ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

আইপিএলৰ প্ৰতি চৰম ভাবুকি : ক’ৰোনাত আক্ৰান্ত চেন্নাই ছুপাৰ কিংছৰ ১০ জন

ASSAM TIMES POST by ASSAM TIMES POST
August 28, 2020
Reading Time: 1 min read
A A
0
আইপিএলৰ প্ৰতি চৰম ভাবুকি : ক’ৰোনাত আক্ৰান্ত চেন্নাই ছুপাৰ কিংছৰ ১০ জন

logo new 2 12 | ASSAM TIMES POST
নিউজ ডেস্কঃ

RELATED POSTS

NEET paper leak I নীট প্ৰশ্নকাকত ফাদিলত অৱশেষত ভুল স্বীকাৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

Strait of Hormuz I আমেৰিকা-ইৰাণ চুক্তিৰ পিছত হৰমুজ পাৰ হৈছে ভাৰত অভিমুখী ১১ জাহাজ, ২৬ খন অপেক্ষাৰত

Venezuela earthquake I ৭ প্ৰাবল্যৰ দুটা ভূমিকম্পই ধ্বংস কৰিলে ভেনিজুৱেলাৰ ৰাজধানীৰ একাংশ, বহু মৃত্যুৰ আশংকা

আইপিএলত বিৰাট ডাঙৰ আঘাত। ক’ৰোনা পৰীক্ষাত চেন্নাই ছুপাৰ কিংছৰ ১০ জনৰ পজিটিভ ধৰা পৰিছে। তাৰ ভিতৰত এজন ভাৰতীয়ও আছে।

শুক্রবাৰৰ পৰা ডুবাইত অনুশীলন আৰম্ভ কৰাৰ কথা আছিল মহেন্দ্র সিং ধোনিৰ নেতৃত্বাধীন দলৰ। কিন্তু তাৰ পূৰ্বে ক’ৰোনা টেষ্টত শিবিৰৰ ইমান কেইজনৰ পজিটিভ অহাত বিৰাট ডাঙৰ ভাবুকি আহি পৰিছে।

অৱশ্যে কাৰ কাৰ কোভিড পৰীক্ষাত পজিটিভ আহিছে সেয়া এতিয়াও পৰিষ্কাৰকৈ জানিব পৰা হোৱা নাই। কিন্তু কেৱল ক্রিকেটাৰেই নহয়, ক’ৰোনা আক্রান্তৰ তালিকাত সহায়ক ষ্টাফ আৰু অফিচিয়েলছও থাকিব পাৰে বুলি অনুমান কৰা হৈছে।

এই পৰিস্থিতিত আৰু এসপ্তাহ কোৱাৰেন্টাইনত থকাৰ সিদ্ধান্ত লোৱা হৈছে চিএছকেৰ তৰফৰ পৰা।
উল্লেখ্য যে যোৱাগত ২১ আগষ্টত ডুবাইত উপস্থিত হৈছিল চিএছকে। তাৰ পিছত ছয় দিনৰ বাধ্যতামূলক কোৱাৰেন্টাইনত আছিল চেন্নাই শিবিৰ। কিন্তু এতিয়া তাৰ ম্যাদ বাঢ়িল। ১ ছেপ্টেম্বৰৰ পৰা তেওঁলোকে অনুশীলন আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে।

Tags: Sports News
Share4Tweet3Send

Related Posts

NEET Paper leak : অতীতৰ পৰা শিক্ষা লোৱা নাই, এনটিএৰ পৰা উত্তৰ তলৱ উচ্চতম ন্যায়ালয়ৰ
National-International

NEET paper leak I নীট প্ৰশ্নকাকত ফাদিলত অৱশেষত ভুল স্বীকাৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

by Staff Reporter
June 25, 2026
50
Strait of Hazmuz : হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে ৬০খন দেশৰ বৈঠক
National-International

Strait of Hormuz I আমেৰিকা-ইৰাণ চুক্তিৰ পিছত হৰমুজ পাৰ হৈছে ভাৰত অভিমুখী ১১ জাহাজ, ২৬ খন অপেক্ষাৰত

by Staff Reporter
June 25, 2026
50
Venezuela earthquake I ৭ প্ৰাবল্যৰ দুটা ভূমিকম্পই ধ্বংস কৰিলে ভেনিজুৱেলাৰ ৰাজধানীৰ একাংশ, বহু মৃত্যুৰ আশংকা
National-International

Venezuela earthquake I ৭ প্ৰাবল্যৰ দুটা ভূমিকম্পই ধ্বংস কৰিলে ভেনিজুৱেলাৰ ৰাজধানীৰ একাংশ, বহু মৃত্যুৰ আশংকা

by Staff Reporter
June 25, 2026
50
Ketan Agarwal murder case : হ’বলগীয়া স্বামীক হত্যা কৰিবলৈ বাগদত্তাই কৰা কাৰ্যত সমগ্ৰ দেশ স্তম্ভিত
National-International

Ketan Agarwal murder case : হ’বলগীয়া স্বামীক হত্যা কৰিবলৈ বাগদত্তাই কৰা কাৰ্যত সমগ্ৰ দেশ স্তম্ভিত

by News Desk
June 24, 2026
50
Whatsapp new head : ডেলিভাৰী ব্যৱসায়ৰ পৰা ৱাটছএপৰ নতুন মুৰব্বী, কুনালৰ জীৱন কাহিনী শুনি আপুনিও আচৰিত হ’ব

Rain hits Mumbai : ২৪ ঘণ্টাত ৩০০ মিলিমিটাৰ বৰষুণ; বান-ধুমুহাত বিধ্বস্ত ৰূপ দেশৰ বাণিজ্যিক মহানগৰীত

ADVERTISEMENT
NEET Paper leak : অতীতৰ পৰা শিক্ষা লোৱা নাই, এনটিএৰ পৰা উত্তৰ তলৱ উচ্চতম ন্যায়ালয়ৰ
National-International

NEET paper leak I নীট প্ৰশ্নকাকত ফাদিলত অৱশেষত ভুল স্বীকাৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

June 25, 2026
50
Strait of Hazmuz : হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে ৬০খন দেশৰ বৈঠক
National-International

Strait of Hormuz I আমেৰিকা-ইৰাণ চুক্তিৰ পিছত হৰমুজ পাৰ হৈছে ভাৰত অভিমুখী ১১ জাহাজ, ২৬ খন অপেক্ষাৰত

June 25, 2026
50
Venezuela earthquake I ৭ প্ৰাবল্যৰ দুটা ভূমিকম্পই ধ্বংস কৰিলে ভেনিজুৱেলাৰ ৰাজধানীৰ একাংশ, বহু মৃত্যুৰ আশংকা
National-International

Venezuela earthquake I ৭ প্ৰাবল্যৰ দুটা ভূমিকম্পই ধ্বংস কৰিলে ভেনিজুৱেলাৰ ৰাজধানীৰ একাংশ, বহু মৃত্যুৰ আশংকা

June 25, 2026
50
Ketan Agarwal murder case : হ’বলগীয়া স্বামীক হত্যা কৰিবলৈ বাগদত্তাই কৰা কাৰ্যত সমগ্ৰ দেশ স্তম্ভিত
National-International

Ketan Agarwal murder case : হ’বলগীয়া স্বামীক হত্যা কৰিবলৈ বাগদত্তাই কৰা কাৰ্যত সমগ্ৰ দেশ স্তম্ভিত

June 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

NEET Paper leak : অতীতৰ পৰা শিক্ষা লোৱা নাই, এনটিএৰ পৰা উত্তৰ তলৱ উচ্চতম ন্যায়ালয়ৰ

NEET paper leak I নীট প্ৰশ্নকাকত ফাদিলত অৱশেষত ভুল স্বীকাৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

June 25, 2026
Strait of Hazmuz : হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে ৬০খন দেশৰ বৈঠক

Strait of Hormuz I আমেৰিকা-ইৰাণ চুক্তিৰ পিছত হৰমুজ পাৰ হৈছে ভাৰত অভিমুখী ১১ জাহাজ, ২৬ খন অপেক্ষাৰত

June 25, 2026
Venezuela earthquake I ৭ প্ৰাবল্যৰ দুটা ভূমিকম্পই ধ্বংস কৰিলে ভেনিজুৱেলাৰ ৰাজধানীৰ একাংশ, বহু মৃত্যুৰ আশংকা

Venezuela earthquake I ৭ প্ৰাবল্যৰ দুটা ভূমিকম্পই ধ্বংস কৰিলে ভেনিজুৱেলাৰ ৰাজধানীৰ একাংশ, বহু মৃত্যুৰ আশংকা

June 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT