ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

মাঞ্জা আৰক্ষীৰ জালত চুৰি স্ক’ৰপিঅ” সহ দুই গভাইত গাড়ী চোৰ :

ASSAM TIMES POST by ASSAM TIMES POST
September 19, 2020
Reading Time: 1 min read
A A
0

logo new 2 12 | ASSAM TIMES POST

RELATED POSTS

Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival

Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

Body Recovered in Bokoliaghat: Tragic, Mysterious Death

ষ্টাফ ৰিপ’ৰ্টাৰ:

ডিফু : পুনৰ কাৰবি আংলং জিলাৰ মাঞ্জা আৰক্ষীৰ জালত পৰিল চুৰি স্কৰপিঅ’ সহ মণিপুৰৰ দুই গভাইত চোৰ ৷ শুকুৰবাৰে নিশা মাঞ্জা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিতুমনি ডেকাৰ নেতৃত্বত সংগীয় ষ্টাফ সহ মাঞ্জা- ডিমাপুৰ পথত নাকা তালাচী চলাই থকা অৱস্থাতে ডিমাপুৰ অভিমুখে গৈ থকা HR 83 6009 বগা ৰঙৰ স্কৰপিঅ’ s11 গাড়ীখন সন্দেশবশত ৰখিবলৈ নিৰ্দেশ প্ৰদান কৰে ৷

আৰক্ষীয়ে ভালদৰে তদন্ত আৰু পৰীক্ষা কৰাত গাড়ীৰ প্ৰকৃত ইঞ্জিন নম্বৰ চালকে প্ৰদৰ্শন কৰা নথিৰ সৈতে অমিল পায় ৷ আৰক্ষীৰ সূত্ৰে জানিব পৰা অনুসৰি গাড়ীখন হাৰিয়ানাৰ, ধৃত চোৰ দুটাই দিল্লীৰ পৰা গাজ়ীখন চুৰি কৰি মণিপুৰলৈ নিয়াৰ পৰিকল্পনা কৰিছিল ৷

ধৃত চোৰ দুটা ক্ৰমে,মণিপুৰৰ থাউবাল জিলাৰ কাকচিং থানা এলেকাৰ ফুন্দ্ৰাই খংজা গাঁৱৰ ইছা ছাহৰ পুত্ৰ মঃ হানিফ ছাহ আৰু মণিপুৰৰ বিঞ্চুপুৰ জিলাৰ মৈৰাং থানা এলেকাৰ ক্বাকটা খুমান গাঁৱৰ জয়া খানৰ পুত্ৰ ওৱাছিম খান বুলি চিনাক্ত কৰা হৈছে ৷

এই সন্দৰ্ভত মাঞ্জা থানাত ভাঃদঃবিঃ আইনৰ 379/411/468 ধাৰাত 32/20 নম্বৰত এক গোচৰ ৰুজু দি ধৃত চোৰটোক জেৰা অব্যাহত ৰাখিছে লগতে চোৰ দুটাক আজি ডিফু আদালতত হাজিৰ কৰা হব বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ৷

উল্লেখযোগ্য যে মাঞ্জা- ডিমাপুৰ পথেৰে মণিপুৰৰ অপৰাধী চক্ৰই চুৰি গাড়ীৰ পৰা আৰম্ভ কৰি নিষিদ্ধ ড্ৰাগছ সৰবৰাহ কৰাৰ অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও মাঞ্জা, ডিলাই আৰু খটখটী আৰক্ষীয়ে কৌশলী পন্থা অৱলম্বন কৰাৰ বাবে বহু কেইটা অপৰাধী আৰক্ষীৰ জালত পৰিছিল ৷

Tags: karbi anglong
Share4Tweet3Send

Related Posts

Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival
Assam

Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival

by News Desk
June 30, 2026
50
Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by ASSAM TIMES POST
June 30, 2026
50
Body Recovered in Bokoliaghat: Tragic, Mysterious Death
KARBI ANGLONG

Body Recovered in Bokoliaghat: Tragic, Mysterious Death

by ASSAM TIMES POST
June 30, 2026
50
Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong
KARBI ANGLONG

Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong

by ASSAM TIMES POST
June 30, 2026
50
Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে
Assam

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে

by News Desk
June 29, 2026
50
Purnima Devi Barman I Community Powers Hargila Conservation in Assam
Assam

Purnima Devi Barman I Community Powers Hargila Conservation in Assam

by Staff Reporter
June 28, 2026
50
ADVERTISEMENT
Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival
Assam

Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival

June 30, 2026
50
Manipur NH-2 Protest : Kuki-Zo Clash, Security Fires Tear Gas
NORTHEAST

Manipur NH-2 Protest : Kuki-Zo Clash, Security Fires Tear Gas

June 30, 2026
50
Financial reforms : ১ জুলাইৰ পৰা আহি আছে বৃহৎ আৰ্থিক পৰিৱৰ্তন, নাজানিলে পৰিব বিপদত
National-International

Financial reforms : ১ জুলাইৰ পৰা আহি আছে বৃহৎ আৰ্থিক পৰিৱৰ্তন, নাজানিলে পৰিব বিপদত

June 30, 2026
50
Indian Railway : ভাৰতীয় ৰে’লৱেত নতুন দিগন্তৰ সূচনা, দেশত চলিব প্ৰথমখন হাইড্ৰ’জেন চালিত ৰে’ল
National-International

Indian Railway : ভাৰতীয় ৰে’লৱেত নতুন দিগন্তৰ সূচনা, দেশত চলিব প্ৰথমখন হাইড্ৰ’জেন চালিত ৰে’ল

June 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival

Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival

June 30, 2026
Manipur NH-2 Protest : Kuki-Zo Clash, Security Fires Tear Gas

Manipur NH-2 Protest : Kuki-Zo Clash, Security Fires Tear Gas

June 30, 2026
Financial reforms : ১ জুলাইৰ পৰা আহি আছে বৃহৎ আৰ্থিক পৰিৱৰ্তন, নাজানিলে পৰিব বিপদত

Financial reforms : ১ জুলাইৰ পৰা আহি আছে বৃহৎ আৰ্থিক পৰিৱৰ্তন, নাজানিলে পৰিব বিপদত

June 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx