ASSAM TIMES POST
নিউজ ডেস্ক
আন্তৰ্জাতিক কেৰিয়াৰ শেষ হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ৷ এই বিষয়ে মুখ খুলিছে কিম্বদন্তি ক্ৰিকেট খেলুৱৈ সুনীল গাভাস্কাৰে৷ গাভাস্কাৰৰ মতে ধোনীক আন্তৰ্জাতিক ক্ৰিকেটত দেখা পোৱা নাযাব৷ ধোনীক ভাৰতীয় বিশ্ব কাপত দেখাতো তেওঁ বিচাৰে৷ কিন্তু সেয়া হৈ নুঠে৷
এতিয়াৰ দলটো বহু আগুৱাই গৈছে৷ মোৰ মতে ধোনীয়ে নিৰবেই ক্ৰিকেটক বিদায় জনাব৷ উল্লেখ্য যে এই পৰ্যন্ত ধোনী ব’ৰ্ডৰ লগত কোনো চুক্তিত নাই৷













