ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বিদেশত নহয়, ছেপ্টেম্বৰ-অক্টোবৰত ভাৰততেই হ’ব আইপিএল!

News Desk by News Desk
June 12, 2020
Reading Time: 1 min read
A A
0
বিদেশত নহয়, ছেপ্টেম্বৰ-অক্টোবৰত ভাৰততেই হ’ব আইপিএল!

0 1 e1574345654996 6 1 2 2 4 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ

Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি

World cup Referee : বিশ্বকাপ ফুটবলত কিমান ধন পায় ৰেফাৰীয়ে

স্পৰ্টছ ডেস্ক : ছেপ্টেম্বৰ-অক্টোবৰত আইপিএল আয়োজনৰ পৰিকল্পনা আছে ভাৰতীয় ক্রিকেট কন্ট্রোল বোর্ডৰ। এই কথা জনাইছে ইন্ডিয়ান প্রিমিয়াৰ লীগৰ গভর্নিং কাউন্সিলৰ অধ্যক্ষ ব্রিজেশ পেটেলে।

উল্লেখ্য যে পূৰ্বে ২৯ মার্চৰ পৰা আইপিএল আৰম্ভ হোৱাৰ কথা আছিল। কিন্তু কৰোনা ভাইৰাছৰ প্ৰকোপত সেয়া অনির্দিষ্টকালৰ বাবে পিছুৱাই দিয়া হয়। আনহাতে, চলিত বছৰত আইপিএল অনুষ্ঠিত নহ’লে বিপুল আর্থিক ক্ষতিৰ আশঙ্কা আছে। সেয়ে আইপিএলৰ আয়োজন কৰিবলৈ ইচ্ছুক বিচিচিআই। এনে অৱস্থাত বোৰ্ডে অপেক্ষা কৰি আছে টি-২০ বিশ্বকাপক লৈ আন্তর্জাতিক ক্রিকেট কাউন্সিলৰ সিদ্ধান্তলৈ। উক্ত সিদ্ধান্ত লোৱা হ’ব জুলাইত। উল্লেখ্য যে এই টি-২০ বিশ্বকাপ অষ্ট্ৰেলিয়াত অহা ১৮ অক্টোবৰৰ পৰা ১৫ নৱেম্বৰলৈ হোৱা কথা। যিটো পিছুৱাই গ’লে আইপিএল অনুষ্ঠিত হোৱাৰ সম্ভাৱনা উজ্জ্বল হৈ উঠিব।

ব্ৰিজেশ পেটেলে কয়, “হয়, আমি ছেপ্টেম্বৰ-অক্টোবৰত আইপিএল আয়োজনৰ কথা ভাবিছো। সেই মতে পৰিকল্পনাও চলিছে। কিন্তু সকলোবোৰ নির্ভৰ কৰিছে বিশ্বকাপৰ ওপৰত। আইচিচিয়ে সিদ্ধান্ত ল’লে আমিও সেই মতে আগবাঢ়িম। সম্প্রচাৰকাৰী কোম্পানী আইপিএলক লৈ খুবেই ইতিবাচক। ক্রিকেটাৰসকলেও খেলিব বিচাৰে। আঢ়ৈ মাহৰ অধিক ঘৰতে বহি আছে তেওঁলোক। এতিয়া আইচিচিয়ে দ্রুতভাৱে সিদ্ধান্ত লোৱাটোহে জৰুৰী।”

আনহাতে, আইপিএল ভাৰততেই অনুষ্ঠিত কৰিব বিচাৰিছে বোৰ্ডে। অৱশ্যে কেন্দ্রীয় চৰকাৰৰ লগত আলোচনামৰ্মেহে চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব। ব্রিজেশ পেটেলে লগতে কয়, “পৰিস্থিতিৰ ওপৰত সকলো নির্ভৰ কৰিছে। কোভিড-১৯ পৰিস্থিতি তেতিয়ালৈ কেনেকুৱা থাকে তাকো আমি চাব লাগিব। তাৰ পিছতেই আইপিএল ক’ত হ’ব সেই সিদ্ধান্ত লোৱা হ’ব। অৱশ্যে ভাৰতেই অগ্রাধিকাৰ পাইছে।”

Tags: Featured
Share4Tweet3Send

Related Posts

Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ
Sports News

Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ

by News Desk
June 26, 2026
50
Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি
Sports News

Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি

by News Desk
June 25, 2026
50
World cup Referee : বিশ্বকাপ ফুটবলত কিমান ধন পায় ৰেফাৰীয়ে
Sports News

World cup Referee : বিশ্বকাপ ফুটবলত কিমান ধন পায় ৰেফাৰীয়ে

by News Desk
June 16, 2026
50
Football fans of Japan : জাপানৰ ফুটবল অনুৰাগীয়ে দেখুৱালে নিৰ্দশন : খেল চাই পৰিষ্কাৰ কৰি গ’ল গেলেৰী
Sports News

Football fans of Japan : জাপানৰ ফুটবল অনুৰাগীয়ে দেখুৱালে নিৰ্দশন : খেল চাই পৰিষ্কাৰ কৰি গ’ল গেলেৰী

by News Desk
June 15, 2026
50
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ
Sports News

FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

by News Desk
June 11, 2026
50
‎Brazilian supporter : আৰ্জেণ্টিনাক সমৰ্থন কৰাটো ‘পাপ’ : ১০ লিটাৰ গাখীৰেৰে গা ধুই ব্ৰাজিলিয়ান সমৰ্থক হ’ল বাংলাদেশী যুৱক
Sports News

‎Brazilian supporter : আৰ্জেণ্টিনাক সমৰ্থন কৰাটো ‘পাপ’ : ১০ লিটাৰ গাখীৰেৰে গা ধুই ব্ৰাজিলিয়ান সমৰ্থক হ’ল বাংলাদেশী যুৱক

by News Desk
June 9, 2026
50
ADVERTISEMENT
Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ
National-International

Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ

June 26, 2026
50
Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive
KARBI ANGLONG

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

June 26, 2026
50
Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ
National-International

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

June 26, 2026
50
Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed
National-International

Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed

June 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ

Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ

June 26, 2026
Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

June 26, 2026
Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

June 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx