ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

স্বাস্থ্য :গাখীৰৰ সৈতে মৌ মিহলাই খালে পুৰুষৰ কি উপকাৰ হয়?

ASSAM TIMES POST by ASSAM TIMES POST
August 3, 2020
Reading Time: 1 min read
A A
0
স্বাস্থ্য :গাখীৰৰ সৈতে মৌ মিহলাই খালে পুৰুষৰ কি উপকাৰ হয়?

logo new 2 12 | ASSAM TIMES POST
স্বাস্থ্য প্ৰতিবেদন:

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

পুৰুষসকলৰ জীৱন যাত্রা ক্লান্তি আৰু অৱসাদ পূর্ণ। এনে পৰিস্থিতিত পুৰুষসকলে তেওঁলোকৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱা দৰকাৰ। ভাৰতীয় সমাজত নিশা শোৱাৰ আগতে গাখীৰ খোৱাৰ পৰামর্শ দিয়া হয়। যদিও গাখীৰ নিজেই পুষ্টিৰ এক শক্তিৰ উৎস, তথাপি এনে কিছু বস্তু আছে যিয়ে গাখীৰৰ শক্তি বৃদ্ধি কৰিব পাৰে।

Honeyandmilk | ASSAM TIMES POST

পুৰুষসকলৰ স্বাস্থ্যৰ বাবে শোৱাৰ সময়ত এনে ধৰণৰ পানীয় অত্যন্ত গুৰুত্বপূর্ণ। তেওঁলোকৰ স্বাস্থ্যৰ বিশেষ যত্ন ল’বলৈ পুৰুষসকলে তেওঁলোকৰ ডায়েটত মনোযোগ দিয়া প্রয়োজন। ইয়াত পুৰুষসকলৰ বাবে এবিধ পানীয়ৰ কথা উল্লেখ কৰিব বিচৰা হৈছে যাক নিশা শোৱাৰ আগতে গ্রহণ কৰস উচিত। ই পুৰুষসকলৰ বাবে বহুখিনি স্বাস্থ্যজনিত লাভ প্ৰদান কৰিব পাৰে। গাখীৰ পুৰুষৰ স্বাস্থ্যৰ বাবে অতি গুৰুত্বপূর্ণ হিচাপে বিবেচিত হয়।

আপুনি যদি গাখীৰত চেনিৰ পৰিবর্তে স্বাস্থ্যকৰ বস্তু ব্যৱহাৰ কৰে তেতিয়া গাখীৰৰ সুবিধা দুগুণ হ’ব পাৰে। ই কেৱল হজমতে উন্নতি নকৰে, যৌনস্বাস্থ্যও বৃদ্ধি কৰি তুলিব পাৰে। এই বিশেষ পানীয় খোৱাৰ ৫টা আশ্চর্যজনক লাভ :

পুৰুষসকলে তেওঁলোকৰ গাখীৰৰ গিলাচত চেনিৰ পৰিবর্তে মৌ মিহলাই গাখীৰৰ শক্তি বৃদ্ধি কৰিব পাৰে। নিশা শুবলৈ যোৱাৰ পূৰ্বে প্রতিদিনে এই বিশেষ পানীয়বিধ খোৱাটোৱে পুৰুষসকলৰ উপকাৰ কৰিব পাৰে। এই পানীয়বিধ প্ৰস্তুত কৰাৰ বাবে, এক গিলাচ গাখীৰত এক চামুচ মৌ মিহলাই মিশ্রণ কৰক আৰু খোৱাৰ আগত ইয়াক গ্রহণ কৰক।

17 4 630x405 1 | ASSAM TIMES POST

১. ষ্টেমিনা বঢ়োৱাত উপকাৰী

গাখীৰৰ সৈতে মৌ মিহলাই ষ্টেমিনা লাভ কৰিব পৰা যায়। পুৰুষসকলে প্রতিদিনে এই বিশেষ পানীয়বিধ খালে তেওঁলোকৰ ষ্টেমিনা বাঢ়িব পাৰে। গাখীৰ আৰু মৌ একেলগে খালে শৰীৰত প্রচুৰ পৰিমাণে শক্তি পাব পাৰে। এই বিশেষ পানীয়বিধত অশ্বগন্ধাও মিহলি কৰিব পাৰে।

২. পৌৰুষ শক্তিয়ে উৎসাহ লাভ কৰে

গাখীৰ আৰু মৌ একেলগে মিহলালে টেস্টোস্টেৰন হৰমন বৃদ্ধিত সহায় কৰে। এই হৰমনবিধ পুৰুষৰ যৌন শক্তি বৃদ্ধিৰ কাৰক। পুৰুষসকলে প্রতিদিনে এইবিধ পানীয় গ্রহণ কৰিলে বহুখিনি উপকৃত হ’ব।

৩. ভাল টোপনি হোৱাত উপকাৰী

যিসকলৰ নিশাৰ টোপনিৰ অসুবিধা হয় তেওঁলোকৰ বাবে এই পানীয়বিধ খুব উপকাৰী হ’ব পাৰে। যিসকল লোকে শ্লিপিং টেবলেট ব্যৱহাৰ কৰে বা নিশা টোপনি আনিবৰ বাবে বিশেষ উপায় লয়, তেওঁলোকৰ বাবে এই বিশেষ পানীয়বিধ খুব উপকাৰী হ’ব পাৰে। গাখীৰত মৌ মিহলাই খালে শুক্রাণুৰ সংখ্যা বৃদ্ধিত সহায় কৰিব পাৰে।

৪. হাড় মজবুত কৰাত উপকাৰী

গাখীৰত প্রচুৰ কেলচিয়াম পোৱা যায় যি হাড়ৰ স্বাস্থ্যৰ বাবে খুব উপকাৰী। গাখীৰ মৌযুক্ত কৰি গাখীৰৰ শক্তি বঢ়াব পৰা যায়। এনে পৰিস্থিতিত প্রতিদিনে শোৱাৰ আগে এই পানীয়বিধ খাব লাগে।

৫.প্রোস্টেট কেন্সাৰ প্রতিৰোধ কৰে

পুৰুষসকলৰ স্বাস্থ্যৰ সম্পৰ্কিত সম্পর্কিত বিভিন্ন ধৰণৰ ৰোগৰ ভিতৰত এবিধ হ’ল প্রোস্টেট কেন্সাৰ। মৌৰ কেন্সাৰ কোষবোৰক বিকাশৰ পৰা ৰক্ষা কৰাৰ বৈশিষ্ট্য আছে। এই কাৰণে পুৰুষসকলৰ দেহত প্রোস্টেট কেন্সাৰৰ কোষবোৰ ধ্বংস কৰাত ই উপকাৰী হ’ব পাৰে। যদি প্রতিদিনে গাখীৰ আৰু মৌ মিহলাই খোৱা হয় তেতিয়া কেন্সাৰ প্রতিৰোধ কৰিব পৰা যায়।

****আমাৰ স্বাস্থ্য প্ৰতিবেদন ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ  কৰিব৷****

Tags: Featured
Share4Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?
Health & Fitness

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

by News Desk
July 9, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
ADVERTISEMENT
Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

July 19, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
Assam

Assam MLA Akhil Gogoi Demands Release of Activist Wangchuk

July 19, 2026
50
Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh
Assam

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

July 18, 2026
50
72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’
Entertainment

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

July 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

July 19, 2026
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

Assam MLA Akhil Gogoi Demands Release of Activist Wangchuk

July 19, 2026
Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

July 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx