ASSAM TIMES POST
নিউজ ডেস্ক
ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ কৰাত পিছ পৰি থকা নাই ভাৰতীয় ক্ৰিকেট দলৰ অপেনাৰ শিখৰ ধাৱান৷ এইবাৰ ক্ৰিকেটাৰজনক দেখা গ’ল বক্সিং খেলত৷ এই ছবি তেওঁ ছ’চিয়েল মিডিয়াত প’ষ্ট কৰিছে৷ সমগ্ৰ দেশবাসীৰ লগতে বাওঁহাতীয়া বেটছমেনজন গৃহবন্দী হৈ আছে৷
ঘৰত থকাৰ সময়ত তেওঁ সন্তানৰ সৈতে বক্সিং খেলাত ব্যস্ত৷ শিখৰ ধাৱানে পুত্ৰক জুনিয়ৰ মাইক টাইছন বুলি প’ষ্টটোত উল্লেখ কৰিছে৷










