ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

গঁড় চিকাৰত জড়িত মূল অপৰাধী জনথাং সহ পলাতক তিনি অপৰাধীক আটক আৰক্ষীৰ

ASSAM TIMES POST by ASSAM TIMES POST
June 21, 2020
Reading Time: 1 min read
A A
0
গঁড় চিকাৰত জড়িত মূল অপৰাধী জনথাং সহ পলাতক তিনি অপৰাধীক আটক আৰক্ষীৰ

0 1 e1574345654996 6 1 2 3 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ

Karbi Anglong protest I ৮৪ মাহে নাই দৰমহা, কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদৰত কাৰ্বি আংলঙৰ পৌৰ কৰ্মচাৰীৰ

‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

ডিফু: অৱশেষত আৰক্ষীৰ জালত পৰিল গঁড় চিকাৰত জড়িত জনথাং সহ পলাতক তিনি দূৰ্ধৰ্ষ গঁড় চিকাৰী ৷ আৰক্ষী আৰু বনবিভাগৰ মূৰৰ কামোৰণি হৈ পৰা পলাতক তিনি চোৰাং গঁড় চিকাৰীৰ গ্ৰেপ্তাৰৰ ঘটনাত স্বস্তিৰ নিশ্বাস পেলাইছে আৰক্ষী আৰু বনবিভাগে ৷

WhatsApp Image 2020 06 21 at 7.56.13 AM e1592723643746 | ASSAM TIMES POST

ডলামৰা থানাৰ গোছৰ নং,4/2020, ডিফু থানাৰ গোছৰ নং 110/220, আৰু বকলিয়া থানাৰ গোছৰ নং 131/2020 গোছৰৰ ভিত্তিত তদন্ত চলাই অৱশেষত কাৰবি আংলং আৰক্ষীয়ে গঁড় চিকাৰত জড়িত তিনি দূৰ্ধৰ্ষ পলাতক অপৰাধী মূল অপৰাধী ক্ৰমে, জনথাং ওৰফে থাগবই, মুৱামুৱান ওৰফে অভাৰ চাইজ আৰু নিংমিয়ানলুন ওৰফে লুলুনক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷

আটাইকেইজন অপৰাধী মণিপুৰৰ চুৰান্দপুৰ এলেকাৰ হয় বুলি জানিব পৰা গৈছে ৷ আটাইকেইজন অপৰাধীয়ে তিনওখন থানাৰ তেওঁলোকৰ বিৰুদ্ধে পঞ্জীয়ণ ভূক্ত গোছৰৰ মৰ্মে তেওঁলোক গঁড চিকাৰত প্ৰত্যক্ষ ভাবে জড়িত আছিল বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰাৰ লগতে পূৰ্বৰ পাঁচটা গঁড়ৰ হত্যা গোছৰত জড়িত আছিল বুলি স্বীকাৰ কৰা বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ৷

ধৃত অপৰাধী কেইটাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ়্যাণৰ কাষত মাটিৰ তলত পুতি থোৱা অৱস্থাৰ পৰা AK 81 ৰাইফল উদ্ধাৰ কৰি দিয়ে ৷ উল্লেখযোগ্য যে যোৱা ২৮ মেত দলদলী সংৰক্ষিত বনাঞ্চলত টহল দি ফুৰা বনৰক্ষীৰসৈতে মুখামুখী সংঘৰ্ষত বনৰক্ষীৰ গুলীত চোৰাং চিকাৰী দলৰ মাং ওৰফে মাংবই পাইটে নিহত হৈছিল ৷

তাৰ পিছত পুণৰ ২ জুনত সেনা- আৰক্ষী আৰু চি আৰপিএফৰ যুটীয়া অভিযানত বৃহৎ পৰিমানৰ অত্যাধুনিক মৰণাস্ত্ৰ সহ চাৰিজনকৈ চোৰাং হঁড় চিকাৰী ক্ৰমে, বকলীয়াঘাট আৰক্ষী থানাৰ অন্তৰ্গত পাট্ৰাদিছাৰ পৰা আৰক্ষীয়ে অভিযান চলাই গঁড়ৰ খড়গ চুৰি চক্ৰৰ দূৰ্ধৰ্ষ সদস্য বিকি থাপাক আটক কৰে ৷

পিছত অপৰাধীটোৰ স্বীকাৰোক্তিৰ ভিত্তিত ডিফু আৰু ধনশিৰিত অভিযান চলাই আৰক্ষীয়ে মণিপুৰৰ লামকা চুড়াচান্দপুৰৰ ডেভিড চিয়া ওৰফে চামবৈ আৰু নগাওঁ জিলাৰ চালনা নপানীৰ চিমন লাক্ৰা নামৰ দুটা গঁড় চিকাৰী আটক কৰিবলৈ সক্ষম হৈছিল ৷

Tags: feature
Share4Tweet3Send

Related Posts

Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ
KARBI ANGLONG

Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ

by News Desk
June 22, 2026
50
Karbi Anglong protest I ৮৪ মাহে নাই দৰমহা, কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদৰত কাৰ্বি আংলঙৰ পৌৰ কৰ্মচাৰীৰ
KARBI ANGLONG

Karbi Anglong protest I ৮৪ মাহে নাই দৰমহা, কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদৰত কাৰ্বি আংলঙৰ পৌৰ কৰ্মচাৰীৰ

by Staff Reporter
June 22, 2026
50
‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন
KARBI ANGLONG

‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

by Staff Reporter
June 21, 2026
50
ডিফুত পালন কৰা দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস যোগে সুস্থ শৰীৰ, শান্তিপূৰ্ণ মন আৰু সুসম সমাজৰ প্ৰসাৰ ঘটায় – CEM ডাঃ ৰংহাং
KARBI ANGLONG

ডিফুত পালন কৰা দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস যোগে সুস্থ শৰীৰ, শান্তিপূৰ্ণ মন আৰু সুসম সমাজৰ প্ৰসাৰ ঘটায় – CEM ডাঃ ৰংহাং

by Staff Reporter
June 21, 2026
50
Dead body Recovered : বকলিয়াঘাটত উদ্ধাৰ সন্ধানহীন হৈ থকা শিক্ষকৰ মৃতদেহ, হত্যাৰ সন্দেহ পরিয়ালৰ
KARBI ANGLONG

Dead body Recovered : বকলিয়াঘাটত উদ্ধাৰ সন্ধানহীন হৈ থকা শিক্ষকৰ মৃতদেহ, হত্যাৰ সন্দেহ পরিয়ালৰ

by News Desk
June 19, 2026
50
Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু
Assam

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

by Staff Reporter
June 19, 2026
50
ADVERTISEMENT
Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ
NORTHEAST

Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ

June 23, 2026
50
Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়
National-International

Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়

June 23, 2026
50
Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল
National-International

Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

June 23, 2026
50
Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ
National-International

Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ

June 23, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ

Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ

June 23, 2026
Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়

Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়

June 23, 2026
Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

June 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx