ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

মধ্যবিত্তৰ বাবে আনন্দৰ খবৰ : ৰেকর্ড হাৰত কমিল সোণৰ দাম

ASSAM TIMES POST by ASSAM TIMES POST
September 2, 2020
Reading Time: 1 min read
A A
0
মধ্যবিত্তৰ বাবে আনন্দৰ খবৰ : ৰেকর্ড হাৰত কমিল সোণৰ দাম

logo new 2 12 | ASSAM TIMES POST

RELATED POSTS

‎PM Safe Motherhood Campaign : হামৰেণত প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযানৰ দশম বৰ্ষপূৰ্তি উদ্‌যাপন

‎Indian mangoes banned : জাপানৰ পাছত নেপালেও নিষিদ্ধ কৰিলে ভাৰতৰ আম

Gas pipeline plan : ‎হৰমুজৰ ওপৰত নিৰ্ভৰ শেষ : ওমানৰ পৰা গুজৰাটলৈ ২০০০ কিলোমিটাৰ গেছ পাইপলাইনৰ পৰিকল্পনা কেন্দ্ৰৰ

নিউজ ডেস্ক:

নতুন মাহৰ আৰম্ভণিতেই সোণৰ বজাৰৰ ভাল খবৰ। ৰেকর্ড হাৰত কমিল সোণৰ দাম। যোৱা মাহৰ মাজভাগত সোণৰ দাম গগনচুম্বী হ’লেও, শেষৰ ফালে বহুখিনি কমিছিল। সেই ধাৰা অব্যাহত ৰাখি পুনৰ নতুন মাহৰ আৰম্ভণিতে ব্যাপক হাৰত কমিল সোণৰ দাম।

লকডাউনৰ ভিতৰতে কেইবাবাৰো মূল্যৰ উঠা-নমা কৰা প্ৰত্যক্ষ হ’লেও, এবাৰ সোণৰ দাম প্রায় ৫৬ হাজাৰ চুবলৈ আগবাঢ়িছিল। কিন্তু অৱশেষত যেন সকাহ লাভ কৰে মধ্যবিত্তই। আজি সন্ধিয়া সোণৰ দাম যথেষ্ট হ্ৰাস পায়।

কলকাতাত আজি সোণৰ দাম, ২২ কেৰেট সোণৰ ১ গ্রামৰ দাম ৫০১০ টকা, ১০ গ্ৰামত ৫০,১০০ টকা। দিল্লীত ৫০ হাজাৰ। কেৰালাত ৫০ হাজাৰৰো বহু তললৈ নামিছে আজি সোণৰ দাম। ইয়াৰ পিছতেই মহীশূৰ, মাঙ্গালোৰ আৰু বাঙ্গালুৰুত ১ গ্রাম সোণৰ আজিৰ দাম ৪৮২৫ টাকা আৰু ১০ গ্রামৰ দাম ৪৮২৫০ টাকা।

২৪ কেৰেট সোণৰ দাম

কলকাতাৰ তুলনাত দিল্লী দিল্লী, জয়পুৰ আৰু লখনৌত বেছি। এইবোৰ স্থানত ২৪ কেৰেট সোণৰ ১ গ্রামৰ দাম ৫৪৬০ টকা। কলকাতাত ২৪ কেৰেট সোণৰ ১ গ্রামৰ দাম ৫২৮৩ টকা আৰু ১০ গ্রামৰ দাম ৫২৮৩০ টকা।

Tags: featured3
Share4Tweet3Send

Related Posts

‎PM Safe Motherhood Campaign : হামৰেণত প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযানৰ দশম বৰ্ষপূৰ্তি উদ্‌যাপন
National-International

by News Desk
June 9, 2026
50
‎Indian mangoes banned : জাপানৰ পাছত নেপালেও নিষিদ্ধ কৰিলে ভাৰতৰ আম
National-International

‎Indian mangoes banned : জাপানৰ পাছত নেপালেও নিষিদ্ধ কৰিলে ভাৰতৰ আম

by News Desk
June 9, 2026
50
Gas pipeline plan : ‎হৰমুজৰ ওপৰত নিৰ্ভৰ শেষ : ওমানৰ পৰা গুজৰাটলৈ ২০০০ কিলোমিটাৰ গেছ পাইপলাইনৰ পৰিকল্পনা কেন্দ্ৰৰ
National-International

Gas pipeline plan : ‎হৰমুজৰ ওপৰত নিৰ্ভৰ শেষ : ওমানৰ পৰা গুজৰাটলৈ ২০০০ কিলোমিটাৰ গেছ পাইপলাইনৰ পৰিকল্পনা কেন্দ্ৰৰ

by News Desk
June 9, 2026
50
Usuf Pathan : ভূমি দখলৰ গোচৰত তৃণমূলৰ সাংসদ ইউছুফ পাঠানলৈ উচ্চ ন্যায়ালয়ৰ জাননী

Ujjwala Gas : আৰু হ্ৰাস পালে উজলাত ৰাজসাহায্যযুক্ত চিলিণ্ডাৰৰ সংখ্যা, বছৰি মাত্ৰ চাৰিটা চিলিণ্ডাৰহে লাভ কৰিব

Dibrugarh Man Detained Over Suspected Cattle Theft, Luxury SUV Seized
Assam

by Staff Reporter
June 9, 2026
50
ADVERTISEMENT
‎PM Safe Motherhood Campaign : হামৰেণত প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযানৰ দশম বৰ্ষপূৰ্তি উদ্‌যাপন
National-International

‎PM Safe Motherhood Campaign : হামৰেণত প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযানৰ দশম বৰ্ষপূৰ্তি উদ্‌যাপন

June 9, 2026
50
‎Brazilian supporter : আৰ্জেণ্টিনাক সমৰ্থন কৰাটো ‘পাপ’ : ১০ লিটাৰ গাখীৰেৰে গা ধুই ব্ৰাজিলিয়ান সমৰ্থক হ’ল বাংলাদেশী যুৱক
Sports News

‎Brazilian supporter : আৰ্জেণ্টিনাক সমৰ্থন কৰাটো ‘পাপ’ : ১০ লিটাৰ গাখীৰেৰে গা ধুই ব্ৰাজিলিয়ান সমৰ্থক হ’ল বাংলাদেশী যুৱক

June 9, 2026
50
‎Indian mangoes banned : জাপানৰ পাছত নেপালেও নিষিদ্ধ কৰিলে ভাৰতৰ আম
National-International

‎Indian mangoes banned : জাপানৰ পাছত নেপালেও নিষিদ্ধ কৰিলে ভাৰতৰ আম

June 9, 2026
50
Gas pipeline plan : ‎হৰমুজৰ ওপৰত নিৰ্ভৰ শেষ : ওমানৰ পৰা গুজৰাটলৈ ২০০০ কিলোমিটাৰ গেছ পাইপলাইনৰ পৰিকল্পনা কেন্দ্ৰৰ
National-International

Gas pipeline plan : ‎হৰমুজৰ ওপৰত নিৰ্ভৰ শেষ : ওমানৰ পৰা গুজৰাটলৈ ২০০০ কিলোমিটাৰ গেছ পাইপলাইনৰ পৰিকল্পনা কেন্দ্ৰৰ

June 9, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎PM Safe Motherhood Campaign : হামৰেণত প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযানৰ দশম বৰ্ষপূৰ্তি উদ্‌যাপন

‎PM Safe Motherhood Campaign : হামৰেণত প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযানৰ দশম বৰ্ষপূৰ্তি উদ্‌যাপন

June 9, 2026
‎Brazilian supporter : আৰ্জেণ্টিনাক সমৰ্থন কৰাটো ‘পাপ’ : ১০ লিটাৰ গাখীৰেৰে গা ধুই ব্ৰাজিলিয়ান সমৰ্থক হ’ল বাংলাদেশী যুৱক

‎Brazilian supporter : আৰ্জেণ্টিনাক সমৰ্থন কৰাটো ‘পাপ’ : ১০ লিটাৰ গাখীৰেৰে গা ধুই ব্ৰাজিলিয়ান সমৰ্থক হ’ল বাংলাদেশী যুৱক

June 9, 2026
‎Indian mangoes banned : জাপানৰ পাছত নেপালেও নিষিদ্ধ কৰিলে ভাৰতৰ আম

‎Indian mangoes banned : জাপানৰ পাছত নেপালেও নিষিদ্ধ কৰিলে ভাৰতৰ আম

June 9, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT