ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

১৯ ছেপ্টেম্বৰৰ পৰা আইপিএল : ১০ নৱেম্বৰত ফাইনেল

ASSAM TIMES POST by ASSAM TIMES POST
August 3, 2020
Reading Time: 1 min read
A A
0
১৯ ছেপ্টেম্বৰৰ পৰা আইপিএল : ১০ নৱেম্বৰত ফাইনেল

logo new 2 | ASSAM TIMES POST
স্পৰ্টছ ডেস্কঃ

RELATED POSTS

Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ

Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি

World cup Referee : বিশ্বকাপ ফুটবলত কিমান ধন পায় ৰেফাৰীয়ে

অৱশেষত দেওবাৰে অনুষ্ঠিত বিচিচিআইৰ সভাত পূৰ্ব পৰিকল্পনা মতেই চলিত বৰ্ষৰ আইপিএল অনুষ্ঠিত কৰাৰ সকলো পৰিকল্পনা চূড়ান্ত কৰা হয়। পৰিকল্পনা মতে, ১০ দিন দুখনকৈ মেচ হ’ব। দুপৰীয়াৰ মেচ আৰম্ভ হ’ব ভাৰতীয় সময় মতে চাৰে তিনিটাত।শাৰ মেচ চাৰে সাতটাৰ পৰা।
মৰুৰ দেশত আইপিএল আৰম্ভ হ’ব ১৯ ছেপ্টেম্বৰত।

ফাইনেল হ’ব ১০ নৱেম্বৰত। প্রথমতে নৱেম্বৰৰ প্রথম সপ্তাহতেই ফাইনেল অনুষ্ঠিত কৰাৰ কথা আছিল। যিহেতু ডিচেম্বৰৰ প্রথম সপ্তাহৰ পৰা কোহলি বাহিনীৰ অষ্ট্ৰেলিয়া ভ্ৰমণ আৰম্ভ হোৱাৰ কথা। কিন্তু আইপিএলৰ টিভি সম্প্রচাৰ স্বত্বৰ অধিকাৰী ষ্টাৰ স্পর্টছে বিচাৰিছিল, বিজ্ঞাপনী বজাৰক আকৃষ্ট কৰাৰ বাবে দীপাৱলী সপ্তাহত ফাইনেল হওক। দীপাৱলী ১৪ নৱেম্বৰত। তাৰ পূৰ্বে ১০ নৱেম্বৰত ফাইনেল।

যি বিষয়টোক লৈ সকলোতকৈ বেছি জল্পনা চলিছিল, সেয়া হৈছে ক্রিকেটাৰসকলে তেওঁলোকৰ পৰিয়ালক লগত নিব পাৰিবনে নোৱাৰে। দেওবাৰে বোর্ডৰ আইপিএল গৱর্নিং কাউন্সিলৰ বৈঠক হয় ভিডিঅ কনফাৰেন্সৰ মাধ্যমেৰে। বোর্ড প্রেছিডেন্ট সৌৰভ গাংগুলী, আইপিএল অধ্যক্ষ ব্রিজেশ পেটেল উপস্থিত আছিল।

বোর্ড কৰ্তৃপক্ষই জনাইছে ক্রিকেটাৰসকলে তেওঁলোকৰ পৰিয়ালক লগত নিব পাৰিব। আমিৰশাহি চৰকাৰে জনাইছে, ট্যুৰিষ্টসকলৰ বাবে পুনৰ দুৱাৰ মুকলি কৰি দিয়া হৈছে। পত্নী, পৰিয়ালে তালৈ ট্যুৰিষ্ট ভিছাত যাব পাৰিব। অৰ্থাত বিৰাট কোহলিৰ পত্নী অনুষ্কা শর্মা বা ধোনিৰ পত্নী সাক্ষী যদি আইপিএলৰ সময়ত আমিৰশাহিলৈ যাব বিচাৰে তেওঁলোকে ট্যুৰিষ্ট ভিছাতেই যাব পাৰিব।

সকলো দিশ মনত ৰাখি বোর্ডৰ পৰা ‘এছঅপি’ (ষ্টেণ্ডার্ড অপাৰেটিং প্রচিডিঅৰ) তৈয়াৰ কৰা হৈছে বুলি জনাইছে সভাত অংশগ্ৰহণকাৰী এগৰাকী বিষয়াই। ৫৩ দিনৰ সুদীর্ঘ প্রতিযেগিতাৰ বাবেই পত্নী-পৰিয়ালক লগত ৰখাৰ অনুমতি দিব বোর্ডে।

Tags: Featured2
Share4Tweet3Send

Related Posts

Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ
Sports News

Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ

by News Desk
June 26, 2026
50
Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি
Sports News

Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি

by News Desk
June 25, 2026
50
World cup Referee : বিশ্বকাপ ফুটবলত কিমান ধন পায় ৰেফাৰীয়ে
Sports News

World cup Referee : বিশ্বকাপ ফুটবলত কিমান ধন পায় ৰেফাৰীয়ে

by News Desk
June 16, 2026
50
Football fans of Japan : জাপানৰ ফুটবল অনুৰাগীয়ে দেখুৱালে নিৰ্দশন : খেল চাই পৰিষ্কাৰ কৰি গ’ল গেলেৰী
Sports News

Football fans of Japan : জাপানৰ ফুটবল অনুৰাগীয়ে দেখুৱালে নিৰ্দশন : খেল চাই পৰিষ্কাৰ কৰি গ’ল গেলেৰী

by News Desk
June 15, 2026
50
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ
Sports News

FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

by News Desk
June 11, 2026
50
‎Brazilian supporter : আৰ্জেণ্টিনাক সমৰ্থন কৰাটো ‘পাপ’ : ১০ লিটাৰ গাখীৰেৰে গা ধুই ব্ৰাজিলিয়ান সমৰ্থক হ’ল বাংলাদেশী যুৱক
Sports News

‎Brazilian supporter : আৰ্জেণ্টিনাক সমৰ্থন কৰাটো ‘পাপ’ : ১০ লিটাৰ গাখীৰেৰে গা ধুই ব্ৰাজিলিয়ান সমৰ্থক হ’ল বাংলাদেশী যুৱক

by News Desk
June 9, 2026
50
ADVERTISEMENT
Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ
National-International

Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ

June 26, 2026
50
Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive
KARBI ANGLONG

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

June 26, 2026
50
Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ
National-International

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

June 26, 2026
50
Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed
National-International

Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed

June 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ

Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ

June 26, 2026
Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

June 26, 2026
Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

June 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx