ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

ডিফুত পালন কৰা দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস যোগে সুস্থ শৰীৰ, শান্তিপূৰ্ণ মন আৰু সুসম সমাজৰ প্ৰসাৰ ঘটায় – CEM ডাঃ ৰংহাং

Staff Reporter by Staff Reporter
June 21, 2026
Reading Time: 1 min read
A A
0
ডিফুত পালন কৰা দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস যোগে সুস্থ শৰীৰ, শান্তিপূৰ্ণ মন আৰু সুসম সমাজৰ প্ৰসাৰ ঘটায় – CEM ডাঃ ৰংহাং

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Dead body Recovered : বকলিয়াঘাটত উদ্ধাৰ সন্ধানহীন হৈ থকা শিক্ষকৰ মৃতদেহ, হত্যাৰ সন্দেহ পরিয়ালৰ

বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ

Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

ডিফু ২১ জুনঃ ডিফুৰ ছাৰছিং টেৰন লাংকুং হাবে বহুমুখী ক্ৰীড়া কমপ্লেক্সত দেওবাৰে “স্বাস্থ্যকৰ বয়স বৃদ্ধিৰ বাবে যোগ” শীৰ্ষক বিষয়বস্তুৰে দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উৎসাহেৰে পালন কৰা হয়। এই কাৰ্যসূচীত চৰকাৰী বিষয়া, ছাত্ৰ-ছাত্ৰী, যোগ সাধক আৰু জনসাধাৰণৰ অংশগ্ৰহণৰ সাক্ষী হৈ পৰে।

IMG 20260621 WA0064 | ASSAM TIMES POST

কেএএচিৰ মুখ্য কাৰ্যবাহী সদস্য তথা বিধায়ক ড° তুলিৰাম ৰংহাঙে মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত সংসদৰ সদস্য অমৰসিং টিছ’ আৰু জিলা উপায়ুক্ত অৰণ্যক শইকীয়া উপস্থিত থাকে। মুখ্য অতিথি হিচাপে সভাক ভাষণ দি কেএএচিৰ চিইএম আৰু বিধায়ক ড০ তুলিৰাম ৰংহাঙে কয় যে যোগ কেৱল শাৰীৰিক ব্যায়াম নহয় বৰঞ্চ শাৰীৰিক ফিটনেছ, মানসিক শান্তি আৰু আৱেগিক ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰা জীৱনশৈলী। সুস্থ সমাজ এখনৰ বাবে দৈনন্দিন কাম-কাজৰ অংশ হিচাপে যোগাসন গ্ৰহণ কৰিবলৈ তেওঁ ৰাইজক আহ্বান জনায়।

IMG 20260621 WA0065 | ASSAM TIMES POST

এই উপলক্ষে চি ই এম ড০ তুলিৰাম ৰংহাং, সাংসদ অমৰছিং টিছ’, বিধায়ক নিসো তেৰণপি আৰু জিলা উপায়ুক্ত অৰণ্যক শইকীয়াই যোৱা ১৯ জুন, ২০২০ তাৰিখে অনুষ্ঠিত জিলা পৰ্যায়ৰ যোগ প্ৰতিযোগিতাৰ চাৰিটা শাখাৰ বিজয়ীসকলক পুৰস্কাৰ বিতৰণ কৰে।

Tags: আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস যোগে সুস্থ শৰীৰডিফুত পালন কৰা দ্বাদশশান্তিপূৰ্ণ মন আৰু সুসমসমাজৰ প্ৰসাৰ ঘটায় - CEM ডাঃ ৰংহাং
Share4Tweet3Send

Related Posts

Dead body Recovered : বকলিয়াঘাটত উদ্ধাৰ সন্ধানহীন হৈ থকা শিক্ষকৰ মৃতদেহ, হত্যাৰ সন্দেহ পরিয়ালৰ
KARBI ANGLONG

Dead body Recovered : বকলিয়াঘাটত উদ্ধাৰ সন্ধানহীন হৈ থকা শিক্ষকৰ মৃতদেহ, হত্যাৰ সন্দেহ পরিয়ালৰ

by News Desk
June 19, 2026
50
বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ
KARBI ANGLONG

বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ

by Staff Reporter
June 17, 2026
50
Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by News Desk
June 15, 2026
50
হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান
KARBI ANGLONG

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান

by Staff Reporter
June 14, 2026
50
Youth Death I ঘোগাজানত পিছলি এজন যুৱকৰ কৰুণ মৃত্যু
KARBI ANGLONG

‎বোকাজানত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

by Staff Reporter
June 14, 2026
50
Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য
KARBI ANGLONG

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

by News Desk
June 11, 2026
50
ADVERTISEMENT
মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 
National-International

মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 

June 21, 2026
50
India New Zealand CWC 2023 semi final I বিৰাট কোহলিৰ বিৰাট ৰেকর্ড, শচীনক চেৰ পেলাই এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতকৰ অভিলেখ
National-International

গাজা ষ্ট্ৰিপত পুনৰ আক্ৰমণ ইজৰাইলৰ

June 21, 2026
50
HMPV Virus : কৰ্ণাটকৰ পিছত এইবাৰ গুজৰাটৰ দুমহীয়া শিশু এইচ এম পি ভি ভাইৰাছত সংক্ৰমিত
National-International

কেৰালাত শ্বিগেলা বেক্টেৰিয়াৰ কবলত শতাধিক, বাঢ়িছে মৃত্যুৰ সংখ্যা

June 21, 2026
50
আন্তৰ্জাতিক যোগ দিৱসত কলকাতাত তিনিখন যুদ্ধ জাহাজ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে
National-International

আন্তৰ্জাতিক যোগ দিৱসত কলকাতাত তিনিখন যুদ্ধ জাহাজ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে

June 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 

মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 

June 21, 2026
India New Zealand CWC 2023 semi final I বিৰাট কোহলিৰ বিৰাট ৰেকর্ড, শচীনক চেৰ পেলাই এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতকৰ অভিলেখ

গাজা ষ্ট্ৰিপত পুনৰ আক্ৰমণ ইজৰাইলৰ

June 21, 2026
HMPV Virus : কৰ্ণাটকৰ পিছত এইবাৰ গুজৰাটৰ দুমহীয়া শিশু এইচ এম পি ভি ভাইৰাছত সংক্ৰমিত

কেৰালাত শ্বিগেলা বেক্টেৰিয়াৰ কবলত শতাধিক, বাঢ়িছে মৃত্যুৰ সংখ্যা

June 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx