গ্ৰেণেড নিক্ষেপৰ ঘটনা

by ASSAM TIMES POST
June 30, 2026
50
Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong
KARBI ANGLONG

Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong

by ASSAM TIMES POST
June 30, 2026
50
Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে
Assam

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে

by News Desk
June 29, 2026
50
ADVERTISEMENT
Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival
Assam

Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival

June 30, 2026
50
Manipur NH-2 Protest : Kuki-Zo Clash, Security Fires Tear Gas
NORTHEAST

Manipur NH-2 Protest : Kuki-Zo Clash, Security Fires Tear Gas

June 30, 2026
50
Financial reforms : ১ জুলাইৰ পৰা আহি আছে বৃহৎ আৰ্থিক পৰিৱৰ্তন, নাজানিলে পৰিব বিপদত
National-International

Financial reforms : ১ জুলাইৰ পৰা আহি আছে বৃহৎ আৰ্থিক পৰিৱৰ্তন, নাজানিলে পৰিব বিপদত

June 30, 2026
50
Indian Railway : ভাৰতীয় ৰে’লৱেত নতুন দিগন্তৰ সূচনা, দেশত চলিব প্ৰথমখন হাইড্ৰ’জেন চালিত ৰে’ল
National-International

Indian Railway : ভাৰতীয় ৰে’লৱেত নতুন দিগন্তৰ সূচনা, দেশত চলিব প্ৰথমখন হাইড্ৰ’জেন চালিত ৰে’ল

June 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival

Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival

June 30, 2026
Manipur NH-2 Protest : Kuki-Zo Clash, Security Fires Tear Gas

Manipur NH-2 Protest : Kuki-Zo Clash, Security Fires Tear Gas

June 30, 2026
Financial reforms : ১ জুলাইৰ পৰা আহি আছে বৃহৎ আৰ্থিক পৰিৱৰ্তন, নাজানিলে পৰিব বিপদত

Financial reforms : ১ জুলাইৰ পৰা আহি আছে বৃহৎ আৰ্থিক পৰিৱৰ্তন, নাজানিলে পৰিব বিপদত

June 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx