ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

স্বাস্থ্য : ভৰিৰ তলুৱাত পিয়াঁজ বান্ধি শুই পাইছে নেকি আপুনি? জানক ইয়াৰ ফল কি

ASSAM TIMES POST by ASSAM TIMES POST
August 1, 2020
Reading Time: 1 min read
A A
0
স্বাস্থ্য : ভৰিৰ তলুৱাত পিয়াঁজ বান্ধি শুই পাইছে নেকি আপুনি? জানক ইয়াৰ ফল কি

logo new 2 12 | ASSAM TIMES POST

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

স্বাস্থ্য প্ৰতিবেদন :

আপুনি কেতিয়াবা ঠাণ্ডা প্রতিৰোধৰ বাবে ভৰিৰ পতাত পিয়াঁজৰ টুকৰা লগাই শুৱে নেকি? যদি নকৰে তেনেহ’লে অন্তত শুনিছে নিশ্চয়ই। যিসকলে প্রথম শুনিছে তেওঁলোকে হয়তো শুনি অবাক হ’ব অথবা হাঁহিব! কিন্তু ই প্ৰকৃততে বহু কার্যকৰী।

আপোনাৰ যেতিয়া কাহৰ সমস্যা হ’ব তেতিয়া এই পাছলিবিধে চমৎকাৰভাবে কাম কৰিব।

Big htteegefdfdrdd | ASSAM TIMES POST

পিয়াঁজত অসাধাৰণ কিছু উপাদান থাকে কাৰণে পৰম্পৰাগতভাবে বিভিন্ন ঔষধত ব্যৱহাৰ হৈ আহিছে। প্রতিটো সংস্কৃতিতেই বিভিন্ন ৰেচিপিত পিয়াঁজ প্রধান উপাদান হিচাবেই ব্যৱহাৰ কৰা হয়। আজি আমি পিয়াঁজৰ কেইটামান অসাধাৰণ গুণৰ কথা উল্লেখ কৰিম।

ভৰিয়ে শৰীৰৰ অন্যান্য অংশতকৈ বহু অৱহেলা পায়। কেৱল মাত্র যেতিয়া ভৰিত বিষ হয় বা খোজকঢ়াত সমস্যা হয় তেতিয়াই আমি ভৰিৰ প্রতি যত্নশীল হওঁ। এ কাৰণেই আমি পাহৰি যাওঁ যে, আমাৰ শৰীৰৰ গুৰুত্বপূর্ণ অঙ্গসমূহৰ সৈতে ভৰিৰ সংযোগ বিদ্যমান স্নায়ুৰ মাধ্যমেৰে।

এই সংযোগ বিন্দুবোৰক মেৰিডিয়ান বোলে। এইবোৰ আকুপাংচাৰ পইন্টৰ সৈতে মিলিত হয়। সেইবোৰে প্রচুৰ বৈদ্যুতিক শক্তি ধাৰণ কৰে, যেতিয়া সেইবোৰ উদ্দীপ্ত হয় তেতিয়া শৰীৰৰ অন্যান্য অংশত প্রভাৱ বিস্তাৰ কৰে।

hqdefault 1 e1596245264876 | ASSAM TIMES POST

ভৰিৰ পতাত পিয়াঁজ লৈ শোৱাৰ উপকাৰিতাবোৰ হৈছে :

১। সংক্রমণক বিদায় দিয়া

পিয়াঁজ প্রাকৃতিক এন্টিবায়টিক। ভৰিৰ পতাৰ তলৰ অংশত পিয়াঁজ লগাই শুলে সেয়া শৰীৰৰ অন্য যিকোনো অংশৰ সংক্রমণৰ বিৰুদ্ধে উপকাৰী হয়। ইয়াৰ মাধ্যমেৰে ৰোগ নিৰাময়ৰ প্রক্রিয়াটি ত্বৰান্বিত হয়।

২। বিষাক্ত পদার্থ দূৰ কৰাৰ প্রক্রিয়াক উন্নত কৰে।

তেজত বিষাক্ত পদার্থ জমা হ’লে সেয়া স্বাস্থ্যৰ বাবে ক্ষতিক হয়। পিয়াঁজৰ ফছফৰিক এচিডে বিষাক্ত পদার্থৰ বাবে চুম্বকৰ দৰে কাম কৰে। শৰীৰৰ পৰা এইবোৰ খুব সহজতে বাহিৰ কৰি দিয়াত সহায় কৰে। নিয়মিত ইয়াৰ ব্যৱহাৰৰ ফলত স্বাস্থ্যৰ উন্নতি হয়।

৩। শৰীৰক আর্দ্রতা দিয়া

পিয়াঁজত ৯০ শতাংশ পানী থাকে। মেৰিডিয়ানৰ বৈদ্যুতিক শক্তিয়ে শৰীৰৰ বাবে প্রয়োজনীয় পানী বিতৰণ কৰে। সেয়ে যিসকলে পানী কম খায় তেওঁলোকক ভৰিৰ তলুৱাত পিয়াঁজ লগাই শোৱাৰ পৰামর্শ দিয়া হয়।

৪। ইমিউন চিস্টেমক শক্তিশালী কৰা

পিয়াঁজ ভিটামিন ই আৰু ভিটামিন চি সমৃদ্ধ। যি আমাৰ শৰীৰৰ প্রতিৰক্ষা ব্যৱস্থাৰ বাবে অত্যাবশ্যকীয়। এই ভিটামিনবোৰে চমৎকাৰী এন্টিঅক্সিডেন্ট হিচাবেও কাম কৰে। অর্থাৎ ই কোষীয় বয়স বৃদ্ধিৰ প্রক্রিয়াকে লেহেমীয়া কৰে।

ভৰিৰ পতাত পিয়াঁজ লগাই কেনেদৰে শুব :

বগা বা ৰঙা যিকোনো ধৰণৰ পিয়াঁজেই ব্যৱহাৰ কৰিব পাৰে। এটি পিয়াঁজ গোল কৰি টুকুৰা কৰি কাটি লওক। এইবাৰ ভৰিৰ তলুৱাৰ মাজ অংশত পিয়াঁজ লগাই মোজা পিন্ধি লওক। এইটো আপুনি প্রতিদিনে ব্যৱহার কৰিব পাৰে অথবা সপ্তাহত এদিন ব্যৱহার কৰিব পাৰৰ। এই প্রতিকাৰৰ কোনো পার্শ্বপ্রতিক্রিয়া নাই। সেয়ে নিশ্চিন্তে ব্যৱহাৰ কৰিব পৰে। আৰু পিয়াঁজৰ গোন্ধ দূৰ কৰাৰ বাবে ভৰিত স্টেইনলেছ স্টিলৰ চামুচেৰে ঘঁহিব পাৰে বা এয়াৰ ফ্রেশনাৰ ব্যৱহার কৰিব পাৰে।

Tags: Featured
Share4Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?
Health & Fitness

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

by News Desk
July 9, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
ADVERTISEMENT
Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

July 19, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
Assam

Assam MLA Akhil Gogoi Demands Release of Activist Wangchuk

July 19, 2026
50
Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh
Assam

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

July 18, 2026
50
72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’
Entertainment

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

July 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

July 19, 2026
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

Assam MLA Akhil Gogoi Demands Release of Activist Wangchuk

July 19, 2026
Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

July 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx