ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

নামী কোম্পানীৰ চাকৰি এৰি চাহৰ দোকান খুলিলে ছফ্টৱেৰ ইঞ্জিনিয়াৰে

ASSAM TIMES POST by ASSAM TIMES POST
September 6, 2020
Reading Time: 1 min read
A A
0
নামী কোম্পানীৰ চাকৰি এৰি চাহৰ দোকান খুলিলে ছফ্টৱেৰ ইঞ্জিনিয়াৰে

logo new 2 12 | ASSAM TIMES POST

RELATED POSTS

Yasin Malik case I কাশ্মীৰী পণ্ডিত মহিলাক ধৰ্ষণ কৰি হত্যাৰ ৩৬ বছৰৰ পাছত ইয়াছিন মালিকৰ বিৰুদ্ধে অভিযোগনামা দাখিল

Pak attack on Afghanistan I সাৰ্বভৌমত্বৰ ওপৰত নিৰ্লজ্জ আক্ৰমণ, আফগানিস্তানত পাক আক্ৰমণৰ প্ৰতিবাদ ভাৰতৰ

Yamuna river treaty I যমুনাৰ পানীক লৈ ৩২ বছৰীয়া বিবাদৰ অন্ত, অমিত শ্বাহৰ উপস্থিতিত বুজাবুজি চুক্তি স্বাক্ষৰ

নিউজ ডেস্ক:

নামী কোম্পানীৰ মোটা দৰমহাৰ নিশ্চিত জীৱন এৰি ৰাস্তাৰ কাষত চাহৰ দোকান খুলিছে এগৰাকী ছফ্টৱেৰ ইঞ্জিনীয়াৰে। জানিব পৰা মতে, এই ব্যক্তিগৰাকী উইপ্রোত কর্মৰত আছিল। তেওঁৰ মতে ডাঙৰ ডাঙৰ কোম্পানিৰ চাকৰিয়ে মোটা অঙ্কৰ বেতন দিলেও মানসিক শান্তি দিব নোৱাৰে। সেয়ে চাকৰি এৰি তেওঁ বিকল্প পেছাৰ সন্ধান কৰে।

তেওঁ কয়, আমাৰ টেবুলত প্রতিদিনে চাহৰ কাপ থোৱা থাকে, কিন্তু সেই চাহত মই কোনোদিনে এনেকুৱা স্বাদ পোৱা নাই যাক ভাল বুলিব পাৰি। মই ভাল চাহৰ খুব ভক্ত, সেয়ে এনে এখন চাহ-দোকান কৰিব বিচাৰিছিলোঁ য’ত গ’লে মানুহে মনৰ মতে চাহ পাব। আৰু তাৰ বাবেই মই চাহৰ দোকান আৰম্ভ কৰিছোঁ আৰু নিজে হৈছোঁ ইঞ্জিনিয়াৰ চাহৱালা।”

আইএএছ বিষয়া অবনীশ চৰণে প্রথম এই চাহৰ দোকানৰ ছবি টুইট কৰে। ছবিত দেখা গৈছে নিজৰ সম্পর্কে সকলো বোৰেই তেওঁ লিখি দিছে দোকানত। মুহূৰ্ততে ভাইৰেল হৈ যায় সেই ছবিখন। দেশজুৰি উপচি পৰে প্রশংসাৰ বন্যা।

Tags: featured3
Share4Tweet3Send

Related Posts

Yasin Malik case I কাশ্মীৰী পণ্ডিত মহিলাক ধৰ্ষণ কৰি হত্যাৰ ৩৬ বছৰৰ পাছত ইয়াছিন মালিকৰ বিৰুদ্ধে অভিযোগনামা দাখিল
National-International

by Staff Reporter
June 30, 2026
50
Pak attack on Afghanistan I সাৰ্বভৌমত্বৰ ওপৰত নিৰ্লজ্জ আক্ৰমণ, আফগানিস্তানত পাক আক্ৰমণৰ প্ৰতিবাদ ভাৰতৰ
National-International

Pak attack on Afghanistan I সাৰ্বভৌমত্বৰ ওপৰত নিৰ্লজ্জ আক্ৰমণ, আফগানিস্তানত পাক আক্ৰমণৰ প্ৰতিবাদ ভাৰতৰ

by Staff Reporter
June 30, 2026
50
Yamuna river treaty I যমুনাৰ পানীক লৈ ৩২ বছৰীয়া বিবাদৰ অন্ত, অমিত শ্বাহৰ উপস্থিতিত বুজাবুজি চুক্তি স্বাক্ষৰ
National-International

Yamuna river treaty I যমুনাৰ পানীক লৈ ৩২ বছৰীয়া বিবাদৰ অন্ত, অমিত শ্বাহৰ উপস্থিতিত বুজাবুজি চুক্তি স্বাক্ষৰ

by Staff Reporter
June 30, 2026
50
Arunachal China border I অৰুণাচল প্ৰদেশত ভাৰতৰ ভূমি চীনে দখল কৰাৰ অভিযোগ স্থানীয় জনজাতীয় সংগঠনৰ

BJP president Nitin Nabin : হায়দৰাবাদ পৌৰ নিগম নিৰ্বাচন পৰিগণিত পৰীক্ষা ক্ষেত্ৰ গেৰুৱা দলৰ, দ্ৰাবিড় ভূমিত পদুমৰ বীজ ৰোপণ কৰিবলৈ ভ্ৰমণ কৰিলে দলৰ ৰাষ্ট্ৰীয় সভাপতিয়ে

by News Desk
June 29, 2026
50
Ram Mandir : ৰাম মন্দিৰৰ দান চোৰৰ হৈ ওকালতি কৰিলে ৫ লাখৰ জৰিমনা ঘোষণা‌ অযোধ্যা উকীল সন্থাৰ

ADVERTISEMENT
Yasin Malik case I কাশ্মীৰী পণ্ডিত মহিলাক ধৰ্ষণ কৰি হত্যাৰ ৩৬ বছৰৰ পাছত ইয়াছিন মালিকৰ বিৰুদ্ধে অভিযোগনামা দাখিল
National-International

Yasin Malik case I কাশ্মীৰী পণ্ডিত মহিলাক ধৰ্ষণ কৰি হত্যাৰ ৩৬ বছৰৰ পাছত ইয়াছিন মালিকৰ বিৰুদ্ধে অভিযোগনামা দাখিল

June 30, 2026
50
Pak attack on Afghanistan I সাৰ্বভৌমত্বৰ ওপৰত নিৰ্লজ্জ আক্ৰমণ, আফগানিস্তানত পাক আক্ৰমণৰ প্ৰতিবাদ ভাৰতৰ
National-International

Pak attack on Afghanistan I সাৰ্বভৌমত্বৰ ওপৰত নিৰ্লজ্জ আক্ৰমণ, আফগানিস্তানত পাক আক্ৰমণৰ প্ৰতিবাদ ভাৰতৰ

June 30, 2026
50
Body Recovered in Bokoliaghat: Tragic, Mysterious Death
KARBI ANGLONG

Body Recovered in Bokoliaghat: Tragic, Mysterious Death

June 30, 2026
50
Yamuna river treaty I যমুনাৰ পানীক লৈ ৩২ বছৰীয়া বিবাদৰ অন্ত, অমিত শ্বাহৰ উপস্থিতিত বুজাবুজি চুক্তি স্বাক্ষৰ
National-International

Yamuna river treaty I যমুনাৰ পানীক লৈ ৩২ বছৰীয়া বিবাদৰ অন্ত, অমিত শ্বাহৰ উপস্থিতিত বুজাবুজি চুক্তি স্বাক্ষৰ

June 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Yasin Malik case I কাশ্মীৰী পণ্ডিত মহিলাক ধৰ্ষণ কৰি হত্যাৰ ৩৬ বছৰৰ পাছত ইয়াছিন মালিকৰ বিৰুদ্ধে অভিযোগনামা দাখিল

Yasin Malik case I কাশ্মীৰী পণ্ডিত মহিলাক ধৰ্ষণ কৰি হত্যাৰ ৩৬ বছৰৰ পাছত ইয়াছিন মালিকৰ বিৰুদ্ধে অভিযোগনামা দাখিল

June 30, 2026
Pak attack on Afghanistan I সাৰ্বভৌমত্বৰ ওপৰত নিৰ্লজ্জ আক্ৰমণ, আফগানিস্তানত পাক আক্ৰমণৰ প্ৰতিবাদ ভাৰতৰ

Pak attack on Afghanistan I সাৰ্বভৌমত্বৰ ওপৰত নিৰ্লজ্জ আক্ৰমণ, আফগানিস্তানত পাক আক্ৰমণৰ প্ৰতিবাদ ভাৰতৰ

June 30, 2026
Body Recovered in Bokoliaghat: Tragic, Mysterious Death

Body Recovered in Bokoliaghat: Tragic, Mysterious Death

June 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT