ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

দেশত ২৪ ঘণ্টাত সৰ্বাধিক সংক্ৰমণ ৮৩ হাজাৰ!

ASSAM TIMES POST by ASSAM TIMES POST
September 3, 2020
Reading Time: 1 min read
A A
0
images 35 | ASSAM TIMES POST

logo new 2 12 | ASSAM TIMES POST
নিউজ ডেস্ক:

RELATED POSTS

Ram Mandir controversy : ৰাম মন্দিৰলৈ যোৱাৰ পূৰ্বে গৃহবন্দী কংগ্ৰেছ সভাপতি

Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়

Financial reforms : ১ জুলাইৰ পৰা আহি আছে বৃহৎ আৰ্থিক পৰিৱৰ্তন, নাজানিলে পৰিব বিপদত

৮৩ হাজাৰ পাৰ হৈ গ’ল দেশত দৈনিক নতুন সংক্রমণৰ সংখ্যা। সৃষ্টি হ’ল নতুন ৰেকর্ড।কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ পৰিসংখ্যা অনুসৰি, যোৱা ২৪ ঘণ্টাত দেশত ৮৩ হাজাৰ ৮৮৩ জন নতুনকৈ কোভিডত আক্রান্ত হৈছে।

যাৰ ফলত দেশত মুঠ আক্রান্ত হ’ল ৩৮ লক্ষ ৫৩ হাজাৰ ৪০৬ জন। ইফালে দেশত মুঠ আক্রান্তৰ ৭৭ শতাংশ সুস্থ হৈছে। যোৱা ২৪ ঘণ্টাত সুস্থ হৈছে ৬৮ হাজাৰ ৫৮৪ জন।আনহাতে, যোৱা ২৪ ঘণ্টাত দেশত সংক্রমণৰ হাৰ ৭.১৬ শতাংশ।

পৰীক্ষা হৈছে ১১ লক্ষ ৭২ হাজাৰ ১৭৯ জনৰ।কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ পৰিসংখ্যা অনুসৰি, যোৱা ২৪ ঘণ্টাত কৰোনাৰ ফলত মৃত্যু হৈছে ১ হাজাৰ ৪৩ জনৰ। ইয়াকে লৈ দেশত মুঠ ৬৭ হাজাৰ ৩৭৬ জনৰ প্রাণ কাঢ়িলে ক’ৰোনা ভাইৰাছে।

Tags: featured3
Share4Tweet3Send

Related Posts

Ram Mandir controversy : ৰাম মন্দিৰলৈ যোৱাৰ পূৰ্বে গৃহবন্দী কংগ্ৰেছ সভাপতি
National-International

by News Desk
June 30, 2026
50
Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়
National-International

Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়

by News Desk
June 30, 2026
50
Financial reforms : ১ জুলাইৰ পৰা আহি আছে বৃহৎ আৰ্থিক পৰিৱৰ্তন, নাজানিলে পৰিব বিপদত
National-International

Financial reforms : ১ জুলাইৰ পৰা আহি আছে বৃহৎ আৰ্থিক পৰিৱৰ্তন, নাজানিলে পৰিব বিপদত

by News Desk
June 30, 2026
50
Indian Railway : ভাৰতীয় ৰে’লৱেত নতুন দিগন্তৰ সূচনা, দেশত চলিব প্ৰথমখন হাইড্ৰ’জেন চালিত ৰে’ল
National-International

Indian Railway : ভাৰতীয় ৰে’লৱেত নতুন দিগন্তৰ সূচনা, দেশত চলিব প্ৰথমখন হাইড্ৰ’জেন চালিত ৰে’ল

by News Desk
June 30, 2026
50
Worker Harassment : বিয়াৰ দিনাও ৰক্ষা নাপালে কামৰ পৰা, অফিচলৈ যাবলগা হ’ল কৰ্মচাৰী দৰা
National-International

Worker Harassment : বিয়াৰ দিনাও ৰক্ষা নাপালে কামৰ পৰা, অফিচলৈ যাবলগা হ’ল কৰ্মচাৰী দৰা

by News Desk
June 30, 2026
50
Yasin Malik case I কাশ্মীৰী পণ্ডিত মহিলাক ধৰ্ষণ কৰি হত্যাৰ ৩৬ বছৰৰ পাছত ইয়াছিন মালিকৰ বিৰুদ্ধে অভিযোগনামা দাখিল
National-International

Yasin Malik case I কাশ্মীৰী পণ্ডিত মহিলাক ধৰ্ষণ কৰি হত্যাৰ ৩৬ বছৰৰ পাছত ইয়াছিন মালিকৰ বিৰুদ্ধে অভিযোগনামা দাখিল

by Staff Reporter
June 30, 2026
50
ADVERTISEMENT
Ram Mandir controversy : ৰাম মন্দিৰলৈ যোৱাৰ পূৰ্বে গৃহবন্দী কংগ্ৰেছ সভাপতি
National-International

Ram Mandir controversy : ৰাম মন্দিৰলৈ যোৱাৰ পূৰ্বে গৃহবন্দী কংগ্ৰেছ সভাপতি

June 30, 2026
50
Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়
National-International

Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়

June 30, 2026
50
Ismael Saibari : ‘তুমি মোৰ খৰচ বহন কৰিব নোৱাৰা’ : প্ৰেমত পৰাজিতজন এতিয়া নায়ক হৈ পৰিল বিশ্বকাপত
Sports News

Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated
Assam

Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated

June 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ram Mandir controversy : ৰাম মন্দিৰলৈ যোৱাৰ পূৰ্বে গৃহবন্দী কংগ্ৰেছ সভাপতি

Ram Mandir controversy : ৰাম মন্দিৰলৈ যোৱাৰ পূৰ্বে গৃহবন্দী কংগ্ৰেছ সভাপতি

June 30, 2026
Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়

Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়

June 30, 2026
Ismael Saibari : ‘তুমি মোৰ খৰচ বহন কৰিব নোৱাৰা’ : প্ৰেমত পৰাজিতজন এতিয়া নায়ক হৈ পৰিল বিশ্বকাপত

Ismael Saibari : ‘তুমি মোৰ খৰচ বহন কৰিব নোৱাৰা’ : প্ৰেমত পৰাজিতজন এতিয়া নায়ক হৈ পৰিল বিশ্বকাপত

June 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT